আপুনি HSLC 2024 ৰ পৰীক্ষাৰ্থী হয় নেকি? আপুনি অসমীয়া মাধ্যমৰ শিক্ষাৰ্থী হয় নেকি? যদি আপুনি অসমীয়া মাধ্যম (Assamese Medium ) ৰ শিক্ষাৰ্থী আৰু 2024 ত HSLC পৰীক্ষা দিব তেন্তে Modern Indian Language (MIL Assamese ) ৰ বিপৰীত শব্দ (Opposite Word In Assamese ) পঢ়াৰ প্ৰয়োজন আছে বুলি ভাবি আমি আপোনাৰ বাবে লৈ আহিছোঁ 5000+ বিপৰীত শব্দ ।
যদিও আমি ইয়াত 5000+ Opposite Word in Assamese ৰ বিষয়ে আলোচনা কৰিব গৈ আছোঁ, কিন্তু এটা কথা কবলৈ লাগিব যে এই শব্দ – আৰু বিপৰীত শব্দৰ লিষ্টৰ পৰা শব্দ বিচাৰি পোৱা অলপ টান হব। সেই কাৰণে আমি আপোনাৰ বাবে আন এখন বিপৰীত শব্দৰ Letter Wise Assamese Opposite Word প্ৰকাশ কৰিছোঁ। যদি আপুনি পঢ়িব বিচাৰে তেন্তে লিংকত ক্লিক কৰক।
অ- বিপৰীত শব্দ তালিকা শব্দ বিপৰীত শব্দ অংগচ্ছেদন অংগসংস্থাপন অংশ পূৰ্ণ অংশকালীন পূৰ্ণকালীন অকথন কথন অকথনীয় কথনীয় অকথিত কথিত, ব্যক্ত অকথ্য কথ্য, বাচ্য অকপট কপট অকম্পমান কম্পমান অকৰণীয় কৰণীয় অকৰ্ম সুকৰ্ম অকৰ্মক সকৰ্মক অকল লগ অকলংক কলংক অকল্পনীয় কল্পনীয় অকলশৰীয়া লগ থকা, সংগ থকা অকল্যাণ কল্যাণ অকাঁৰী কাঁৰী অকাই-পকাই পোনাই অকাতৰ কাতৰ অকাম্য কাম্য অকায় শৰীৰী অকাৰণ কাৰণ অকাৰ্য সুকাৰ্য অকীৰ্তি সুনাম, কীৰ্তি অকুটিল কুটিল অকুণ্ঠ দ্বিধা, সংকোচ অকৃতকাৰ্য কৃতকাৰ্য অকৃতকাৰ্যতা কৃতকাৰ্যতা অকৃতজ্ঞ কৃতজ্ঞ অকৃতদাৰ কৃতদাৰ অকৃতাৰ্থ কৃতাৰ্থ অকৃতি সুকৃতি অকৃত্য কৃত্য অকৃত্ৰিম কৃত্ৰিম অকৃপণ কৃপণ অক্ৰূৰ ক্ৰূৰ অক্ৰোধ ক্ৰোধ অক্লান্ত ক্লান্ত অক্লিষ্ট ক্লিষ্ট অক্লেদ্য ক্লেদযুক্ত, ক্লেদ্য অক্লেশ ক্লেশ অখণ্ড খণ্ড, ডোখৰ অখাদ্য খাদ্য অখ্যাত খ্যাত, বিখ্যাত অগণনীয় গণনীয় অগভীৰ গভীৰ, দ অগাধ তৰাং, বাম, অব্যাপ্ত অগিয়ান জ্ঞানী অগুণ সগুণ অগোচৰ গোচৰ অগ্র পশ্চ, পশ্চাৎ অগ্ৰগতি পশ্চাৎগতি অগ্রগামী পশ্চাদগামী অগ্ৰজ অনুজ অগ্ৰাহ্য গ্ৰাহ্য অঘৰী গৃহী অচতুৰ চতুৰ অচৰ চৰ অচল সচল, প্ৰচলিত অচলায়তন সচলায়তন অচিন পৰিচিত, চিনাকি অচিনাকি চিনাকি অচিনাক্ত চিনাক্ত অচিন্তিত চিন্তিত অচিন্ত্য চিন্ত্য অচুম্বকীয় চুম্বকীয় অচেতন চেতন, অজড়, সচেতন অচৈতন্য চৈতন্য অচ্যুত চ্যুত অছিদ্ৰ ছিদ্ৰ অজলা টেঙৰ অজিতেন্দ্ৰিয় জিতেন্দ্ৰিয় অজীৰ্ণ জীৰ্ণ অজৈৱ জৈৱ অজ্ঞ প্ৰাজ্ঞ, জ্ঞানী, জ্ঞানৱন্ত অজ্ঞাত জ্ঞাত অজ্ঞান সজ্ঞান অজ্ঞানী জ্ঞানী, জ্ঞানৱন্ত অজ্ঞেয় জ্ঞেয় অজ্ঞেয়বাদ জ্ঞেয়বাদ অটুট অপূৰ্ণ অণু বৃহৎ অতনু তনু অতল অগভীৰ, বাম অতিকায় ক্ষুদ্ৰকায় অতিবৃষ্টি অনাবৃষ্টি অতীত বৰ্তমান, ভৱিষ্যৎ অতীন্দ্ৰিয় ইন্দ্ৰিয়গ্ৰাহ্য অতুল অননুপম অতৃপ্ত তৃপ্ত অতৃপ্তি তৃপ্তি অত্বৰ দ্ৰুত অত্যধিক ন্যূনধিক অত্যাৱশ্যকীয় অনাৱশ্যকীয় অত্যুৎকৃষ্ট নিকৃষ্ট অথনি এতিয়া অথাউনি থাউনি অথিৰ থিৰ, স্থিৰ অদগ্ধ দগ্ধ অদম্য দম্য অদৰকাৰ দৰকাৰ অদৰকাৰী দৰকাৰী অদৰ্শন দৃষ্টিগোচৰ, দৰ্শন অদহনীয় দহনীয়, দাহ্য অদাহ্য দাহ্য অদূৰ দূৰ অদৃশ্য দৃশ্য অদেখা চকুত পৰা, দেখা অদ্বৈত দ্বৈত অদ্বৈতবাদী দ্বৈতবাদী অদ্রবনীয় দ্ৰবনীয় অদ্ৰষ্ট দ্ৰষ্ট অদ্ৰুত দ্ৰুত অধঃ ঊৰ্ধ্ব অধম উত্তম অধমৰ্ণ উত্তমৰ্ণ অধৰ্ম ধৰ্ম অধিক কম অধিকাৰ অনধিকাৰ অধিত্যকা উপত্যকা অধীন স্বাধীন অধীৰ স্থিৰ অধৈৰ্য ধৈৰ্য অধোগতি ঊৰ্ধ্বগতি অধোদৃষ্টি ঊৰ্ধ্বদৃষ্টি অধোমুখ ঊৰ্ধ্বমুখ অধ্যাপক অধ্যায়ী অধ্যায়ী অধ্যাপক অনংগ মূৰ্ত অনতিক্ৰম অতিক্ৰম অনধিক অধিক অনধিকৃত অধিকৃত অননুকৰণীয় অনুকৰণীয় অননুজ্ঞাত অনুজ্ঞাত, আদেশপ্ৰাপ্ত, অনুমতিপ্ৰাপ্ত, অনুমোদনপ্ৰাপ্ত, অনুমোদিত, অনুমত অননুমত অনুমত, অনুজ্ঞাত, আদেশপ্ৰাপ্ত, অনুমতিপ্ৰাপ্ত, অনুমোদনপ্ৰাপ্ত, অনুমোদিত অনন্ত অন্ত অনভিজ্ঞ অভিজ্ঞ অনভিপ্ৰেত অভিপ্ৰেত অনভ্যস্ত অভ্যস্ত অনভ্যাস অভ্যাস অনমনীয় নমনীয় অনৰ্থ অর্থ অনশন অশন অনাগত আগত অনাচাৰ আচাৰ অনাচাৰী আচাৰবিশিষ্ট অনাটন উভৈনদী অনাড়ম্বৰ আড়ম্বৰ, জাক্জমক অনাদৰ আদৰ অনাদায় আদায় অনাদৃত আদৃত অনাবিল আবিল অনাবৃত আবৃত, পৰিবৃত অনাবৃষ্টি অতিবৃষ্টি অনাৰ্দ্ৰ আৰ্দ্ৰ অনাৰ্য আৰ্য অনাৱশ্যক আৱশ্যক অনাৱিষ্কৃত আৱিষ্কৃত অনাশ্ৰয় আশ্ৰয় অনাশ্ৰিত আশ্ৰিত অনাসক্ত আসক্ত অনাস্থা আস্থা অনাহক দৰকাৰ, হক থকা অনাহত আহত অনিচ্ছা ইচ্ছা অনিচ্ছাকৃত ইচ্ছাকৃত অনিচ্ছুক ইচ্ছুক অনিত্য নিত্য অনিদ্ৰা নিদ্ৰা অনিন্দিত নিন্দিত অনিন্দিতা নিন্দিতা অনিন্দ্য নিন্দ্য অনিবাৰ নিবাৰ অনিমন্ত্ৰিত নিমন্ত্ৰিত অনিমেষ নিমেষ অনিয়ত নিয়ত অনিয়তাকাৰ নিয়তাকাৰ অনিগম নিগম অনিয়মিত নিয়মিত অনিৰুদ্ধ নিৰুদ্ধ অনিৰ্দিষ্ট নিৰ্দিষ্ট অনিৰ্বচনীয় নিৰ্বচনীয় অনিৰ্বন্ধ সংবদ্ধ অনিৰ্বাণ নিৰ্বাণ অনিৰ্মিত নিৰ্মিত অনিশ্চয় নিশ্চয় অনিশ্চয়তা নিশ্চয়তা অনিশ্চিত নিশ্চিত অনিয়মিত নিয়মিত অনীতি নীতি অনীশ্বৰবাদ অস্তিত্ববাদ অনীহ স্পৃহ অনুকূল প্ৰতিকূল অনুক্ত উক্ত অনুক্তি উক্তি অনুগ্ৰ উগ্ৰ অনুগ্রহ নিগ্ৰহ অনুচিত উচিত অনুচ্চ উচ্চ অনুজ অগ্ৰজ অনুজ্ঞাত অননুজ্ঞাত অনুজ্জ্বল উজ্জ্বল অনুত্তীৰ্ণ উত্তীৰ্ণ অনুৎসাহ উৎসাহ অনুদাত্ত উদাত্ত অনুদাৰ উদাৰ অনুদিত উদিত অনুদ্দিষ্ট উদ্দিষ্ট অনুদ্ধত উদ্ধত অনুদ্ভূত উদ্ভূত অনুদ্বায়ী উদ্বায়ী অনুদ্বিগ্ন উদ্বিগ্ন অনুদ্বেগ উদ্বেগ অনুদ্যম উদ্যম অনুদ্যমী উদ্যমী অনুদ্যোগ উদ্যোগ অনুন্নত উন্নত অনুপযুক্ত উপযুক্ত অনুপযোগী উপযোগী অনুপলব্ধি উপলব্ধি অনুপস্থিত উপস্থিত অনুপায় উপায় অনুভৱ অননুভৱ অনুমতি অসন্মতি অনুমোদন অননুমোদন অনুৰক্ত অনাসক্ত, বিৰক্ত অনুৰাগ বিৰাগ অনুৰ্বৰ, অনুৰ্বৰা উৰ্বৰ, উৰ্বৰা অনুলোম বিলোম, প্ৰতিলোম অনুৱৰ্তী পূৰ্বৱৰ্তী অনুশীলন অননুশীলন অনুসৰ্গ উপসৰ্গ অনূঢ় বিবাহিত অনৃত সুনৃত অনেক এক অনৈক্য ঐক্য