আপোনালোক সকলোকে আকৌ এবাৰ স্বাগতম জনাইছোঁ Assamese Medium ৰ আন এক গুৰুত্বপূৰ্ণ আলোচনাত। আজি আমি আপোনালোকৰ বাবে Class 12 Physics Assamese Medium ৰ সম্পূৰ্ণ পাঠ্যক্ৰমৰ সহজ সৰল ব্যাখ্যা আগবঢ়াবলৈ প্ৰয়াস কৰিছো।
নামনি অসমৰ এখন আগশাৰীৰ ব্যক্তিগত শিক্ষা অনুষ্ঠান “হেৰিটেজ একাডেমী, কলগাঁছিয়াৰ পদাৰ্থ বিজ্ঞানৰ অভিজ্ঞতা সম্পন্ন শিক্ষক Shafi Ullah Sir এ প্ৰস্তুত কৰা Class 12 Physics Assamese Medium PDF Notes আপোনালোকৰ বাবে আমি Assamese Medium ৰ জৰিয়তে Share কৰিবলৈ প্ৰয়াস কৰিছো।
Class 12 Physics Assamese Medium ত প্ৰথম খণ্ড আৰু দ্বিতীয় খণ্ড নামৰ দুটা ভাগ আছে আৰু প্ৰতিটো ভাগত কিছু অধ্যায় সন্নিৱিষ্ট আছে। ইয়াৰে প্ৰথম ভাগত ৮ টা অধ্যায় আৰু দ্বিতীয় ভাগত মুঠ ৭ টা অধ্যায় সন্নিৱিষ্ট কৰা আছে।
Class 12 Physics Assamese Medium ত সৰ্বমুঠ ১৫ টা অধ্যায় আছে যাৰ অতি সহজ আৰু বুজিব পৰাকৈ শুদ্ধ অসমীয়াত আলোচনা কৰা হৈছে। আপুনি বিচাৰি Class 12 Physics Assamese Medium ৰ সমাধানসমূহ PDF Notes হিচাপে ডাউনলোড কৰিব পাৰে।
ইয়াত আমি Class 12 Physics Chapter 1 PDF Notes and Class 12 Physics Chapter 2 PDF Notes সম্পূৰ্ণ বিনামূলীয়াকৈ দিছোঁ । আপুনি তলত দিয়া লিংকৰ পৰা ডাউনলোড কৰিব পাৰিব।
- বৈদ্যুতিক আধান আৰু ক্ষেত্ৰ — Download PDF
- বৈদ্যুতিক বিভব আৰু ধাৰকত্ব — Download PDF
আমি প্ৰথম আৰু দ্বিতীয় অধ্যায় সম্পূৰ্ণ বিনামূলীয়াকৈ ডাউনলোড কৰাৰ ব্যৱস্থা কৰাৰ লগতে বাকী মুঠ 15 টা অধ্যায়ৰ PDF Zip File Buy কৰাৰ লিংক তলত দিছোঁ।
Class 12 Physics [Full Course] | 299/- | Buy Now |
আমি আপোনালৈ লিখা কোনো বিষয়ত কিবা অসুবিধা থাকিলে আপুনি অনুগ্ৰহ কৰি Assamese Medium Facebook Page ক Follow কৰি আমাৰ সৈতে পোনপটীয়াভাৱে যোগাযোগ কৰিব পাৰে। আমি আপোনাৰ যিকোনো প্ৰশ্নৰ উত্তৰ দিবলৈ প্ৰয়াস কৰিম।

Class 12 Physics Assamese Medium Full Syllabus
Class 12 Physics Chapters | |
Chapter 01 বৈদ্যুতিক আধান আৰু ক্ষেত্ৰ | View PDF |
Chapter 02 বৈদ্যুতিক বিভব আৰু ধাৰকত্ব | View PDF |
Chapter 03 প্ৰৱাহী বিদ্যুৎ | View PDF |
Chapter 04 গতিশীল আধান আৰু চুম্বকত্ব | View PDF |
Chapter 05 চুম্বকত্ব আৰু পদাৰ্থ | View PDF |
Chapter 06 বিদ্যুৎ চুম্বকীয় আৱেশ | View PDF |
Chapter 07 পৰিবৰ্তী প্ৰবাহ | View PDF |
Chapter 08 বিদ্যুৎ চুম্বকীয় তৰংগ | View PDF |
Chapter 09 পোহৰ: ৰশ্মি বিজ্ঞান আৰু আলোক যন্ত্ৰ | View PDF |
Chapter 10 পোহৰ তৰংগ | View PDF |
Chapter 11 বিকিৰণ আৰু পদাৰ্থৰ দ্বৈত প্ৰকৃতি | View PDF |
Chapter 12 পৰমাণু | View PDF |
Chapter 13 নিউক্লিয়াছ | View PDF |
Chapter 14 অৰ্ধপৰিবাহী ইলেক্টনিক্স | View PDF |
Chapter 15 যোগাযোগ ব্যৱস্থা | View PDF |