Class 12 English Assamese Medium তথা অসমীয়া মাধ্যমৰ দ্বাদশ শ্ৰেণীৰ ইংৰাজীত থকা গল্প আৰু পদ্যৰ সম্পূৰ্ণ সমাধান ইয়াত আলোচনা কৰিবলৈ প্ৰয়াস কৰা হৈছে। আপুনি যদি Class 12 Arts বা Class 12 Science ৰ এজন শিক্ষাৰ্থী তেন্তে Class 12 English Assamese Medium আপোনাৰ বাবে প্ৰয়োজনীয়।
Class 12 ইংৰাজী PDF Notes | 199/- | Buy Now |
ইয়াত আমি Class 12 English Assamese Medium ৰ সম্পূৰ্ণ সমাধান কৰিবলৈ প্ৰয়াস কৰিছো, আপুনি আপোনাৰ প্ৰয়োজন অনুসৰি তলৰ লিংকৰ পৰা Class 12 English Assamese Medium ৰ বিভিন্ন অধ্যায়সমূহ পঢ়িব পাৰে। ইয়াত আপুনি বিচাৰি Class 12 English Assamese Medium ৰ সমাধানসমূহ PDF Notes হিচাপে ডাউনলোড কৰিব পাৰে।
আমি Assamese Medium ত আপোনালৈ লিখা কোনো বিষয়ত কিবা অসুবিধা থাকিলে আপুনি অনুগ্ৰহ কৰি Assamese Medium Facebook Page ক Follow কৰি আমাৰ সৈতে পোনপটীয়াভাৱে যোগাযোগ কৰিব পাৰে। আমি আপোনাৰ যিকোনো প্ৰশ্নৰ উত্তৰ দিবলৈ প্ৰয়াস কৰিম।
Class 12 English Assamese Medium for HS Final Exam 2024
এই পৃষ্ঠাত আমি তলত উল্লেখ কৰা প্ৰতিটো অধ্যয়ৰ সকলো প্ৰশ্ন উত্তৰ, লগতে আপোনালোকৰ সুবিধাৰ বাবে PDF Notes ৰ যোগান ধৰিছো। আপুনি কেৱল লিংকত ক্লিক কৰিলেই পঢ়িব পাৰিব বা ডাউনলোড কৰিব পাৰিব।
Section D: Text Book- Flamingo (Total Mark- 30)
Selected Prose HS 2nd Year Final Exam 2024
Selected Poetry HS 2nd Year Final Exam 2024
Section D: Text Book- Vistas (Total Mark- 15)
Selected Pieces HS 2nd Year Final Exam 2024
Section C: Grammar (Total Mark- 20)
- Sentences
- Articles
- Determiners
- Verbs In Details
- Tense
- Voice
- Narration
- Preposition
- Vocabulary
- Translate into English
- Synthesis of sentences
- Verb Phrases
- Sentence Correction (clauses, modals, etc.)
Section B: Advanced Writing Skill (Total Mark- 25)
- One out of two short compositions of not more than 50 words each e.g.
advertisement and notices, designing or drafting posters, and writing formal and
informal invitations and replies. 05 Mark
- A report or a factual description based on verbal input provided
(one out of two) (100-125 words). 10 Mark - Writing one out of two letters based on verbal input. Letter types include: 10 Mark
- Business or official letters (for making enquiries, registering complaints, asking for and giving information, placing orders and sending replies):
- Letters to the editor (giving suggestions on an issue)
- Application for a job
Section A: Advanced Writing Skill (Total Mark- 10)
- Reading Unseen Passage 10 Marks