Reduced Syllabus for HS Final Exam 2023-24 | AHSEC & CBSE

আপুনি যদি অসমীয়া মাধ্যমৰ বিদ্যালয়ত HS 2nd Year ত পঢ়ি আছে আৰু HS Final Exam 2024 ৰ বাবে প্ৰস্তুতি চলাই আছে তেন্তে আজিৰ এই লিখনি “Reduced Syllabus for HS Final Exam 2023-24” য়ে আপোনাক বহুত সহায় কৰিব।

কব গলে, বৰ্তমান সময়ত বহু এনে শিক্ষাৰ্থী আছে যিয়ে Reduced Syllabus for HS Final Exam 2023-24 কি সেয়া বুজিয়ে নাপায় তেন্তে আপুনি এবাৰ ভাবি চাওক সিহঁতে কি পঢ়ি কেনেকৈ HS Final Exam 2024 দিব।

Download Reduced Syllabus for HS Final Exam 2023-24

HS Final Exam Syllabus

প্ৰতি বছৰে HS Final Exam ৰ বাবে AHSEC ৰ পৰা সিদ্ধান্ত লৈ পৰীক্ষাৰ বাবে এক নতুন Syllabus নিৰ্ধাৰণ কৰে আৰু তাকেই New Syllabus বা Revised Syllabus বুলি কোৱা হয়। আৰু যদি কোনো New Syllabus ত নিদিষ্ট কোনো অধ্যায় বাদ দিয়া হয় তাকেই Reduced Syllabus বুলি কোৱা হয়।

কি এই Reduced Syllabus for HS Final Exam 2023-24

অসমত উচ্চতৰ মাধ্যমিকৰ মুঠ তিনিটা শাখাৰ পৰীক্ষা – কলা, বিজ্ঞান আৰু বাণিজ্য। ইয়াৰ বাবে প্ৰতি বছৰে AHSEC য়ে এক নিদ্দিষ্ট পাঠ্যক্ৰম যুগুত কৰে।

আমি Assamese Medium নামৰ অসমীয়া শিক্ষামূলক ৱেবচাইটৰ জৰিয়তে আমি Reduced Syllabus for HS Final Exam 2024 লৈ আহিছোঁ, যি আপুনি ওপৰত দিয়া লিংকৰ জৰিয়তে ডাউনলোড কৰিব পাৰিব।

Reduced Syllabus for HS Final Exam 2023-24 ৰ কিছু ধাৰণা

অসম চৰকাৰৰ দ্বাৰা পৰিচালিত চৰকাৰী বিদ্যালয়ত নতুনকৈ দিয়া Syllabus তলত কিছু আলোচনা কৰা হল।

Reduced Syllabus for HS Final Exam 2023-24
HS Final Exam Revised Syllabus 2023-24 –> English
HS Final Exam Revised Syllabus 2023-24 –> Assamese
HS Final Exam Revised Syllabus 2023-24 –> Physics
HS Final Exam Revised Syllabus 2023-24 –> Chemistry
HS Final Exam Revised Syllabus 2023-24 –> Mathematics
HS Final Exam Revised Syllabus 2023-24 –> Biology
HS Final Exam Revised Syllabus 2023-24 –> Sanskrit
HS Final Exam Revised Syllabus 2023-24 –> Logic & Philosophy
HS Final Exam Revised Syllabus 2023-24 –> Home Science
HS Final Exam Revised Syllabus 2023-24 –> Geology
HS Final Exam Revised Syllabus 2023-24 –> Geography
HS Final Exam Revised Syllabus 2023-24 –> Enginering Drawing
HS Final Exam Revised Syllabus 2023-24 –> Economics
HS Final Exam Revised Syllabus 2023-24 –> CSA
HS Final Exam Revised Syllabus 2023-24 –> Statistics

ৰসায়ন বিজ্ঞানত স্নাতক ডিগ্ৰী, ব্যক্তিগত বিদ্যালয়ত শিক্ষক হিচাপে কাম কৰাৰ লগতে Assamese Medium ত CEO যিয়ে সকলো বিষয়ৰ লিখনিসমূহ চোৱাচিতা কৰে।

Leave a Comment