অনৈতিক নৈতিক অনৈষ্ঠিক নৈষ্ঠিক অনৌচিত্য ঔচিত্য অন্ত আদি অন্তঃ বহিঃ অন্তৰ বহিঃ, বাহিৰ অন্তৰংগ বহিৰংগ অন্তৰিন্দ্ৰিয় বহিৰিন্দ্ৰিয় অন্তৰ্ধান দৃশ্য অন্তৰ্বাণিজ্য বহিৰ্বাণিজ্য অন্তৰ্মুখী বহিৰ্মুখী অন্ত্য আদ্য অন্ধকাৰ পোহৰ, আলোক অন্ধিকা দিন অন্যায় ন্যায় অন্যূন ন্যূন অপকৰ্ম সুকৰ্ম অপকৰ্ষ উৎকৰ্ষ অপকাৰ উপকাৰ অপকাৰিতা উপকাৰিতা অপকাৰী উপকাৰী অপকীৰ্তি সুকীৰ্তি অপকৃষ্ট উৎকৃষ্ট অপকেন্দ্ৰিক অভিকেন্দ্ৰিক অপচয় উপচয় অপছন্দ পছন্দ অপক্ব পক্ব অপটু পটু অপঠিত পঠিত অপথ সুপথ অপথ্য পথ্য অপপ্রয়োগ সুপ্ৰয়োগ অপব্যয় পৰিমিতব্যয় অপমান মান অপৰাজিত পৰাজিত অপৰাজেয় পৰাজেয় অপৰাধ অনপৰাধ অপৰাধী নিৰপৰাধ, নিৰপৰাধী অপৰাহ্ণ পূৰ্বাহ্ণ অপৰিকল্পিত পৰিকল্পিত অপৰিচিত পৰিচিত অপৰিচিতা পৰিচিতা অপৰিচ্ছন্ন পৰিচ্ছন্ন অপৰিজ্ঞাত পৰিজ্ঞাত অপৰিণত পৰিণত অপৰিত্যক্ত পৰিত্যক্ত অপৰিনামদৰ্শী পৰিনামদৰ্শী অপৰিপক্ব পৰিপক্ব অপৰিপূৰ্ণ পৰিপূৰ্ণ অপৰিপাট্য পৰিপাটি অপৰিবাহিতা পৰিবাহিতা অপৰিবাহী পৰিবাহী অপৰিব্যক্ত ব্যক্ত অপৰিমেয় পৰিমেয় অপৰিৱৰ্তন পৰিৱৰ্তন অপৰিৱৰ্তনীয় পৰিৱৰ্তনীয় অপৰিৱৰ্তিত পৰিৱৰ্তিত অপৰিশোধ্য পৰিশোধ্য অপৰিষ্কাৰ পৰিষ্কাৰ অপৰিসীম পৰিসীম অপৰিহাৰ্য পৰিহাৰ্য অপৰ্যাপ্ত পৰ্যাপ্ত অপলক পলক অপৱিত্ৰ পৱিত্ৰ অপহূতা নিমন্ত্ৰিত অপাঠ্য পাঠ্য অপাত্ৰ পাত্ৰ অপাৰ পাৰ বা সীমা থকা অপাৰগ পাৰগ অপাৰ্থিৱ পাৰ্থিৱ অপুষ্টি পুষ্টি অপুষ্পক সপুষ্পক অপূৰণ পূৰণ অপূৰ্ণ পূৰ্ণ অপৈণত পৈণত অপ্ৰকট প্ৰকট অপ্ৰকাশ প্রকাশ অপ্ৰকৃতিস্থ প্ৰকৃতিস্থ অপ্রচলিত প্রচলিত অপ্ৰতিদ্বন্দ্বী প্ৰতিদ্বন্দ্বী অপ্ৰতিভ সপ্ৰতিভ অগ্রতিহত প্ৰতিহত অপ্রতুল প্ৰতুল অপ্ৰত্যয় প্ৰত্যয় অপত্যাশিত প্ৰত্যাশিত অপ্রধান প্ৰধান অপ্ৰমত্ত প্ৰমত্ত অপ্রমাদ প্রমাদ অপ্ৰমেয় প্ৰমেয় অপ্ৰয়োজন প্ৰয়োজন অপ্ৰৰোচিত প্ৰৰোচিত অপ্ৰশস্ত প্ৰশস্ত অপ্ৰাকৃতিক প্ৰাকৃতিক অপ্ৰাসংগিক প্ৰাসংগিক অপ্ৰিয় প্ৰিয় অপ্ৰীতি প্ৰীতি অপ্ৰীতিকৰ প্ৰীতিকৰ অপ্ৰীতিভাজন প্ৰীতিভাজন অফুট স্পষ্ট অবধ্য বধ্য অবৰ্ণনীয় বৰ্ণনীয় অবৰ্তমান বৰ্তমান অবলা সবলা অবস্তু বস্তু অবাক বাক, সবাক অবাচ্য বাচ্য অবাঞ্ছিত বাঞ্ছিত অবাট বাট অবাধ্য বাধ্য অবাবত বাবত অবিকশিত বিকশিত অৰ্বাচীন প্রাচীন অবিকৃত বিকৃত অবিচলিত বিচলিত অবিচাৰ বিচাৰ অবিচ্ছিন্ন বিচ্ছিন্ন অবিদিত বিদিত অবিদ্যমান বিদ্যমান অবিদ্যা বিদ্যা অবিধি বিধি অবিধেয় বিধেয় অবিনশ্বৰ নশ্বৰ অবিনীত বিনীত অবিন্যস্ত বিন্যস্ত, সুবিন্যস্ত অবিবাহিত বিবাহিত অবিবেকী বিবেকী অবিবেচক বিবেচক অবিভক্ত বিভক্ত অবিভাজ্য বিভাজ্য অবিমিশ্ৰ ভেজাল অবিৰত বিৰত অবিৰল বিৰল অবিৰাম বিৰাম, সবিৰাম অবিৰোধ বিৰোধ অবিলম্ব বিলম্ব অবিশ্ৰান্ত বিশ্ৰান্ত অবিষাদ বিষাদ অবিষম্বাদী বিষম্বাদী অবিহিত বিহিত অবুজ বোধ অবৃষ্টি বৃষ্টি অবৈদিক বৈদিক অবৈধ বৈধ অবোধ বোধ অব্যক্ত ব্যক্ত অব্যয় ব্যয় অব্যৰ্থ ব্যৰ্থ অব্যৱধান ব্যৱধান অব্যৱহাৰ্য ব্যৱহাৰ্য অব্যৱহৃত অব্যৱহৃত অব্যাহত ব্যাহত অব্যাহতি অপৰিত্ৰাণ অভকত ভকত অভকতীয়া ভকতীয়া অভগন ভগন অভদ্ৰ ভদ্ৰ অভব্য ভব্য অভয় ভয় অভক্ষণ ভক্ষণ অভক্ষ্য ভক্ষ্য অভাজন ভাজন অভাৱ উভৈনদী অভিকেন্দ্ৰিক কেন্দ্ৰবিমুখী অভিজ্ঞ অনভিজ্ঞ অভিন্ন ভিন্ন অভিব্যক্ত অব্যক্ত অভিমানী নিৰভিমান, নিৰভিমানী অভিশাপ আশীৰ্বাদ অভিজ্ঞ অনভিজ্ঞ অভুক্ত ভুক্ত অভূতপূৰ্ব ভূতপূৰ্ব অভেদ ভেদ অভেদ্য ভেদ্য অভ্যন্তৰ বাহিৰ অভ্যাস অনভ্যাস অভ্ৰান্ত ভ্ৰান্ত অমংগল মংগল অমত মত অমনোনয়ন মনোনয়ন অমনোনীত মনোনীত অমনোযোগী মনোযোগী অমৰ মৰণশীল অমল মল অমাত মাত অমানুষিক মানুষিক অমানুহ মানুহ অমান্তি মান্তি অমাৰ্জিত মাৰ্জিত অমান্য মান্য অমিতব্যয়ী মিতব্যয়ী অমিতাচাৰ মিতাচাৰ অমিতাচাৰী মিতাচাৰী অমিত্ৰ মিত্ৰ অমিল মিল অমিশ্র মিশ্র অমূৰ্ত মূৰ্ত অমূল্য মূল্য অমৃত গৰল, বিষ অমেধ্য মেধ্য অম্ল মধুৰ অম্লান ম্লান অযত্ন যত্ন অযথাৰ্থ যথাৰ্থ অযশ যশ অযুক্ত যুক্ত অযুক্তি যুক্তি অযুগুত যুগুত অযোগ্য যোগ্য অযৌক্তিক যৌক্তিক অৰসিক ৰসিক অৰক্ষিত ৰক্ষিত অৰাজনৈতিক ৰাজনৈতিক অৰীতি ৰীতি অৰুচি ৰুচি অৰূপ ৰূপ অৰ্জন অনাৰ্জন, বৰ্জন অর্থ অনৰ্থ অৰ্থী প্ৰত্যৰ্থী অৰ্ধ সম্পূৰ্ণ অৰ্পণ গ্ৰহণ অলংকাৰ নিৰলংকাৰ অলপ বহুত, বেছি অল্প অধিক, সৰহ অলস শ্ৰমী, পৰিশ্রমী অলীক সত্য অল্প বিস্তৰ অল্পপ্ৰাণ মহাপ্ৰাণ অল্পায়ু দীৰ্ঘায়ু অলৌকিক লৌকিক অলৌকিকতা লৌকিকতা অৱকাশ অনৱকাশ অৱগত অনৱগত অৱতল উত্তল অৱনত উন্নত অৱনতি উন্নতি অৱৰোহণ আৰোহণ অৱৰোহী আৰোহী অৱশ বশ অশক্ত শক্ত অশন অনশন অশৰীৰী শৰীৰী অশান্ত শান্ত অশান্তি শান্তি অশালিন শালিন অশাশ্বত শাশ্বত অশিষ্ট শিষ্ট অশিক্ষিত শিক্ষিত অশুচি শুচি অশুদ্ধ শুদ্ধ অশুদ্ধি শুদ্ধি অশুভ শুভ অশুৱনি শুৱনি অশেষ শেষ অশ্রদ্ধা শ্ৰদ্ধা অশ্রাব্য শ্ৰাব্য অশ্রুত শ্ৰুত অশ্লীল শ্লীল অশ্লীলতা শ্নীলতা অসংকোচ সংকোচ অসংগত সংগত অসংপৃক্ত সংপৃক্ত অসংবৃত সংবৃত অসংযত সংযত অসংযম সংযম অসংযমী সংযমী অসংযুক্ত সংযুক্ত অসংযোগ সংযোগ অসংযোগী সংযোগী অসংলগ্ন সংলগ্ন অসজ সজ অসঞ্জাত সজাঁত অসঞ্জাতি সজাঁতি অসতৰ্ক সতৰ্ক অসং সৎ অসতী সতী অসত্য সত্য অসদৃশ সদৃশ অসদ্ব্যৱহাৰ সদ্ব্যৱহাৰ অসম্ভাৱ সম্ভাৱ অসন্তুষ্ট সন্তুষ্ট অসন্তুষ্টি সন্তুষ্টি অসন্তোষ সন্তোষ অসবৰ্ণ সবৰ্ণ অসভ্য সভ্য অসম সম অসময় সুসময় অসমৰ্থ সমৰ্থ অসমান সমান অসমাপ্ত সমাপ্ত অসমীচীন সমীচীন অসম্পূৰ্ণ সম্পূৰ্ণ অসম্ভাব্য সম্ভাব্য অসম্ভ্ৰম সম্ভ্ৰম অসহনীয় সহনীয় অসহযোগ সহযোগ অসহযোগী সহযোগী অসহায় সহায় অসহিষ্ণু সহিষ্ণু অসহ্য সহ্য অসাধাৰণ সাধাৰণ অসাধু সাধু অসাধ্য সাধ্য অসামঞ্জস্য সামঞ্জস্য অসামৰিক সামৰিক অসামান্য