আপুনি যদি বাৰে বাৰে Assam Govt Holiday List PDF 2024 বা Holiday List 2024 Assam আদি বিচাৰি আছে তেন্তে এই লিংক আপোনাৰ বাবেই।
আমি আপোনালোকৰ কষ্ট সাৰ্থক কৰিবলৈ Assamese Medium নামৰ এই শিক্ষামূলক ৱেবছাইটত Assam Govt Holiday List PDF 2024 বা Holiday List 2024 Assam Download কৰাৰ বাবে পোনপটীয়া লিংকৰ যোগান ধৰাৰ প্ৰয়াস কৰিছো। তেন্তে আহক, তলত দিয়া লিংকত ক্লিক কৰি এতিয়াই Holiday List 2024 Assam Download কৰি লওক।
- You Can Also Download
Date | Day | Festival or Occasion |
---|---|---|
Jan 15/ 2024 | Monday | Magh Bihu/Tusu Puja |
Jan 16 | Tuesday | Magh Bihu/Tusu Puja |
Jan 23 | Tuesday | Netaji’s Birthday/Gwthar Bathou San |
Jan 26 | Friday | Republic Day |
Feb 24 | Saturday | Bir Chilaray Divas |
Mar 25 | Monday | Dol Jatra |
Mar 29 | Friday | Good Friday |
Apr 11 | Thursday | Id-ul-Fitr |
Apr 13 | Saturday | Bohag Bihu |
Apr 14 | Sunday | Bohag Bihu |
Apr 15 | Monday | Bohag Bihu |
Apr 20 | Saturday | Sati Sadhani Divas |
May 1 | Wednesday | May Day |
May 23 | Thursday | Budha Purnima |
May 24 | Friday | Janmotsav of Sri Sri Madhabdeva |
Jun 17 | Monday | Id-ul-Zuha |
Jul 17 | Wednesday | Muharram |
Aug 15 | Thursday | Independence Day |
Aug 26 | Monday | Janmastomi |
Oct 2 | Wednesday | Mahatma Gandhi’s Birthday |
Oct 10 | Thursday | Durga Puja |
Oct 11 | Friday | Durga Puja |
Oct 12 | Saturday | Durga Puja |
Oct 13 | Sunday | Vijaya Dashomi |
Oct 31 | Thursday | Kali Puja & Diwali |
Nov 15 | Friday | Gurunanak’s Birthday |
Dec 2 | Monday | Asom Divas (Su-Ka-Pha Divas) |
Dec 25 | Wednesday | Christmas |
Holiday List 2024 Assam Download
কিয় প্ৰয়োজন হয় এই Assam Govt Holiday List PDF 2024?
আপুনি যদি Assamese Medium ত অধ্যয়ন কৰা শিক্ষাৰ্থী অথবা শিক্ষক- কৰ্মচাৰী তেন্তে আপুনি নিশ্চয় জ্ঞাত যে এই Assam Govt Holiday List PDF 2024 কি আৰু ই আপোনাক কেনেদৰে সহায় কৰে।
অসম চৰকাৰ দ্বাৰা প্ৰকাশিত এই Assam Govt Holiday List PDF 2024 মতে যিকোনো চৰকাৰী বিদ্যালয়ত কৰ্মৰত কৰ্মচাৰীয়ে কাৰ্য্য চলাই যাব লাগিব। সেই গতিতে, ই আপোনালোকৰ বাবে এক গুৰুত্বপূৰ্ণ তথ্য।
আপুনি তলত দিয়া লিংকৰ জৰিয়তে Assam Govt Holiday List PDF 2024 Download কৰি লব পাৰে।
Assam Govt Holiday List PDF 2024 ছাত্ৰ ছাত্ৰীৰ কি কামত আহিব?
শিক্ষক – শিক্ষয়িত্ৰীৰ দৰেই যিকোনো ছাত্ৰ ছাত্ৰীয়ে নিয়মিতভাৱে বিদ্যাল়সমূহত আহিব লাগে, তেন্তে নিচ্ছয় এই Assam Govt Holiday List PDF 2024 ই বহুত সহায় কৰিব।
এই Assam Govt Holiday List PDF 2024 Download কৰা ছাত্ৰ ছাত্ৰীয়ে আগতীয়াকৈ চৰকাৰে প্ৰদান কৰা বন্ধৰ দিন গম পাব আৰু যিকোনো পৰিকল্পনা সঠিক মতে কৰিব পাৰিব।
ইয়াৰ ওপৰিও বিভিন্ন সময়ত উৎযাপিত উৎসৱ পাৰ্বনৰ কথা গম পাব আৰু সেইবোৰৰ বিষয়ে জানি নিজকে জ্ঞান পুষ্ট কৰিব পাৰিব।
শেষ বাক্য
Assam Govt Holiday List PDF 2024 download কৰা বা নকৰাৰ কাৰণ বিচাৰি গলে আমি বহু কথাই কব পাৰিম যদিও এইখিনিতে সমাপ্ত কৰিব বিছাৰিছো।
আপুনি যদি এই Assam Govt Holiday List PDF 2024 Download কৰিব বিচাৰি আছে তেন্তে চিন্তাৰ কোনো কাৰণ নাই, ওপৰত দিয়া লিংকৰ জৰিয়তে ডাউনলোড কৰিব পাৰিব।