ৰাসায়নিক সমীকৰণ এটা কিদৰে সমতুল্য কৰা হয়?

সমতুল্য কৰা

ৰাসায়নিক সমীকৰণ এটা সমতুল্য কৰা প্ৰক্ৰিয়াক অনুমান আৰু প্ৰচেষ্টা পদ্ধতি (Hit And Trail Method in Chemistry Class 10 Assamese Medium) বোলে। এই প্ৰক্ৰিয়াত সাধাৰণতে কোনো নিৰ্দিষ্ট নিয়ম নাই যদিও কেইটামান নিৰ্দিষ্ট কথা মনত ৰাখিলে যিকোনো ৰাসায়নিক সমীকৰণ সমতুল্য কৰিব পৰা যাব। সৰ্বশেষত দেখা গল যে Fe + H2O —–> Fe3O4 + H2 3Fe + 4H2O … Read more