সামান্য অসাম্প্ৰদায়িক সাম্প্ৰদায়িক অসাম্য সাম্য অসাফল্য সাফল্য অসাৰ সাৰ অসাৰুৱা সাৰুৱা অসাৰ্থক সাৰ্থক অসাৱধান সাৱধান অসিদ্ধ সিদ্ধ অসিদ্ধি সিদ্ধি অসীম সসীম অসুখ সুখ অসুখী সুখী অসুবিধা সুবিধা অসুৰ সুৰ অসুস্থ সুস্থ অসুস্থতা সুস্থতা অসৌজন্য সৌজন্য অস্ত উদয় অস্তগামী উদীয়মান অস্তাচল উদয়াচল অস্থৱিৰ স্থৱিৰ অস্থায়ী স্থায়ী অস্থাৱৰ স্থাৱৰ অস্থিৰ স্থিৰ অস্থিৰতা স্থিৰতা অস্থূল স্থূল অস্পষ্ট স্পষ্ট অস্পষ্টতা স্পষ্টতা অস্পৃশ্য স্পৃশ্য অস্ফুট স্ফুট অস্বচ্ছ স্বচ্ছ অস্বচ্ছতা স্বচ্ছতা অস্বস্তি স্বস্তি অস্বাচ্ছন্দ্য স্বাচ্ছন্দ্য অস্বাস্থ্যকৰ স্বাস্থ্যকৰ অস্বাভাৱিক স্বাভাৱিক অস্বাভাৱিকতা স্বাভাৱিকতা অস্বীকাৰ স্বীকাৰ অস্বীকাৰ্য স্বীকাৰ্য অস্বীকৃত স্বীকৃত অস্বীকৃত স্বীকৃত অহিংস সহিংস অহিত হিত অহ্ন ৰাত্ৰি অক্ষত ক্ষত অক্ষম সক্ষম অক্ষয় ক্ষয়িষ্ণু
আ – বিপৰীত শব্দ তালিকা শব্দ বিপৰীত শব্দ আংশিক পূৰ্ণ, সম্পূৰ্ণ আইনসংগত আইনবিৰুদ্ধ, বে-আইনী আওকাঠী সুকাঠী আওকাণ মনোযোগ আঁউসী পূৰ্ণিমা আকৰ্ষণ বিকৰ্ষণ আকৰ্ষিত বিকৰ্ষিত আকস্মিক চিৰন্তন আকাশ পাতাল আকুঞ্চন প্ৰসাৰণ আগ গুৰি, পাছ, পিছ আগঢ়ী সুগঢ়ী আগত গত আগদুৱাৰ পিছদুৱাৰ আগহাত বাঁওহাত আগঢ়ী সুগঢ়ী আগত পাছত, পিছত আগম নিৰ্গম আগমন গমন, নিৰ্গমন, প্ৰস্থান, প্ৰত্যাগমন আগৰ এতিয়াৰ, পাছৰ আগলৈ পাছলৈ, পিছলৈ আগেয়ে এতিয়া আগ্ৰহ অনাগ্ৰহ, উপেক্ষা আচল নকল আচামী গোচৰীয়া, ফৰিয়াদী আচাৰ আনাচাৰ আজি কালি আড়ম্বৰ অনাড়াম্বৰ আটকধুনীয়া কুন্ধচ আটিল সোলোক-ঢোলোক, ঢিলা আঢ্যৱন্ত দৰিদ্ৰ, দুখীয়া আঁতৰ ওচৰ আত্ম পৰ আত্মশ্লাঘা আত্মগ্লানি আত্মীয় অনাত্মীয় আথৰ থৰ আদৰ অনাদাৰ আদৰণি বিদায় আদান প্রদান আদায় অনাদায় আদ্য অনাদ্য আদি অন্ত আদিম অন্তিম আদিষ্ট নিষিদ্ধ আদৃত অনাদৃত আদ্য অন্ত্য আধৰুৱা সম্পূৰ্ণ আধা পূৰা, সম্পূৰ্ণ আধিক্য অনাধিক্য আধুনিক পৌৰাণিক, প্ৰাচীন আধুনিকতা প্ৰাচীনতা, প্ৰাচীনত্ব আনন্দ বেদনা, বিষাদ, দুখ, শোক, নিৰানন্দ আনুষ্ঠানিক অনানুষ্ঠানিক আন্ধাৰ পোহৰ আপঁইতা পূৰঠ আপচু সুশ্ৰী আপত্তি সন্মতি আপদ সম্পদ আপী আপা আপোন পৰ আবতৰ বতৰ আবতৰীয়া বতৰীয়া আবাদ অনাবাদ আবাদী অনাবাদী আবদ্ধ মুক্ত আবাদী অনাবাদী আবিল অনাবিল আবুৰ মুকলি, মুক্ত আবৃত অনাবৃত, উন্মুক্ত আবৃতা অনাবৃতা আবেলি পুৱা আভ্যন্তৰ বাহ্যিক আভ্যন্তৰিক বাহ্যিক আভ্যন্তৰীণ বাহ্যিক আমদানি ৰপ্তানী আমান্ন সিদ্ধান্ন আমিষ নিৰামিষ আমিষহাৰী নিৰামিষহাৰী আড়ম্বৰ অনাড়ম্বৰ আড়ম্বৰপূৰ্ণ অনাড়ম্বৰ আয় ব্যয় আয়তী বিধৱা আৰম্ভ শেষ আৰম্ভণি সামৰণি আৰম্ভণী সামৰণী আৰৈ উখোৱা আৰোহণ অৱৰোহণ, অৱতৰণ আৰোহী অৱৰোহী আৰ্জিত অনাৰ্জিত আৰ্দ্ৰ শুষ্ক আৰ্য অনাৰ্য আলস্য শ্ৰম আলোক অন্ধকাৰ আৱশ্যক অনাৱশ্যক আৱৈচ্ছিক ঐচ্ছিক আৱাহন বিসৰ্জন আৱিৰ্ভাব তিৰোভাৱ আৱিৰ্ভূত তিৰোভূত আশকতীয়া সৰল, শক্ত আশা নিৰাশা আশাবাদী নিৰাশাবাদী আশিস অভিশাপ আশীৰ্বাদ অভিশাপ আশু বিলম্ব আশ্ৰয় নিৰাশ্ৰয় আশ্ৰিত অনাশ্ৰিত আশ্ৰিতা অনাশ্ৰিতা আশ্বাস নিৰাশ্বাস আসক্ত নিৰাসক্ত, অনাসক্ত আস্তিক নাস্তিক আস্থা অনাস্থা আস্বাদ বিস্বাদ আস্বাদন অনাস্বাদন, বিস্বাদন আস্বাদিত অনাস্বাদিত আহাৰ অনাহাৰ আহাৰ্য অখাদ্য আহত অনাহত আহুকাল সুচল আহূত অনাহূত আহ্লাদ বিষাদ আহ্লাদিত বিষণ্ণ
ই – বিপৰীত শব্দ তালিকা শব্দ বিপৰীত শব্দ ইচ্ছা অনিচ্ছা ইচ্ছুক অনিচ্ছুক ইটো সিটো ইঠাই সিঠাই ইতৰ ভদ্ৰ ইতিবাচক নেতিবাচক ইদানীন্তন তদানীন্তন ইদৃশ তাদৃশ ইপৰীয়া সিপৰীয়া ইপাৰ সিপাৰ ইপিনে সিপিনে ইপুৰী সিপুৰী ইফলীয়া সিফলীয়া ইফাল সিফাল ইবাৰ সিবাৰ ইমান সিমান ইয়াত তাত ইয়ালৈ তালৈ ইষ্ট অনিষ্ট ইহ পৰ ইহকাল পৰকাল ইহলোক পৰলোক ইহলৌকিক পাৰলৌকিক ইহঁত সিহঁত
ঈ – বিপৰীত শব্দ তালিকা শব্দ বিপৰীত শব্দ ঈপ্সা অনীপ্সা ইপ্সিত অনীপ্সিত ঈশ্বৰবাদ অনীশ্বৰবাদ ঈশ্বৰবাদী অনীশ্বৰবাদী ঈহা অনীহা ঈৰ্ষা প্ৰীতি ঈষৎ অধিক ঈষাণ নৈৰ্ঋত
উ – বিপৰীত শব্দ তালিকা শব্দ বিপৰীত শব্দ উক্ত অনুক্ত উখৰা অকটুৰ উখল-মাখল উৰুঙা উখহ জামৰ উখা আৰৈ উখুৱা আৰৈ উগ্র অনুগ্ৰ, মৃদু উঘাল ৰো উচাতন প্ৰশান্ত, শান্ত উচিত অনুচিত উচ্চ নীচ, অনুচ্চ, নিম্ন উচ্চতা নিম্নতা উচ্চাত্মিকা নীচাত্মিকা উচ্ছুক অনিচ্ছুক উচ্ছৃংখল সুশৃংখল উজনি নামনি উজনিমুৱা নামনিমুৱা উজা ভটিয়া উজান ভাটি উজু জটিল, টান উজ্জ্বল অনুজ্জ্বল, ম্লান উঠ নাম, বহ উঠন পতন উঠা নমা, বহা উতলা কুহুমীয়া উৎকণ্ঠা শান্তি, অনুকণ্ঠা উৎকৰ্ষ অপকৰ্ষ উত্কৃষ্ট নিকৃষ্ট, অপকৃষ্ট উৎপতীয়া শান্ত উৎসাহ নিৰুৎসাহ উৎসাহিত নিৰুৎসাহিত উৎসাহী অনুৎসাহী, নিৰুৎসাহী উত্তপ্ত শীতল, চেঁচা উত্তম অধম উত্তমৰ্ণ অধমৰ্ণ উত্তমাংগ অধমাংগ উত্তৰ প্ৰশ্ন, দক্ষিণ উত্তৰণ অৱতৰণ উত্তৰায়ণ দক্ষিণায়ন উত্তল অৱতল উত্তাপ শীত, শৈত্য উত্তীৰ্ণ অনুত্তীৰ্ণ উত্থান পতন উত্থিত পতিত, শায়িত উদগতি অধোগতি, অৱনতি উদগ্ৰীৱ নিৰুদ্বেগ উদং ভৰ্তি উদয় অস্ত উদয়াচল অস্তাচল উদাত্ত অনুদাত্ত উদাৰ অনুদাৰ, সংকীৰ্ণ উদাস বিষয়ী উদিত অস্তমিত উদ্দিষ্ট অনুদিষ্ট উদ্ধত অনুদ্ধত, বিনীত, নম্ৰ উদ্ধতালি নম্ৰতা, বিনম্ৰতা উদ্ধৃত অনুদ্ধৃত উদ্ভিত প্ৰাণী উদ্যত অনুদ্যত উদ্যম অনুৎসাহ, অনুদ্যম, বিৰাম উদ্যমী অনুদ্যমী উদ্যোগপ্ৰধান কৃষিপ্ৰধান উদ্বিগ্ন অনুদ্বিগ্ন উদ্বেগ অনুদ্বেগ উন্নত অনুন্নত, অৱনত উন্নয়ন অৱনমন উন্নতি অৱনতি উন্নীত অৱনমিত উন্মীলন নিমীলন উন্মীলিত নিমীলিত উন্মুক্ত অৱৰুদ্ধ, আবদ্ধ, বন্ধনযুক্ত উন্মুখ বিমুখ উপকৰ্ষ অপকৰ্ষ উপকাৰ অপকাৰ উপকাৰিতা অপকাৰিতা উপকাৰী অপকাৰী উপগত অপগত উপচয় অপচয় উপপথ ঘাইপথ উপযুক্ত অনুপযুক্ত উপযুক্তা অনুপযুক্তা উপযোগ অনুপযোগ উপযোগী অনুপযোগী উপলব্ধি অনুপলব্ধি উপৱিষ্ট উত্থিত উপশম বৃদ্ধি উপসংহাৰ প্রাৰম্ভ, অৱতৰণিকা উপসৰ্গ অনুসৰ্গ উপস্থিত অনুপস্থিত উভৈনদী অভাৱ উমৈহতীয়া গাউগুটীয়া উৰুঙা ওখল-মাখল, উদুলি-মুদুলি উৰ্বৰ অনুৰ্বৰ উৰ্বৰা অনুৰ্বৰ উল্লিখিত নিম্নলিখিত উশাহ নিশাহ উষ শীতল উষতা শীতলতা উষ্ণ শীতল উষ্ম শীতল উহ্য স্পষ্ট
