Assam State School Education Board (ASSEB-1) ৰ অন্তৰ্গত Class 9 Assamese Medium ৰ সম্পূৰ্ণ Course আজি আমি ইয়াত আলোচনা কৰিব প্ৰয়াস কৰিছোঁ। Assamese Medium Class 9 ত ইংৰাজী আৰু অসমীয়া বাধ্যতামূলক হোৱাৰ ওপৰিও সাধাৰণ বিজ্ঞান, সমাজ বিজ্ঞান, সাধাৰণ গণিত, আৰু ঐচ্ছিক বিষয় হিচাপে হিন্দী, আৰবী, ঐচ্ছিক গণিত ইত্যাদিৰ ওপৰিও বহুত বিষয় আছে।

ইয়াত আমি Class 9 Assamese Medium ৰ বাবে গোটেই Syllabus ৰ PDF Notes আৰু প্ৰয়োজনীয় বহু প্ৰশ্ন উত্তৰ যোগান ধৰা হৈছে। আপুনি আপোনাৰ প্ৰয়োজন অনুসৰি তলৰ তালিকাখনৰ পৰা পঢ়িব পাৰে।
Class 9 Assamese Medium Question Answer
Chapter 1 | Class 9 Assamese Question Answer |
Chapter 2 | Class 9 English Question Answer |
Chapter 3 | Class 9 Mathematics Question Answer |
Chapter 4 | Class 9 Science Question Answer |
Chapter 5 | Class 9 Social Question Answer |
Chapter 6 | Class 9 Hindi Question Answer |
Chapter 7 | Class 9 Adv Maths Question Answer |
Chapter 8 | Assamese Grammar |
Chapter 9 | English Grammar |
ওপৰত আলোচনা কৰা বিষয়সমূহত যদি আপুনি কিবা অসুবিধা পাইছে তেন্তে আপুনি অনুগ্ৰহ কৰি Assamese Medium Facebook Page ক Follow কৰি জনাব পাৰে, আমি যথা সময়ত তাৰ সমাধান দিবলৈ প্ৰয়াস কৰিম।