Class 10 Adv Maths Sets Introduction | সংহতিৰ ধাৰণা 2022

মোৰ মৰমৰ ছাত্ৰ ছাত্ৰী তথা পঢ়ুৱৈ বন্ধু বান্ধৱী সকল, আকৌ এবাৰ স্বাগতম জনাইছো Assamese Medium ৰ আন এক গুৰুত্বপূৰ্ণ আলোচনালৈ। আজি আমি ইয়াত
আলোচনা কৰিবলৈ গৈ আছোঁ Class 10 Adv Maths Sets Introduction তথা দশম মান শ্ৰেণীৰ উচ্চ গণিতৰ প্ৰথম অধ্যায় “সংহতি” ৰ কিছু কিছু প্ৰয়োজনীয় কথা।

আজিৰ আলোচনাত আমি বুজাবলৈ প্ৰয়াস কৰিছো তলত উল্লেখ কৰা বিষয় সমূহ-

  1. সংহতি (Sets)
  2. সংহতিৰ প্ৰকাৰ (Types of Sets)
  3. ৰিক্ত সংহতি/খালী সংহতি (Null Set/Empty Set)
  4. উপ সংহতি (Sub Set)
  5. অধি সংহতি ( Super Set)
  6. প্ৰকৃত উপ সংহতি (Proper Sub Set)
  7. একক সংহতি (Singleton Set)
  8. ঘাত সংহতি (Power Set)
  9. সসীম সংহতি (Finite Set)
  10. অসীম সংহতি (Infinite Set)
  11. সর্বিক সংহতি (Universal Set)
  12. সমান সংহতি (Equal Set)
  13. সংহতিৰ মিলন (Union of Sets)
  14. সংহতিৰ ছেদন (Intersection of Sets)
  15. সংহতিৰ অন্তৰ (Difference of Sets)
  16. পূৰক সংহতি ( Complement of a Sets)

ওপৰত উল্লেখ কৰা বিষয় সমূহ আচলতে ভিডিও ক্লাছ হলে বুজাত সুবিধা হয় আৰু তাৰে প্ৰতি লক্ষ্য ৰাখি আমি ‘Assamese Medium‘ নামৰ ইউটিউব চেনেলত Video Class প্ৰকাশ কৰিছো, আপুনি যদি চাব খোজে লিংকত ক্লিক কৰি চাব পাৰে।

কেৱল Class 10 Adv Maths Introduction in Assamese ৰ নহয়, আমি Assamese Medium Youtube চেনেলত Class 6-Class 12 লৈকে সকলো বিষয়ৰ সমস্যাৰ সমাধান কৰিবলৈ প্ৰয়াস কৰিছো, আপুনি আমাৰ চেনেল Subscribe কৰিব পাৰে। তলত আমি Class 10 Adv Maths Introduction in Assamese ৰ Video Class দি দিছোঁ, আপুনি ক্লিক কৰি চাই লব পাৰে।

Watch All Video: Class 6 – Class 12 in Assamese Medium

যদি ওপৰত Class 10 Adv Maths Introduction in Assamese ৰ Video Classs চাই যদি আপুনি বুজি পাইছে আৰু আপুনি অনুভৱ কৰি আছে যে এই বিষয় সমূহৰ PDF Notes পালে পৰীক্ষা বাবে বহুত সহায় হব, তেন্তে চিন্তাৰ কোনো কাৰণ নাই, তলৰ লিংকত আমি Class 10 Adv Maths Introduction in Assamese PDF Notes দি দিছোঁ, আপুনি ইচ্ছা কৰিলে বিনামূলীয়াকৈ ডাউনলোড কৰি লব পাৰে।

Download Now: Class 10 Adv Maths Introduction in Assamese PDF Notes

Leave a Comment