ঊ – বিপৰীত শব্দ তালিকা শব্দ বিপৰীত শব্দ ঊঢ় অনূঢ় ঊঢ়া অনূঢ়া ঊৰ্দ্ধ অধঃ ঊৰ্ধ্ব অধঃ ঊৰ্ধ্বগতি অধোগতি, অধঃগতি ঊৰ্ধ্বগতি অধোগতি ঊৰ্ধ্বগমন অধোগমন ঊৰ্ধ্বগামী অধোগামী, নিম্নগামী ঊৰ্ধ্বচাপ নিন্মচাপ ঊৰ্ধ্বতন অধঃতন ঊৰ্ধ্বমুখ অধোমুখ ঊৰ্ধ্বস্থ অধঃস্থ ঊৰ্ধ্বহনু অধঃহনু ঊষা সন্ধ্যা ঊৰ্ধ্বক্ষিপ্ত অধঃক্ষিপ্ত ঊৰ্ধ্বক্ষেপন অধঃক্ষেপন
ঋ – বিপৰীত শব্দ তালিকা শব্দ বিপৰীত শব্দ ঋজু বেঁকা, বক্ৰ ঋণাত্মক ধনাত্মক, যোগাত্মক ঋণী অঋণী
এ – বিপৰীত শব্দ তালিকা শব্দ বিপৰীত শব্দ এই সেই এইপিনে সেইপিনে এইয়া সেইয়া এওঁ তেওঁ একক দলীয়, যৌথ, যুটীয়া এককোষী বহুকোষী একগামী বহুগামী একগামিতা বহুগামিতা একচনীয়া ম্যাদী একতা ভিন্নতা, অমিল একত্ব বহুত্ব একত্ৰ সিঁচৰতি একবচন বহুবচন একমত দ্বিমত একমাত্ৰিক বহুমাত্ৰিক একমুখী বহুমুখী একান্ন পৃথকান্ন একাৰ্থক দ্ব্যৰ্থক একে বেলেগ এখেত তেখেত এতিয়া তেতিয়া এতেক তেতেক এনুৱা তেনুৱা এনেকুৱা তেনেকুৱা এন্ধাৰ পোহৰ এয়া সেয়া এৰ ধৰ এলাগী লাগী এলাহ নিৰালস্য, অধ্যৱসায় এলেহুৱা কৰ্মথ এৱাঁ দৈ
ঐ – বিপৰীত শব্দ তালিকা শব্দ বিপৰীত শব্দ ঐকমত্য মদদ্বৈধ, মতভেদ, মতানৈক্য ঐক্য অনৈক্য ঐচ্ছিক বাধ্যতামূলক, অনৈচ্ছিক, আৱশ্যিক ঐতিহাসিক এনৈতিহাসিক ঐৰ্ব্য অপাৰ্থিৱ ঐহিক পাৰত্ৰিক, পাৰলৌকিক
ও – বিপৰীত শব্দ তালিকা শব্দ বিপৰীত শব্দ ওখ চাপৰ ওখোৰা-মোখোৰা মসৃণ ওচৰ দূৰ ওদা নিপুণ ওপং ডুব, বুৰ ওপৰ তল ওপৰত তলত ওপৰমুৱা তলমুৱা ওপৰলৈ তললৈ ওপৰেদি তলেদি ওৰ আৰম্ভ, আদি
ঔ – বিপৰীত শব্দ তালিকা শব্দ বিপৰীত শব্দ ঔচিত্য অনৌচিত্য ঔজ্জ্বল্য অনুজ্জ্বলতা
ক – বিপৰীত শব্দ তালিকা শব্দ বিপৰীত শব্দ কটীয়া লেংপেং কঙাল উভৈনদীে কঙালী ভোগালী ককৰ্থনা প্ৰশংসা কটু সোৱাদ কটুৰ সৰস কঠিন সহজ, উজু কঠুৱা দয়ালু কঠোৰ কোমল কতিপয় সহৰ কতীয়া পোন কথকি নিবোকা কথনীয় অকথনীয় কথিত লিখিত কথ্য অকথ্য কদৰ অনাদৰ কদৰ্য সুন্দৰ, ধুনীয়া কনিষ্ঠ জ্যেষ্ঠ কন্দল মিল কন্দা হঁহা কপট অকপট কপটীয়া অকপটীয়া, উদাৰ কপৰ্দকহীন আঢ্য কপলীয়া দুৰ্কপলীয়া কম বেছি কমা বঢ়া কম্পমান অকম্পমান কম্পিত অকম্পিত কৰণ অকৰণ কৰণীয় অকৰণীয় কৰাইচ খৰচী কৰযুক্ত কৰমুক্ত কৰ্কশ কোমল কৰ্ণগোচৰ কৰ্ণৰ অগোচৰ কৰ্তব্য অকৰ্তব্য কৰ্তৃত্ব অকৰ্তৃত্ব কতৃত্বশীল অকতৃত্বশীল কৰ্ম অকৰ্ম কৰ্মেন্দ্ৰিয় জ্ঞানেন্দ্ৰিয় ক’লা বগা ক’লী বগী কল্পনা বাস্তৱ কল্পিত অকল্পিত কাঁৰী অকাঁৰী কাজ অকাজ কাজী থুপৰী কাতৰ অকাতৰ কান্দ হাঁহ কান্দোন হাঁহি কাপুৰুষ সাহসী, নিৰ্ভীক কামিলা অকামিলা কাম্য অকাম্য কায়িক মানসিক কাৰণ অকাৰণ কাৰ্য অকাৰ্য কাৰ্যকৰী অকাৰ্যকৰী কাল অকাল কাল্পনিক বাস্তৱ কিঞ্চিত প্ৰচুৰ কিন বিক কিনা বেচা কিৰণ এন্ধাৰ কিশোৰী কিশোৰী কীৰ্তন ৰটন কু সু কুখ্যাত সুখ্যাত কুখ্যাতি সুখ্যাতি কুটিল সৰল, অকুটিল কুৎসিত সুশ্রী, সুন্দৰ কুৎসা প্রশংসা কুদৃষ্টি সুদৃষ্টি, শুভদৃষ্টি কুনাম সুনাম কুন্ধচ সুশ্রী কুপথ সুপথ কুপৰিবাহী সুপৰিবাহী কুবাদ সুবাদ কুবেশ সুবেশ কুফল সুফল কুমলীয়া পূৰঠ কুমাৰ অকুমাৰ কুমেৰু সুমেৰু কুযশ সুযশ কুৰুচি সুৰুচি কুৰূপ সুৰূপ কুবুদ্ধি সুবুদ্ধি কুলক্ষণ সুলক্ষণ কুলক্ষণী সুলক্ষণী কুলক্ষণীয়া সুলক্ষণীয়া কুশল অশুভ কুশ্রী সুশ্রী কৃত অকৃত কৃতকাৰ্য অকৃতকাৰ্য কৃতঘ্ন কৃতজ্ঞ কৃতজ্ঞ কৃতঘ্ন, অকৃতজ্ঞ কৃতি অকৃতি কৃতিত্ব অকৃতিত্ব, বিফলতা কৃত্য অকৃত্য কৃত্ৰিম প্ৰাকৃতিক, স্বাভাৱিক, অকৃত্ৰিম কৃপণ খৰচী কৃপাময় কৃপাহীন কৃপালু কৃপাহীন কৃশ স্থূল কৃষিপ্ৰধান উদ্যোগপ্রধান কৃষ্ণ শুক্ল, শ্বেত কৃষ্ণপক্ষ শুক্লপক্ষ কৃষ্ণাংগ শ্বেতাংগ কেঁকোৰা পোন কেঁকোৰা-কেঁকুৰি পোন কেঁচা পকা কেঁৰা পোন কেৰাহী পোন কেৰেচা পোন কেৰেহুৱা বুঢ়া কোবাল ধীৰ কোমল কঠিন, টান ক্ৰন্দন হাস্য ক্ৰয় বিক্ৰয় ক্ৰূৰ অক্ৰূৰ ক্ৰেতা বিক্ৰেতা ক্লান্ত অক্লান্ত ক্লেশ অক্লেশ
খ – বিপৰীত শব্দ তালিকা শব্দ বিপৰীত শব্দ খং ৰং খংশিঙা ৰংশিঙা খঙাল ৰঙীয়াল খটা নখটা খণ্ড পূৰ্ণ, পূৰ্ণাংগ, সম্পূৰ্ণ, অখণ্ড খণ্ডগ্ৰাস পূৰ্ণগ্ৰাস খণ্ডিত অখণ্ডিত খণ্ডনীয় অখণ্ডনীয় খণ্ডবাক্য পূৰ্ণবাক্য খণ্ডিত অখণ্ড, অখণ্ডিত খৰ ধীৰ খৰখেদা লাহে-ধীৰে খৰচ জমা খৰচী মিতব্যয়ী, কৃপণ, কৰাইচ খৰতকীয়া লেহেমীয়া খৰাং জিপাল খৰাংপীড়িত বানপীড়িত খৰালি বাৰিষা খৰিদ বিক্ৰয় খৰ্ব নিখৰ্ব খলনায়ক নায়ক খহটা মিহি খাঁটি ভেজাল খা নাখা খাট নাখাট খাদ্য অখাদ্য খাৰাপ ভাল খাৰিফ শস্য ৰবি শস্য খাল বাম খালী ভৰ্তি খাহী পাঠা খীণ শকত খুচুৰা পাইকাৰী খুদ গোটা খেদ আহলাদ খোকোজা সলসলীয়া খেলিমেলি সুশৃংখল খোজ যাচ খোলা বন্ধ খোৱা নোখোৱা খ্যাত অখ্যাত খ্যাতি অখ্যাতি
