অসমৰ ভূগোল প্ৰশ্ন উত্তৰ & MCQ | HSLC 2024

অসমৰ ভূগোল প্ৰশ্ন উত্তৰ

অসমৰ ভূগোল Class 10 Social ৰ আন এক গুৰুত্বপূৰ্ণ অধ্যায়। আমি Class 10 Social ৰ বহুত অধ্যায় আলোচনা কৰিছোঁ আৰু আজি আমি আপোনালোকক আকৌ স্বাগতম জনাইছোঁ Assamese Medium লৈ।  আজি আমি আলোচনা কৰিম সমাজ বিজ্ঞান দশম মান শ্ৰেণীৰ (Class 10 Social Science) ৰ ভূগোল অংশৰ চতুৰ্থ অধ্যায় অসমৰ ভূগোল। অসমৰ ভূগোলত বহু কেইটা গুৰুত্বপূৰ্ণ বিষয় … Read more