Class 12 Physics Assamese Medium

আপোনালোক সকলোকে আকৌ এবাৰ স্বাগতম জনাইছোঁ Assamese Medium ৰ আন এক গুৰুত্বপূৰ্ণ আলোচনাত। আজি আমি আপোনালোকৰ বাবে Class 12 Physics Assamese Medium ৰ সম্পূৰ্ণ পাঠ্যক্ৰমৰ সহজ সৰল ব্যাখ্যা আগবঢ়াবলৈ প্ৰয়াস কৰিছো।

নামনি অসমৰ এখন আগশাৰীৰ ব্যক্তিগত শিক্ষা অনুষ্ঠান “হেৰিটেজ একাডেমী, কলগাঁছিয়াৰ পদাৰ্থ বিজ্ঞানৰ অভিজ্ঞতা সম্পন্ন শিক্ষক Shafi Ullah Sir এ প্ৰস্তুত কৰা Class 12 Physics Assamese Medium PDF Notes আপোনালোকৰ বাবে আমি Assamese Medium ৰ জৰিয়তে Share কৰিবলৈ প্ৰয়াস কৰিছো।

Class 12 Physics Assamese Medium ত প্ৰথম খণ্ড আৰু দ্বিতীয় খণ্ড নামৰ দুটা ভাগ আছে আৰু প্ৰতিটো ভাগত কিছু অধ্যায় সন্নিৱিষ্ট আছে। ইয়াৰে প্ৰথম ভাগত ৮ টা অধ্যায় আৰু দ্বিতীয় ভাগত মুঠ ৭ টা অধ্যায় সন্নিৱিষ্ট কৰা আছে।

Class 12 Physics Assamese Medium ত সৰ্বমুঠ ১৫ টা অধ্যায় আছে যাৰ অতি সহজ আৰু বুজিব পৰাকৈ শুদ্ধ অসমীয়াত আলোচনা কৰা হৈছে। আপুনি বিচাৰি Class 12 Physics Assamese Medium ৰ সমাধানসমূহ PDF Notes হিচাপে ডাউনলোড কৰিব পাৰে।

ইয়াত আমি Class 12 Physics Chapter 1 PDF Notes and Class 12 Physics Chapter 2 PDF Notes সম্পূৰ্ণ বিনামূলীয়াকৈ দিছোঁ । আপুনি তলত দিয়া লিংকৰ পৰা ডাউনলোড কৰিব পাৰিব।

  • বৈদ্যুতিক আধান আৰু ক্ষেত্ৰDownload PDF
  • বৈদ্যুতিক বিভব আৰু ধাৰকত্বDownload PDF

আমি প্ৰথম আৰু দ্বিতীয় অধ্যায় সম্পূৰ্ণ বিনামূলীয়াকৈ ডাউনলোড কৰাৰ ব্যৱস্থা কৰাৰ লগতে বাকী মুঠ 15 টা অধ্যায়ৰ PDF Zip File Buy কৰাৰ লিংক তলত দিছোঁ।

Class 12 Physics [Full Course]299/-Buy Now

আমি আপোনালৈ লিখা কোনো বিষয়ত কিবা অসুবিধা থাকিলে আপুনি অনুগ্ৰহ কৰি Assamese Medium Facebook Page Follow কৰি আমাৰ সৈতে পোনপটীয়াভাৱে যোগাযোগ কৰিব পাৰে। আমি আপোনাৰ যিকোনো প্ৰশ্নৰ উত্তৰ দিবলৈ প্ৰয়াস কৰিম।

Class 12 Physics in Assamese

Class 12 Physics Assamese Medium Full Syllabus

Class 12 Physics ChaptersPDF
Chapter 01 বৈদ্যুতিক আধান আৰু ক্ষেত্ৰView PDF
Chapter 02 বৈদ্যুতিক বিভব আৰু ধাৰকত্বView PDF
Chapter 03 প্ৰৱাহী বিদ্যুৎView PDF
Chapter 04 গতিশীল আধান আৰু চুম্বকত্বView PDF
Chapter 05 চুম্বকত্ব আৰু পদাৰ্থView PDF
Chapter 06 বিদ্যুৎ চুম্বকীয় আৱেশView PDF
Chapter 07 পৰিবৰ্তী প্ৰবাহView PDF
Chapter 08 বিদ্যুৎ চুম্বকীয় তৰংগView PDF
Chapter 09 পোহৰ: ৰশ্মি বিজ্ঞান আৰু আলোক যন্ত্ৰView PDF
Chapter 10 পোহৰ তৰংগView PDF
Chapter 11 বিকিৰণ আৰু পদাৰ্থৰ দ্বৈত প্ৰকৃতিView PDF
Chapter 12 পৰমাণুView PDF
Chapter 13 নিউক্লিয়াছView PDF
Chapter 14 অৰ্ধপৰিবাহী ইলেক্টনিক্সView PDF
Chapter 15 যোগাযোগ ব্যৱস্থাView PDF

Buy Now