গ – বিপৰীত শব্দ তালিকা শব্দ বিপৰীত শব্দ গগন পাতাল গচ্ছিত অগচ্ছিত গজ নগজ গজব সন্তোষ গঠন ভাঙোন গঠিত অগঠিত গণিকা সতী গণ্য নগণ্য গত আগত, অনাগত গতানুগতিক অগতানুগতিক গতায়ু জীৱিত গতি স্থিতি গতিশক্তি স্থিতিশক্তি গতিশীল স্থিতিশীল গদ্য পদ্য গধুৰ পাতল গধূলি পুৱা গঞ্জনা প্ৰশংসা গপচ পাতল, চঞ্চল গভীৰ অগভীৰ, বাম গমন আগমন গম্ভীৰ চঞ্চল গম্য অগম্য গৰম চেঁচা, ঠাণ্ডা, শীতল গৰল অমৃত গৰাকী গোলাম গৰিব চহকী গৰিমা লঘিমা গৰিষ্ঠ লঘিষ্ঠ গৰিহণা প্ৰশংসা গৰ্ব বিনয় গৰ্বী অগৰ্বী গৰ্হিত প্ৰশংসনীয় গল নগল গ’ল নগ’ল গলা নগলা গহৰা পচোৱা গহৰি অবিলম্ব গহীন চঞ্চল, পাতল গাই বলধ গাঁও নগৰ গাঁৱলীয়া নগৰীয়া গাইগুটীয়া উমৈহতীয়া গাম্ভীৰ্য চঞ্চলতা গাঢ় পাতল গায়ক শ্ৰোতা গুচৰীয় পদকীয় গুণ দোষ, নুগুণ গুণফল ভাগফল গুণিত অগুণিত গুণী দোষী গুপুত প্ৰকাশিত গুপ্ত প্ৰকাশিত গুস্ত প্ৰকাশিত গুৰি আগ গুৰু শিষ্য, লঘু গুৰুত্ব লঘুত্ব গূঢ় ব্যক্ত গৃহস্থী সন্যাসী, অঘৰী গৃহী সন্যাসী, অঘৰী গৃহীত অগৃহীত, বৰ্জিত গোটা চেপেটা গোটোং মেলাহি গোপন উন্মুক্ত, প্ৰকাশিত গোপনীয় অগোপনীয়, প্ৰকাশ্য গোপ্য প্ৰকাশ্য গোমা উজ্জ্বল, ফৰকাল গোল চেপেটা গোলাম গৰাকী, মালিক, স্বামী গৌণ মুখ্য গৌৰ ক’লা, শ্বেত, শ্যাম গৌৰৱ লাঘৱ গ্রহণ বৰ্জন, দান, ত্যাগ, প্ৰেৰণ গ্ৰহণীয় বৰ্জনীয় গ্ৰহীতা দাতা গ্ৰামাঞ্চল নগৰাঞ্চল গ্ৰামীণ নগৰীয়া গ্ৰাম্য নগৰীয়া গ্ৰাহ্য অগ্রাহ্য গ্ৰামাঞ্চল নগৰাঞ্চল গ্ৰীষ্ম শীত গ্ৰীষ্মকাল শীতকাল গ্ৰীষ্মকালীন শীতকালীন গ্লানি যশস্যা
ঘ – বিপৰীত শব্দ তালিকা শব্দ বিপৰীত শব্দ ঘঁটীয়া অঁকৰা ঘন সেৰেঙা, তৰল, পাতল ঘনকৈ সেৰেঙাকৈ, পাতলকৈ ঘনাই সেৰেঙাকৈ, পাতলকৈ ঘনিষ্ঠ আঁতৰ ঘনীভৱন বাষ্পীভৱন ঘনীভূত বাষ্পীভূত ঘৰচীয়া বনৰীয়া ঘাইপথ উপপথ ঘাটি ৰাহি ঘাত প্ৰতিঘাত ঘাতক পালক ঘুঁৰী ঘোঁৰা ঘুমটি অনিদ্ৰা ঘৃণা প্ৰেম ঘৃণ্য শ্ৰদ্ধা ঘৈণী পৈ ঘৈণীয়েক গিৰীয়েক ঘোঁৰা ঘুঁৰী ঘোদা নিজনি, স্বচ্ছ ঘোলা স্বচ্ছ ঘোষ অঘোষ ঘোষিত অঘোষিত
চ – বিপৰীত শব্দ তালিকা শব্দ বিপৰীত শব্দ চঁচা নচঁচা চঁছ খহটা চকুৰ কুটা চকুৰ মণি চকুৰ মণি চকুৰ কুটা চঞ্চল গহীন, ধীৰ চঞ্চলতা গাম্ভীৰ্য চতুৰ হোজা, অঁকৰা, অচতুৰ, অজলা চতুৰালি অকৰামি চনকা লিকটীয়া চপল হীণ চপা মেল চমু দীঘল, দূৰ চৰকাৰ জনসাধাৰণ চৰকাৰী বেচৰকাৰী চৰণ মস্তক চৰম নৰম চৰমপন্থী নৰমপন্থী চৰ্চিত অচৰ্চিত চৰ্তসাপেক্ষ নিঃচৰ্ত চৰিত্ৰৱান চৰিত্ৰহীন চৰিত্ৰহীন চৰিত্ৰৱান চৰ্ব্য পেয় চল অচল চলন্ত স্থিৰ, অচল চলতি অচলিত, অব্যৱহৃত, অপ্ৰচলিত চলিত অচলিত, অব্যৱহৃত, অপ্ৰচলিত চহকী দৰিদ্ৰ, দুখীয়া চহৰ নগৰ চহৰীয়া নগৰীয়া চক্ষুস্মান অন্ধ চা নাচা চাই নাচাই, নোচোৱাকৈ চাউল মাৰ চাউল মোকলা চাউল মুকলা চাউল মাৰ চাকৰ মালিক চাতুৰ্য অকৰামি, মূৰ্খামি, অকৰালি চাদা ফুলবছা চাপৰ ওখ চাফা লেতেৰা চামিল বহিষ্কাৰ চামিলকৰণ বহিষ্কাৰকৰণ, বিভক্তকৰণ চামুন কথকী চালাক হোজা, অঁকৰা, অজলা চাৱল পোন চাহিদা যোগান চাক্ষুষ অচাক্ষুষ, অগোচৰ চিজিল বেচিজিল চিধা বেঁকা চিনাকি অচিনাকি চিন্তনীয়া অচিন্ত্য, অচিন্তনীয় vচিন্তাগ্ৰস্ত চিন্তামুক্ত, নিশ্চিন্ত চিন্তাগ্ৰস্ততা চিন্তামুক্ততা, চিন্তাহীনতা চিন্তান্বিত চিন্তামুক্ত চিন্তিত চিন্তাহীন, চিন্তাশূন্য চিন্ময় মৃণ্ময় চিপচিপীয়া দোপালপিটা চিৰকাল অল্পকাল চিৰকালীন অল্পকালীন চিৰবিচ্ছেদ চিৰমিলন চিৰস্থায়িত্ব ক্ষণস্থায়িত্ব চিৰস্থায়ী ক্ষণস্থায়ী চিৰায়ত সাময়িক চিৰায়ু অল্পায়ু চিনাক্ত অচিনাক্ত চিধা বেঁকা চুটি দীঘল চুপচাপ হুলস্থূল চুম্বকীয় অচুম্বকীয় চুৱা নিকা চূড়ান্ত প্ৰাৰম্ভিক চেঁচা তপত চেঁচুকীয়া ৰ’দঘাই চেতন অচেতন, জড় চেনেহ ঘৃণা চেপেটা গোটা চেৰেলা নোদোকা চৈতন্য অচৈতন্য, জড় চৈতন্যৱস্থা জড়াৱস্থা চোকা বদুৱা, ভোদা, ভোটা চোৰ সাধু চ্যুত অচ্যুত
ছ – বিপৰীত শব্দ তালিকা শব্দ বিপৰীত শব্দ ছপা হাতেলিখা ছঁয়াময়া ফট্ফটীয়া, স্পষ্ট ছাঁ পোহৰ ছায়া পোহৰ, আলোক ছিং জোৰা লগা ছেগাচোৰোকা নিয়মীয়া ছেগাচোৰোকাকৈ নিয়মীয়াকৈ ছেদক সংযোজক ছেদন সংযোজন ছেদিত সংযোজিত ছেদ্য অছেদ্য
জ – বিপৰীত শব্দ তালিকা শব্দ বিপৰীত শব্দ জংগম স্থাৱৰ জঁয় সতেজ জটিল সহজ, সৰল জড় চেতন, জীৱ, চৈতন্য জড়জগত জীৱজগত জধলা পৰিচ্ছন্ন, পৰিপাটি জনপ্ৰিয় অজনপ্ৰিয় জনবহুল জনশূন্য জনম মৰণ জনশূন্য জনাকীৰ্ণ জনসাধাৰণ চৰকাৰ জনা নজনা জনাকীৰ্ণ জনশূন্য জন্ম মৃত্যু জন্মতিথি মৃত্যুতিথি জপা মেল জমা খৰচ জয় পৰাজয় জৰা যৌৱন জৰিমনা পুৰস্কাৰ জল স্থল জলচৰ স্থলচৰ জলজ স্থলজ জলবতাহ স্থলবতাহ জড়াৱস্থা চৈতন্যাৱস্থা জহ জাৰ জহকালি জাৰকালি জাক্জমক অনাড়ম্বৰ জাক্জমকীয়া অনাড়ম্বৰ, আড়ম্বৰশূন্য জাগৰণ নিদ্ৰা, শয়ন জাগৃত সুপ্ত, শায়িত জাগ্ৰত সুষুপ্ত, সুপ্ত জাজ্বল্যমান তমসাচ্ছন্ন জাতি অজাতি জাতীয় বিজাতীয় জায়া স্থায়ী, পতি জাৰ জহ জাৰকালি জহকালি জাল আচল জালিয়াত সজ্জন জিক হাৰ জিকা হৰা জিত পৰাজিত জিতেন্দ্ৰিয় অজিতেন্দ্ৰিয় জিন্দা মুৰ্দা জিন্দাবাদ মুৰ্দাবাদ জীৰ্ণ অজীৰ্ণ জীয়া মৰা জীণ অজীণ জীৱ জড় জীৱন মৰণ, মৃত্যু জীৱন্ত মৃত জীৱাত্মা পৰমাত্মা জীৱিত মৃত জুতি বিজুতি জুলীয়া গোটা জেকা ফৰফৰীয়া জেলজেলীয়া ডাঠ, ঘন জ্যেষ্ঠ কনিষ্ঠ জৈৱ অজৈৱ জৈৱিক অজৈৱিক জোৰি কমজোৰি জোল বিজোল জোৱাৰ ভাটা জ্ঞাত অজ্ঞাত জ্ঞান অজ্ঞান জ্ঞানৱন্ত জ্ঞানহীন জ্ঞানৱান জ্ঞানহীন, অজ্ঞানী জ্ঞানী অজ্ঞানী, মূৰ্খ জ্ঞেয় অজ্ঞেয় জ্যেষ্ঠ কনিষ্ঠ জ্যোতি এন্ধাৰ জ্বলন নিৰ্বাণ
ঝ – বিপৰীত শব্দ তালিকা শব্দ বিপৰীত শব্দ ঝিলমিলীয়া স্থিৰ
ট – বিপৰীত শব্দ তালিকা শব্দ বিপৰীত শব্দ টকটকীয়া মেহেঙা টটাৰি উদাৰ টাটকা নিস্তেজ টান উজু, ঢিলা, নৰম টিকিৰা লেংপেং, ওখ টিমক হোজা, অজলা, অঁকৰা টেঙা মিঠা টেঙৰ অঁকৰা, অজলা টেটেৰা নোদোকা টেৰা পোন টেৰিমেৰি সৰল টোকোনা চহকী, আঢ্যৱন্ত টোপনি অনিদ্ৰা
ঠ – বিপৰীত শব্দ তালিকা শব্দ বিপৰীত শব্দ ঠগ সাধু ঠন ধৰ জঁয় পৰ ঠাট্টা প্ৰশংসা ঠাণ্ডা গৰম, শীতল, চেঁচা ঠাৱৰ অনিশ্চয় ঠিক বেঠিক, মিছা ঠুনুকা মজবুত ঠেক বহল ঠেল টান ঠেলা টনা ঠেহ সন্তোষ
ড – বিপৰীত শব্দ তালিকা শব্দ বিপৰীত শব্দ ডঁৰ পুৰস্কাৰ হঁহচীয় পূৰঠ ডকৰণা পকা ডঙুৱা বিবাহিত ডৰ নিৰ্ভয় ডলীয়া লঠা ডাইনা বেঁৱা ডাঙৰ সৰু ডাঠ পাতল ডালদৰিদ্ৰ আঢ্যৱন্ত ডাৱৰীয়া ফৰকাল ডিম্বাণু শুক্ৰাণু ডুব পং ডুবন ওপঙন, ভাসন ডুবন্ত ভাসন্ত ডেকা বুঢ়া
