Class 12 Physics Chapter 1 PDF Note in Assamese

আপুনি যদি এই পৃষ্ঠা পঢ়ি আছে তেন্তে আমি নিশ্চিত যে আপুনি হয় Assamese Medium ৰ Class 12 Science ৰ শিক্ষাৰ্থী অথবা শিক্ষক আৰু আপুনি আজি ইয়াত Class 12 Physics Chapter 1 PDF Note in Assamese বিচাৰিহে আহিছে। হয়, চিন্তাৰ কোনো কাৰণে নাই, আমি আজি ইয়াত Class 12 Physics Chapter 1 PDF Notes in Assamese আপোনালোকৰ বাবে লৈ আহিছোঁ।

Class 12 Physics Chapter 1 তথা বৈদ্যুতিক আধান আৰু ক্ষেত্ৰ নামৰ অধ্যায়ৰ সম্পূৰ্ণ ধাৰণা আমি আলোচনা কৰিছো আৰু ইয়াৰ PDF Notes তলত দিয়া লিংকৰ জৰিয়তে যোগান ধৰাৰ প্ৰয়াস কৰিছো। আপুনি বিচাৰিলে তলত দিয়া লিংকত ক্লিক কৰি পঢ়িব পাৰে।

Class 12 Physics Assamese MediumRs. 199/-Buy Now

কি কি আছে Class 12 Physics Chapter 1 PDF Note in Assamese ত?

আমি Class 12 Physics Chapter 1 তথা বৈদ্যুতিক আধান আৰু ক্ষেত্ৰ নামৰ অধ্যায়ৰ সকলো বিষয়ৰ সম্পূৰ্ণ ধাৰণা এই PDF Notes ৰ জৰিয়তে দিবলৈ প্ৰয়াস কৰিছো। আমি Class 12 Physics Chapter 1 PDF Note in Assamese ত আলোচনা কৰা বিষয়সমূহ তলত উল্লেখ কৰিছো।

  • বৈদ্যুতিক আধান
  • অধানৰ মৌলিক গোট
  • সোন পাত বিদ্যুতবীক্ষন
  • আধনৰ আহিতকৰণ
  • আধানৰ মৌলিক ধৰ্ম
  • কুলম্বৰ ধৰ্ম
  • বৈদ্যুতিক প্ৰৱেশ্যতা
  • আপেক্ষিক প্ৰৱেশ্যতা
  • কুলম্বৰ সূত্ৰৰ ভেক্টৰৰূপ
  • উপৰিপাতন নীতি
  • বিদ্যুৎক্ষেত্ৰ আৰু বিদ্যুৎক্ষেত্ৰ প্ৰাৱল্য
  • বিন্দু আধানৰ বাবে বিদ্যুৎক্ষেত্ৰ
  • আধানৰ ঘনত্ব
  • বৈদ্যুতিক ক্ষেত্ৰৰেখা আৰু ইয়াৰ ধৰ্ম
  • বৈদ্যুতিক দ্বিমেৰু
  • বৈদ্যুতিক দ্বিমেৰু ভ্ৰামক
  • দ্বিমেৰুৰ বাবে বিদ্যুৎক্ষেত্ৰ
  • নিৰক্ষৰেখাত থকা বিন্দুৰ বাবে বিদ্যুৎক্ষেত্ৰ
  • সুষম বিদ্যুৎক্ষেত্ৰত দ্বিমেৰুৰ ওপৰত ক্ৰিয়া কৰা টৰ্ক
  • ক্ষেত্ৰভেক্টৰ আৰু বৈদ্যুতিক ফ্লাক্স
  • গাউচৰ সূত্ৰ আৰু প্ৰমাণ
  • গাউচীয় পৃষ্টৰ ধৰ্ম আৰু ইয়াৰ প্ৰয়োগ
  • অসীম বিস্তৃতিৰ সুষমভাৱে আহিত সমতলীয় পৰিবাহী পাত এটাৰ বাবে বিদ্যুৎক্ষেত্ৰ

ওপৰত উল্লেখিত প্ৰতিটো বিষয়ৰ সহজ সৰল শুদ্ধ অসমীয়া ভাষাত আমি এই PDF Notes ত আলোচনা কৰাৰ প্ৰয়াস কৰিছো। আপুনি তলত দিয়া লিংকৰ জৰিয়তে আপুনি Class 12 Physics Chapter 1 PDF Note in Assamese পঢ়িব পাৰে।

Class 12 Physics Chapter 1 PDF Note in Assamese

Class 12 Physics Chapter 1 PDF Notes in Assamese

আমি দিয়া PDF Note আপুনি Assamese Medium ৱেবচাইটৰ জৰিয়তে পঢ়িব পাৰে। ইয়াৰ পৰা আপুনি এই PDF Note ডাউনলোড কৰিব নোৱাৰে বা প্ৰিণ্ট কৰিব নোৱাৰে। যদি আপুনি Class 12 Physics PDF Notes Buy কৰিব খোজে তেন্তে তলত দিয়া লিংকত ক্লিক কৰক।

Buy Class 12 Physics PDF Note for Assamese Medium

Leave a Comment