সংবিধানৰ আদৰ্শ | Ideals of Constitution
যদি আমি ভাৰতীয় সংবিধানৰ আদৰ্শ (Ideals of Indian Constitution Class 10 Social Assamese Medium) আৰু লক্ষ্য জানিব বিচাৰো তেন্তে আমি সংবিধানৰ প্ৰস্থাৱনা (preamble of Indian constitution) ৰ বিষয়ে আহা জানি লওঁ। প্ৰস্থাৱনা হল সংবিধানৰ পাতনি। যেনেদৰে যিকোনো এখন কিতাপৰ পাতনিত চমুকৈ কিছু কথা লিখা থাকে, যত চমুকৈ কৈ থাকে কিন্তু সকলো কথাই বুজাই দিয়ে কিতাপৰ ভিতৰত কি … Read more