ঢ – বিপৰীত শব্দ তালিকা শব্দ বিপৰীত শব্দ ঢাক উদঙা ঢিলা টান ঢেৰ তাকৰ, কম ঢেল্ঢেলীয়া সতেজ
ত – বিপৰীত শব্দ তালিকা শব্দ বিপৰীত শব্দ তই মই ত’ত অ’ত ততক অতক ততা-তৈয়া লেহেম ততা-তৈয়াকৈ লেহেমকৈ ততেক যতেক তত্ত্বীয় প্ৰায়োগিক তথা যথা তদানীন্তন ইদানীন্তন তদ্ৰুপ যদ্ৰুপ তন্ময় মন্ময় তপত চেঁচা, শীতল, ঠাণ্ডা তমসা জ্যোতি তমসাচ্ছন্ন জাজ্বল্যমান তৰল ঘন, কঠিন তৰ্ক মীমাংসা তৰাং গভীৰ তৰুণ বৃদ্ধ, প্ৰৱীণ তল ওপৰ তলতীয়া ঊৰ্ধ্বতন তস্কৰ সাধু তাকৰ সৰহ তাকৰীয়া সৰহীয়া তাকৰীয়াকৈ সৰহীয়াকৈ তাজা নিস্তেজ তাত ইয়াত তাত্ত্বিক প্ৰায়োগিক তাদৃশ ইদৃশ তাপ শীত তামসিক ৰাজসিক, সাত্ত্বিক তামসী জোনাক তাৰল্য কাঠিন্য তাৰুণ্য বাৰ্ধক্য তালাক নিকাহ তিক্ত মধুৰ তিতা শুকান তিমিৰ আলোক, পোহৰ, জ্যোতি, প্ৰভা তিমিৰাচ্ছন্ন জ্যোতিৰ্ময়, জ্যোতিষ্মান তিৰস্কাৰ পুৰস্কাৰ তিৰোতা পুৰুষ তিৰোধান আবিৰ্ভাৱ তিৰোভাৱ আবিৰ্ভাৱ তিৰোহিত আবিৰ্ভূত তিৰ্যক সৰল, পোন, ঋজু তীখৰ হেবাং তীক্ষ্ন বদুৱা তীব্ৰ মৃদু, লঘু তুংগ অতুংগ তুচ্ছ উচ্চ তুলনাবিহীন তুলনীয় তুলনীয় অতুলনীয়, তুলনাবিহীন তুল্য অতুল্য তুষ্ট ৰুষ্ট, অসন্তুষ্ট, বিতুষ্ট তৃপ্ত অতৃপ্ত তৃপ্তি অতৃপ্তি তেজঃ ক্ষমা তেনুৱা এনুৱা তেনে এনে তেৰেচীয় পোন তোল নমা ত্যক্ত গৃহীত ত্যাগ গ্রহণ ত্যাজ্য গ্ৰাহ্য, গ্ৰহণীয় ত্ৰাস সাহস ত্বৰণ মন্থৰণ ত্বৰাণ্বিত মন্থৰিত ত্বৰিত মন্থৰিত
থ – বিপৰীত শব্দ তালিকা শব্দ বিপৰীত শব্দ থকা নথকা থৰ নিঠৰ থলুৱা বহিৰাগত, বিদেশী থাক নাথাক থিত অথিৰ থিয় এঢলীয়া, পথালি থিয়কৈ এঢলীয়াকৈ, পথালিকৈ থিয়চকুৱা পথালিচকুৱা থিয় হ বহ থিৰ অথিৰ থূপ খা সিঁচৰতি হ থেপাথেপি সেৰেঙা থেপাথেপিকৈ সেৰেঙাকৈ
দ – বিপৰীত শব্দ তালিকা শব্দ বিপৰীত শব্দ দ বাম দ-কৈ বামকৈ, ওপৰে ওপৰে দগা চোকা দগ্ধ অদগ্ধ দণ্ড পুৰস্কাৰ দণ্ডনীয় ক্ষমাৰ্হ, ক্ষম্য দত্ত গ্ৰহণ দঁতাল মখনা দধি এৱা দমনীয় অদমনীয়, অদম্য দম্য অদম্য, অদমনীয় দৰকাৰ অদৰকাৰ দৰকাৰী অদৰকাৰী দৰদী নিৰ্দয় দৰা কইনা দৰিদ্ৰ চহকী দলীয় নিৰ্দলীয়, একক, গাইগুটীয়া দয়া হিংসা দয়ালু নিৰ্দয়, নিষ্ঠুৰ দক্ষিণ উত্তৰ, বাম দক্ষিণায়ন উত্তৰায়ণ দাতা গ্ৰহীতা দান গ্ৰহণ, প্ৰতিদান দানৱ দেৱতা দানৱীয় মানৱীয় দাম্ভিক বিনয়ী দাৰিদ্ৰ্য আঢ্য দাস প্ৰভু দাসত্ব প্ৰভুত্ব দাহ্য অদাহ্য দিক বিদিক দিঠক সপোন দিন ৰাতি দিবা ৰাত্ৰি, ৰাত্ৰ, নিশি, নৈশ দিবাকৰ নিশাকৰ দিৱস ৰজনী দিয়া লোৱা দীঘ প্ৰস্থ, বাণি দীঘল চুটি দীন আঢ্যৱন্ত, ধনী, চহকী দীপ্ত ম্লান দীৰ্ঘ হ্ৰস্ব দীৰ্ঘম্যাদী হ্ৰস্বম্যাদী দীৰ্ঘায়ু স্বল্পায়ু, অল্পায়ু দুখ সুখ দুখী সুখী দুখীয়া ধনী দুপৰীয়া দোভাগনিশা দুঃখ সুখ দুঃখবৰ সুখবৰ দুঃশাসন সুশাসন দুঃশীল সুশীল দুঃশীলা সুশীলা দুঃসংবাদ সুসংবাদ দুঃসময় সুসময় দুঃসাধ্য সুসাধ্য দুখানুভূতি সুখানুভূতি দুখীয়া চহকী দুৰন্ত শান্ত দুৰ্কপলীয়া কপলীয়া দুৰ্গন্ধ সুগন্ধ দুৰ্গম সুগম দুৰ্জন সুজন, সজ্জন দুৰ্জ্ঞেয় জ্ঞেয় দুৰ্দিন সুদিন দুৰ্নাম সুনাম দুৰ্নীতি সুনীতি দুৰ্নীতিপৰায়ণ সুনীতিপৰায়ণ দুৰ্বচন সুবচন দুৰ্বল সবল, বলী, শক্তিমান, শক্তিৱান দুৰ্বলী সবল, বলী, শক্তিমান, শক্তিৱান দুৰ্বহ সুবহ দুৰ্বাৰ নিৰ্বাৰ দুৰ্বাসনা সুবাসনা দুৰ্বিনীত সুবিনীত দুৰ্বুদ্ধি সুবুদ্ধি দুৰ্বোধ্য সহজবোধ্য দুৰ্ব্যৱহাৰ সৎব্যৱহাৰ দুৰ্ভগা সুভগা দুৰ্ভাগ্য সৌভাগ্য দুৰ্ভাগ্যৱান সৌভাগ্যৱান দুৰ্ভেদ্য সুভেদ্য দুৰ্মতি সুমতি দুৰ্যশ সুযশ, খ্যাতি দুৰ্লভ সুলভ দুৰ্লক্ষণ সুলক্ষণ দুশ্চৰিত্ৰ সৎচৰিত্ৰ দুষ্কৰ সুসাধ্য দুষ্কৰ্ম সুকৰ্ম দুষ্কৃতি সুকৃতি দুষ্ট শিষ্ট, শান্ত দুষ্প্ৰাপ্য সুলভ দূৰ ওচৰ দূৰদৰ্শিতা অদূৰদৰ্শিতা দূৰদৰ্শী অদূৰদৰ্শী দূৰৱৰ্তী নিকটৱৰ্তী দৃঢ় কোমল, শিথিল দৃঢ়তা শিথিলতা দৃশ্য অদৃশ্য দৃশ্যমান অদৃশ্যমান দৃষ্ট অদৃষ্ট দৃষ্টি অদৃষ্টি দৃষ্টিহীন দৃষ্টিক্ষম দে ল দেখ নেদেখ দেধাৰ অলপ দেনা পাওনা দেয় অদেয় দেৱ অসুৰ দেৱতা অসুৰ, দৈত্য, দানৱ দেৱত্ব অসুৰত্ব দেৱানী ফৌজদাৰী দেশদ্ৰোহ দেশপ্ৰেম দেশদ্ৰোহিতা দেশপ্ৰেম দেশদ্ৰোহী দেশপ্ৰেমী দেশপ্ৰেম দেশদ্ৰোহ দেশপ্ৰেমী দেশপ্ৰেমী দেশহিতৈশী দেশদ্ৰোহী দেশহিতৈশিতা দেশদ্ৰোহিতা দেশী বিদেশী দেহী বিদেহ দৈ এঁৱা দৈত্য দেৱতা দৈৱ অদৈৱ দৈহিক মানসিক দোভাগনিশা দুপৰীয়া দোষ গুণ দোষী নিৰ্দোষ, নিৰ্দোষী দ্যু পাতাল দ্যুলোক ভূলোক দ্ৰৱ অদ্ৰৱ দ্ৰৱণীয় অদ্ৰৱণীয় দ্ৰৱীভূত অদ্ৰৱীভূত দ্ৰুত ধীৰ, মন্থৰ দ্বিধা নিৰ্দ্বিধা দ্বিধাগ্ৰস্ত দ্বিধাহীন দ্বিধাগ্ৰস্ততা দ্বিধাহীনতা দ্বৈত অদ্বৈত দ্বৈধ অদ্বৈধ
ধ – বিপৰীত শব্দ তালিকা শব্দ বিপৰীত শব্দ ধনৱন্ত ধনহীন ধনাত্মক ঋণাত্মক ধনিকা পতি ধনী নিৰ্ধন, দুখীয়া ধনুৱা নিধনুৱা ধন্য অকৃতাৰ্থ ধৰুৱা নিধৰুৱা ধৰ্ম অধৰ্ম ধৰ্মী অধৰ্মী, বিধৰ্মী ধৱল শ্যামল ধাতৱ অধাতৱ ধাতৱীয় অধাতৱীয় ধাতু অধাতু ধাদুমী লনি, লাৱনি ধাৰাল ভোটা, বদুৱা ধাৰ্মিক অধাৰ্মিক ধীৰ অধীৰ, চঞ্চল, অস্থিৰ ধুতি বিধুতি ধুনীয়া কৎচিত, কুশ্রী ধূৰ্ত বুদ্ধিহীন, অঁকৰা ধৃত মুক্ত ধৈৰ্য অধৈৰ্য ধৈৰ্যশীল ধৈৰ্যহীন ধোঁৱাখুলীয়া মিতব্যয়ী ধ্বংস সৃষ্টি, নিৰ্মাণ ধ্বংসকাৰী সৃষ্টিকাৰী ধ্বংসাত্মক সৃজনাত্মক, গঠনাত্মক ধ্বংসমুখী সৃষ্টিমুখী
