Class 12 Logic Question Answer PDF | তৰ্কবিজ্ঞান আৰু দৰ্শন – 2025

Class 12 Logic তথা অসমীয়া মাধ্যমৰ দ্বাদশ শ্ৰেণীৰ তৰ্ক বিজ্ঞান বিষয়ে আজি আলোচনা কৰিবলৈ গৈ আছোঁ। আমি Assamese Medium ৰ এই পৃষ্ঠাত Class 12 Logic ৰ কোনো প্ৰশ্ন উত্তৰ আলোচনা নকৰোঁ। ইয়াত আমি Class 12 Logic Full Syllabus অৰ্থাৎ দ্বাদশ শ্ৰেণীৰ তৰ্ক আৰু দৰ্শনৰ সম্পূৰ্ণ সমাধান PDF Notes দিবলৈ আহিছোঁ।

Class 12 Logic & Philosophy PDF NotesRs. 199/-Buy Now

আজিৰ আলোচনাত Class 12 Logic তথা দ্বাদশ শ্ৰেণীৰ তৰ্ক আৰু দৰ্শনৰ থকা অধ্যায়সমূহৰ এটা তালিকা প্ৰকাশ কৰিছো। Class 12 Logic & Philosophy ত মুঠ ৮ টা অধ্যায় আছে।

Class 12 Logic

Class 12 Logic Question Answer

Chapter 1আগমন আৰু ইয়াৰ প্ৰকাৰ প্ৰশ্ন উত্তৰPDF Notes
Chapter 2ক) আগমনৰ ভিত্তি প্ৰশ্ন উত্তৰPDF Notes
খ) কাৰ্য কাৰণ বিধি প্ৰশ্ন উত্তৰPDF Notes
গ) আগমনৰ বস্তুগত ভিত্তি প্ৰশ্ন উত্তৰPDF Notes
Chapter 3প্ৰকল্প প্ৰশ্ন উত্তৰPDF Notes
Chapter 4মিলৰ পৰীক্ষণমূলক অনুসন্ধান পদ্ধতি প্ৰশ্ন উত্তৰPDF Notes
Chapter 5বাস্তৱবাদঃ সৰল আৰু বৈজ্ঞানিক প্ৰশ্ন উত্তৰPDF Notes
Chapter 6ভাৱবাদ প্ৰশ্ন উত্তৰPDF Notes
Chapter 7নীতিবিদ্যা প্ৰশ্ন উত্তৰPDF Notes
Chapter 8ধৰ্মঃ ইয়াৰ অৰ্থ আৰু প্ৰকৃতি, ধৰ্ম আৰু নৈতিকতা প্ৰশ্ন উত্তৰPDF Notes

আজি আমি ইয়াত আপোনালোকৰ সৈতে Class 12 Logic ৰ সৰ্বমুঠ ৮ টা অধ্যায়ৰ প্ৰশ্ন উত্তৰ যোগান ধৰাৰ প্ৰয়াস কৰিছো। আপুনি যদি আন কিবা প্ৰশ্ন উত্তৰ বিচাৰি আছে তেন্তে Comment Section ত জনাব নেপাহৰিব।

ইয়াত ওপৰিও আপুনি বিচাৰিলে Assamese Medium Facebook Page ক Follow কৰি আমাৰ সৈতে পোনপতীয়াকৈ যোগাযোগ কৰিব পাৰে। আমি আপোনালোকৰ বাবে Video Class কিছু দিবলৈ প্ৰয়াস কৰিছো। আপুনি ‘Assamese MediumYouTube Channel ত ভিদিওসমূহ চাব পাৰিব। যদি আমাৰ প্ৰচেষ্টাই আপোনাক কিঞ্চিৎ পৰিমাণে সহায় কৰিছে তেন্তে এই লিখনিসমূহ আনৰ সৈতে Share কৰিবলৈ নেপাহৰিব।

ADVERTISEMENT