ন – বিপৰীত শব্দ তালিকা শব্দ বিপৰীত শব্দ ন পুৰণা, পুৰণি, পুৰাতন, প্ৰাচীন নগদ বাকী নগৰ গাঁও নগৰাঞ্চল গ্ৰামাঞ্চল নগৰীয়া গাঁৱলীয়া নগ্ন আবৃত নতুন পুৰণা, পুৰণি, পুৰাতন নবীন প্ৰৱীণ নমা উঠা নম্ৰ অনম্ৰ, উদ্ধত নম্ৰতা উগ্ৰতা নৰক সৰগ, স্বৰ্গ নৱন্যাসবাদ ধ্ৰুৱবাদ নৰম চৰম, উদাৰ, টান, কঠিন নৰমপন্থী চৰমপন্থী নশ্বৰ অবিনশ্বৰ নাই আছে নাকচ মঞ্জুৰ, অনুমোদন নাবালক সাবালক নাম উঠ নামঞ্জুৰ মঞ্জুৰ নামনি উজনি নামী অনামী, বেনামী নাৰী পুৰুষ নাশ সৃষ্টি নায়ক খলনায়ক নাস্তিক আস্তিক নিকট আঁতৰ, দূৰ নিকটৱৰ্তী দূৰৱৰ্তী নিকটলুৱা কটলুৱা নিকৰুণ কৰুণ নিকা লেতেৰা, মলিন নিকৃষ্ট উৎকৃষ্ট, শ্ৰেষ্ঠ, প্ৰকৃষ্ট নিখৰচী খৰচী নিখৰ্ব খৰ্ব নিখুঁত খুঁত নিখোজ খোজ, খবৰ নিগাজী অস্থায়ী নিগূঢ় গূঢ় নিঘুণীয়া ঘুণীয়া নিছিদ্ৰ সছিদ্ৰ নিজ পৰ নিজগৰ জগৰ নিজনি ঘোদা, ঘোলা নিজান কোলাহল নিজনি ঘোদা নিত্য অনিত্য নিত্যতা অনিত্যতা নিথৰ থৰ নিদ্ৰা অনিদ্ৰা, জাগৰণ নিৰ্ধনী ধনী নিধতুৱা ধতুৱা নিধনুৱা ধনুৱা নিধৰুৱা ধৰুৱা নিন্দনীয় প্ৰশংসনীয় নিন্দা প্ৰশংসা নিপীড়ক পীড়ক নিপীড়ন পীড়ন নিপুণ অকামিলা নিভজুৱা ভজুৱা নিবুকা কথাচহকী নিমন্ত্ৰিত অনিমন্ত্ৰিত নিমৰমিয়াল মৰমিয়াল নিম্ন উচ্চ নিম্নচাপ ঊৰ্ধ্বচাপ নিম্নতা উচ্চতা নিম্নলিখিত উল্লিখিত নিমাওমাও কোলাহলপূৰ্ণ, কোঢ়ালপূৰ্ণ নিযুক্তি বৰ্খাস্ত, পদচ্যুত নিৰভিমানী অভিমানী নিৰৱ সৰৱ নিৰস সৰস নিৰৰ্থক সদৰ্থক, অৰ্থযুক্ত, অৰ্থৱহ নিৰক্ষৰ সাক্ষৰ নিৰক্ষৰতা সাক্ষৰতা নিৰস্ত্ৰ সশস্ত্ৰ নিৰাকাৰ সাকাৰ নিৰাশা আশা নিৰানন্দ আনন্দ, পৰমানন্দ নিৰাপদ বিপদজনক, বিপজ্জনক নিৰামিষ আমিষ নিৰামিষাহাৰী আমিষাহাৰী নিৰুৎসাহ উৎসাহ নিৰুৎসাহিত উৎসাহিত নিৰুৎসাহী উৎসাহী নিৰুৎসুক উৎসুক নিৰুদিষ্ট উদ্দিষ্ট নিৰুদ্দেশ উদ্দেশ নিৰুদ্ধ ৰুদ্ধ নিৰুদ্যম উদ্যম নিৰুদ্বিগ্ন উদ্বিগ্ন নিৰুপদ্ৰৱ উপদ্ৰৱ নিৰুপায় উপায় নিৰূঢ়ি ৰূঢ়ি নিৰূপ ৰূপ নিৰোগ ৰোগ নিৰ্গন্ধ সুগন্ধ নিৰ্গুণ গুণ, সগুণ নিৰ্ঘোষ ঘোষ নিৰ্জন জনাকীৰ্ণ, কোলাহল নিৰ্জল সজল নিৰ্জীৱ সজীৱ নিৰ্জু দুষ্ট নিৰ্দয় সদয়, দয়ালু নিৰ্দিষ্ট অনিৰ্দিষ্ট নিৰ্দিষ্টতা অনিৰিদিষ্ট নিৰ্দেশক অনিৰ্দেশক নিৰ্দোষ দোষ নিৰ্দোষী দোষী নিৰ্ধনী ধনী নিৰ্বংশ বংশ নিৰ্বল সবল নিৰ্বাক সবাক নিৰ্বিকল্প সৰ্বিকল্প নিৰ্বিঘ্ন বিঘ্ন নিৰ্বিবাদ বিবাদ নিৰ্বিৰোধ বিৰোধ নিৰ্বিশেষ বিশেষ নিৰ্বুদ্ধি বুদ্ধি নিৰ্বোধ বোধ নিৰ্ভীক ভীৰু নিৰ্ভুল ভুল নিৰ্মল মলিন নিৰ্মিত অনিৰ্মিত নিৰ্মেঘ মেঘাচ্ছন্ন, মেঘাবৃত নিৰ্লজ্জ সলজ্জ নিৰ্লিপ্ত লিপ্ত নিৰ্লোভ লোভ নিলগ নিকট, ওচৰ নিলাজ সলজ্জ নিশব্দ সশব্দ নিশা দিবা নিশাহ উশাহ নিশ্চয় অনিশ্চয় নিশ্চিত অনিশ্চিত নিশ্চিন্ত চিন্তিত নিশ্চেষ্ট সচেষ্ট নিশ্ছিদ্ৰ সছিদ্ৰ নিশ্বাস প্ৰশ্বাস, শ্বাস নিষ্কণ্টক কণ্টকাকীৰ্ণ নিষ্কৰ্মা কৰ্মী নিষ্কাম সকাম নিষ্ক্ৰিয় সক্ৰিয় নিষ্ঠুৰ দয়ালু নিষ্ফল সফল, সাৰ্থক, কৃতকাৰ্য নিস্তব্ধ কোলাহল নিস্তব্ধতা হাহাকাৰ নিস্তেজ সতেজ, তেজাল নিয়ম অনিয়ম নিয়মিত অনিয়মিত নিঃশব্দ সশব্দ নিয়োগ বৰ্খাস্ত নীচ উচ্চ নীচাত্মক উচ্চাত্মক নীচাত্মিকা উচ্চাত্মিকা নীতি অনীতি নীতিপৰায়ণ অনীতিপৰায়ণ নেতিবাচক ইতিবাচক নেদেখা দেখা নৈতিক অনৈতিক নৈতিকতা অনৈতিকতা নৈশ দিন, দিবা নৈশব্দ্য কোলাহল নৈষ্ঠিক অনৈষ্ঠিক, উদাৰ নৈসৰ্গিক কৃত্ৰিম ন্যায় অন্যায় ন্যূন অধিক ন্যূনতম অধিকতম, সৰ্বোচ্চ
প – বিপৰীত শব্দ তালিকা শব্দ বিপৰীত শব্দ পকনি শুকনি পকা কেঁচা পছন্দ অপছন্দ পশ্চিম পূব পটু অকামিলা, অপটু পঠন লিখন পঠিত অপঠিত, লিখিত পণ্ডিত মূৰ্খ পতন উত্থান পদস্ত অপদস্ত পথ বিপথ পথান শিতান পথালি দীঘল পথ্য অপথ্য পদকীয়া গোচৰীয়া পদত্যাগ পদগ্ৰহণ পদাৰ্থ অপদাৰ্থ পদ্য গদ্য পনীয়া গোটা পৱিত্ৰ অপৱিত্ৰ আপোন পৰ পৰ আপোন পৰকাল ইহকাল পৰকীয় স্বকীয় পৰজীৱী স্বজীৱী পৰনিৰ্ভৰ স্বনিৰ্ভৰ পৰনিৰ্ভৰতা স্বনিৰ্ভৰতা পৰনিৰ্ভৰশীল স্বনিৰ্ভৰশীল পৰনিৰ্ভৰশীলতা স্বনিৰ্ভৰশীলতা পৰলীয়া (চাউল) নিকা পৰলোক ইহলোক পৰা নোৱৰা পৰাজয় জয় পৰাধীন স্বাধীন পৰাধীনতা স্বাধীনতা পৰাৰ্থ স্বাৰ্থ পৰাশ্রয়ী স্বাশ্রয়ী পৰাহ্ন পূৱা পৰিকল্পিত অপৰিকল্পিত পৰিচয় অপৰিচয় পৰিচিত অপৰিচিত পৰিচ্ছিন্ন অপৰিচ্ছিন্ন পৰিণত অপৰিণত পৰিতুষ্ট অপৰিতুষ্ট পৰিতৃপ্ত অপৰিতৃপ্ত পৰিত্যক্ত অপৰিত্যক্ত পৰিত্যাগ গ্ৰহণ, অপৰিত্যাগ পৰিত্যাজ্য অপৰিত্যাজ্য পৰিধান অপৰিধান পৰিপক্ব অপৰিপক্ব পৰিপাটি অপৰিপাটি, বিশৃংখল পৰিপুষ্ট অপৰিপুষ্ট পৰিপুষ্টি অপৰিপুষ্টি পৰিবৃত অনাবৃত পৰিমিত অপৰিমিত পৰিশোধিত অপৰিশোধিত পৰিশ্ৰম আৰাম পৰিশ্ৰমী অপৰিশ্ৰমী, এলেহুৱা, নিষ্কৰ্মা, ধোদ, অলস পৰিষ্কাৰ অপৰিষ্কাৰ পৰোপকাকাৰী অপকাৰী পৰোক্ষ প্ৰত্যক্ষ পৰোক্ষভাৱে প্ৰত্যক্ষভাৱে পৱিত্ৰ অপৱিত্ৰ পৱিত্ৰতা অপৱিত্ৰতা পশ্চ অগ্ৰ পশ্চাৎ অগ্ৰ পশ্চাৎগমন অগ্ৰগতি পশ্চাৎগামী অগ্ৰগামী পশ্চাৎমুখী অগ্ৰমুখী পশ্চিম পূব পক্ষ প্ৰতিপক্ষ, বিপক্ষ পক্ষপাত নিৰপেক্ষ পক্ষপাতিত্ব নিৰপেক্ষতা পাছ আগ পাঠ্য অপাঠ্য পাতল ঘন, গধুৰ, গহীন, গম্ভীৰ পাতাল আকাশ, গগন, অন্তৰীক্ষ পাপ পুণ্য পাপী নিষ্পাপ পাৰত্ৰিক ঐহিক পাৰ্থক্য মিল, সাদৃশ্য পাৰ্থিৱ অপাৰ্থিৱ পালক পালিত পাহৰণ সোঁৱৰণ, স্মৰণ পাহৰণি সোঁৱৰণি পাহাৰ ভৈয়াম পিছ আগ পুণ্য পাপ পুণ্যৱান পাপী পুৰণি নতুন, ন পুৰস্কাৰ তিৰস্কাৰ পুৰাতন নতুন পুৱা গধূলি পুষ্ট ক্ষীণ, পুষ্টিহীন পুষ্টি অপুষ্টি পূব পশ্চিম পূৰঠ অপৈণত পূৰ্ণ অপূৰ্ণ পূৰ্ণকালীন অংশকালীন পূৰ্ণগ্ৰাস খণ্ডগ্ৰাস পূৰ্ণিমা আঁউসী, অমাৱস্যা পূৰ্ব পশ্চিম, উত্তৰ পূৰ্বজন্ম পৰজন্ম পূৰ্বপুৰুষ উত্তৰপুৰুষ পূৰ্বৱৰ্তী পৰৱৰ্তী পূৰ্বসূৰী উত্তৰসূৰী পূৰ্বাচল অস্তাচল পূৰ্বাহ্ন অপৰাহ্ন পৈ ঘৈণী পৈণত অপৈণত পোন বেঁকা পোলোঙা জোপোহা পোহনীয়া বনৰীয়া পোহৰ আন্ধাৰ পৌৰাণিক আধুনিক পৌষ্টিক অপৌষ্টিক প্ৰকট অপ্রকট প্ৰকাণ্ড সূক্ষ্ম, ক্ষুদ্ৰ প্রকাশ অপ্রকাশ প্ৰকাশিত অপ্ৰকাশিত প্ৰকাশ্য অপ্ৰকাশ্য প্ৰকৃত অপ্ৰকৃত প্ৰকৃতি বিকৃতি প্ৰকৃতিস্থ অপ্ৰকৃতিস্থ প্ৰকৃষ্ট নিকৃষ্ট প্ৰখ্যাত অখ্যাত প্ৰগতিশীল ৰক্ষণশীল প্ৰচন্দ মৃদু প্ৰচুৰ তাকৰ প্ৰাচুৰ্য অপ্ৰাচুৰ্য, অভাৱ প্ৰচেষ্টা অপচেষ্টা প্ৰজা ৰজা প্ৰজ্বলক নিৰ্বাপক প্ৰজ্বলন নিৰ্বাপন প্ৰতিকূল অনুকূল প্ৰতিক্ৰিয়া ক্ৰিয়া প্ৰতিযোগী সহযোগী প্ৰতিযোগিতা সহযোগিতা প্ৰতিদান দান প্ৰতিবাদ সমৰ্থন প্ৰতিবাদকাৰী সমৰ্থনকাৰী প্রতিষ্ঠিত অপ্রতিষ্ঠিত প্ৰতিসৰণ প্ৰতিফলন প্ৰত্ন নব্য প্রত্যক্ষ পৰোক্ষ প্ৰত্যাদেশ আদেশ প্ৰথম অন্তিম প্ৰধান অপ্ৰধান, গৌণ প্ৰফুল্ল বিমৰ্ষ, ম্লান প্ৰবল দুৰ্বল প্ৰবীণ নবীন প্ৰবৃত্তি নিবৃত্তি প্রভাত ৰজনী প্ৰভু ভৃত্য প্ৰমাদ অপ্রমাদ প্ৰয়োগ অপ্রয়োগ প্ৰয়োজন অপ্ৰয়োজন প্ৰয়োজনীয় অপ্ৰয়োজনীয় প্ৰৱীণ নবীন প্ৰৱেশ প্ৰস্থান প্ৰশংসা নিন্দা, কুৎসা প্ৰশস্ত অপ্ৰশস্ত, সংকীৰ্ণ প্ৰশস্তি নিন্দা প্ৰশাখা শাখা প্ৰশান্ত অশান্ত প্ৰশিক্ষক প্রশিক্ষাৰ্থী প্ৰশ্ন উত্তৰ প্ৰশ্বাস নিশ্বাস প্ৰসন্ন বিষণ্ণ প্ৰসন্নতা বিষণ্ণতা, বিমৰ্ষতা প্ৰসাৰণ সংকোচন প্ৰসিদ্ধ অখ্যাত প্ৰস্থ দীঘ প্ৰস্থান প্ৰৱেশ প্ৰাংশু বামন প্রাকৃত অপ্রাকৃত প্ৰাকৃতিক অপ্ৰাকৃতিক, কৃত্ৰিম প্রাচীন অৰ্বাচীন, নবীন, আধুনিক প্ৰাচ্য পাশ্চাত্য, প্ৰতিচ্য প্ৰাণী উদ্ভিদ প্রাপ্ত অপ্ৰাপ্ত প্ৰাৰম্ভ শেষ প্ৰায়শ কদাচিত প্ৰায়োগিক তাত্ত্বিক প্ৰাসংগিক অপ্ৰাসংগিক প্ৰাসাদ কুটীৰ, পঁজা প্ৰিয় অপ্ৰিয় প্ৰীতি অপ্ৰীতি, অসূয়া প্ৰীতিকৰ অপ্ৰীতিকৰ প্ৰেম ঘৃণা প্ৰেয়ঃ অপ্ৰেয়ঃ প্ৰেৰক গ্ৰাহক প্ৰৌঢ় অপ্ৰৌঢ়
ফ – বিপৰীত শব্দ তালিকা শব্দ বিপৰীত শব্দ ফটফটীয়া ছঁয়াময়া ফৰকাল ডাৱৰীয়া, গোমা ফৰফৰীয়া জেকা ফৰিয়াদী আচামী ফল অফল ফলপ্ৰদ নিষ্ফল ফলপ্ৰসূ নিষ্ফল ফাঁকি সত্য ফাট সন্ধি ফেদেলী অপেশ্বৰী ফৌজদাৰী দেৱানী
ব – বিপৰীত শব্দ তালিকা শব্দ বিপৰীত শব্দ বক্তা শ্ৰোতা বক্ৰ পোন বক্ৰোক্তি স্বভাৱোক্তি বগা ক’লা বগী ক’লী বঢ়া টুটা বতৰ অবতৰ বতৰীয়া আবতৰীয়া বদ্-অভ্যাস সদ্-অভ্যাস বদগুণ সদণ্ডণ বদনাম সদনাম বদুৱা চোকা, ঢাৰাল, শানিত বদ্ধ মুক্ত বধূ পো বনৰীয়া ঘৰচীয়া বন্দনা গঞ্জনা বন্দী মুক্ত বন্ধ খোলা, মুক্ত বন্ধন মুক্তি বন্ধু শত্ৰু বন্ধুত্ব শত্ৰুতা, বৈৰিতা বন্য পোহনীয়া, ঘৰচীয়া বয়োজ্যেষ্ঠ বয়োকনিষ্ঠ বৰ সৰু, শাপ, শাও, অভিশাপ বৰণ বৰ্জন বৰ্খাস্ত বাহাল, নিযুক্তি বৰ্জন গ্ৰহণ বৰ্জনীয় গ্ৰহণীয় বৰ্জিত গৃহীত বৰ্তমান অতীত বৰ্ধক হ্ৰাসক বৰ্ধমান ক্ষীয়মান বৰ্ধিষ্ণু ক্ষয়িষ্ণু বলৱৎ বাতিল, খাৰিজ বলী নিৰ্বলী, দুৰ্বলী বস্তুনিষ্ট ব্যক্তিনিষ্ঠ বহল ঠেক বহলাই চমুকৈ, চমুৱাই বহিঃ ভিতৰ, অন্তঃ বহিৰজা উঠিৰজা বহিৰিন্দ্ৰিয় অন্তৰিন্দ্ৰিয় বহিৰ্জগত অন্তৰ্জগত বহিৰ্বাণিজ্য অন্তঃবাণিজ্য বহিৰ্ভাগ অন্তৰ্ভাগ বহিৰ্ভূত অন্তৰ্ভুক্ত বহিৰ্মুখী অন্তর্মুখী বহিষ্কাৰ চামিল বহু অল্প বহুকোষী এককোষী বহুত কম, অল্প বহুবল্কী মিতভাষী, স্বল্পভাষী বহুবল্কিতা স্বল্পভাষিতা বক্ষ পৃষ্ঠ বাঁও সোঁ বাকী নগদ বাজ ভিতৰ বাঞ্ছিত অবাঞ্ছিত বাট অবাট বাঢ়োঁতা টুটোঁটা বাণি দীঘ বাতিল বাহাল বাদ প্রতিবাদ, বিবাদ বাদী বিবাদী, প্ৰতিবাদী বাধ্য অবাধ্য বানপীড়িত খৰাংপীড়িত বাম দ, সোঁ বামন বামন বামপন্থী সোঁপন্থী বাৰবনিতা সতী বাৰিষা খৰালি বালক বালিকা, বৃদ্ধ বাল্য বাৰ্ধক্য বাস্তৱ কল্পনা, অবাস্তৱ বাস্তৱিক কাল্পনিক বাহাল বাতিল বাহিৰ ভিতৰ বাহিৰত ভিতৰত বাহিৰা ভিতৰুৱা বাহ্য অভ্যন্তৰ বাহ্যিক অভ্যন্তৰীণ, অভ্যন্তৰিক বাহুল্য স্বল্পতা বিক কিন বিকৰ্ষণ আকৰ্ষণ বিকল সচল বিকশিত অবিকশিত বিকা কিনা বিকাশ অপ্ৰকাশ বিক্ৰয় ক্ৰয় বিখ্যাত অখ্যাত বিগত অনাগত বিগ্ৰহ সন্ধি বিঘ্ন অবিঘ্ন বিচৰা নিবিচৰা বিচ্ছেদ মিলন বিজয় পৰাজয় বিজেতা বিজিত বিজ্ঞ মূৰ্খ, অজ্ঞ বিজ্ঞাত অজ্ঞাত বিজ্ঞেয় অজ্ঞেয় বিতুষ্ট তুষ্ট, সন্তুষ্ট বিতৃষ্ণা অনুৰাগ বিদিত অবিদিত বিদুষী অশিক্ষিতা বিদেশ স্বদেশ বিদেশী স্বদেশী বিদেহ দেহী বিদ্বান মূৰ্খ বিদ্যমান অবিদ্যমান বিদ্যমানতা অবিদ্যমানতা বিদ্যা অবিদ্যা বিধবা সধবা বিধৰ্ম সধৰ্ম বিধৰ্মী স্বধৰ্মী বিধি অবিধি বিধুতি ধুতি বিধেয় উদ্দেশ্য, অবিধেয় বিনত অবিনত বিনম্ৰ দাম্ভিক বিনম্ৰতা দাম্ভিকতা বিনয় অবিনয়, ঔদ্ধত্য, গৰ্ব বিনয়ী দাম্ভিক বিনশ্বৰ অবিনশ্বৰ বিনাশ সৃষ্টি, সৃজন বিনীত উদ্ধত বিন্যস্ত অবিন্যস্ত বিপত্নীক সপত্নীক বিপদ সম্পদ বিপন্ন নিৰাপদ বিপন্নতা নিৰাপত্তা বিপক্ষ পক্ষ, সপক্ষ বিফল সফল বিফলতা সফলতা, সাফল্য বিবাদ সুবাদ বিবৃত সংবৃত বিবেচক অবিবেচক বিভক্ত অবিভক্ত বিভাজন সংযোজন বিভাজিত সংযোজিত, একত্ৰ বিমংগল সুমংগল বিমাতা মাতা বিমিশ্ৰ অবিমিশ্র বিমুক্ত বন্ধন বিমুখ উন্মুখ বিমূৰ্ত মূৰ্ত বিযুক্ত যুক্ত বিযুৰীয়া যুৰীয়া বিযোৰ যোৰ বিৰক্ত অবিৰক্ত, অনুৰক্ত বিৰত অবিৰত বিৰল বহুত বিৰস সৰস বিৰসিক ৰসিক বিৰহ মিলন বিৰহী প্ৰেম বিৰাগ অনুৰাগ বিৰাট ক্ষুদ্ৰ বিৰাম অবিৰাম বিৰোদ্ধ অবিৰোদ্ধ বিৰূপ অপৰূপ বিৰোধ অবিৰোধ বিলম্ব অবিলম্ব বিলম্বিত দ্ৰুত বিলক্ষণ সুলক্ষণ বিলীন অস্তিত্ব বিশাল ক্ষুদ্ৰ বিশেষ সাধাৰণ, নিৰ্বিশেষ বিশুদ্ধ অশুদ্ধ বিশৃংখল সুশৃংখল বিশ্রান্ত অবিশ্রান্ত বিশ্ৰাম অবিশ্ৰাম বিশ্রী সুশ্রী বিশিষ্ট সংশ্লিষ্ট বিশ্লেষণ সংশ্লেষণ বিশ্বাস অবিশ্বাস বিশ্বাসঘাতক বিশ্বাসভাজন বিশ্বাসী অবিশ্বাসী বিষ অমৃত বিষয় বৈৰাগ্য বিষয়ী বৈৰাগী বিষাদ হৰ্ষ, আনন্দ বিসংগত সংগত বিসংগতি সংগতি বিসম্বাদী অবিসম্বাদী বিসদৃশ সদৃশ বিসৰ্জন আবাহন বিসোৱাদ সোৱাদ বিস্তৃত অবিস্তৃত, সংক্ষিপ্ত বিস্বাদ স্বাদ বিস্মৰণ স্মৰণ বিস্মৃত অবিস্মৃত, স্মৃত বিহ অমৃত বিহিত অবিহিত বিয়োগ যোগ বিয়োগফল যোগফল বিয়োগাত্মক যোগাত্মক বিয়োগান্ত মিলনান্ত বিয়োজক সংযোজক বিয়োজন সংযোজন বিয়োজিত সংযোজিত বীভৎস বিতোপন, মনোমোহা বুকু পিঠি বুজন অবুজন বুঢ়া বুঢ়ী বুঢ়ী বুঢ়া বুৰ ওপং বৃদ্ধ বৃদ্ধা বৃদ্ধি হ্ৰাস বৃহৎ সৰু, ক্ষুদ্ৰ বেঁকা পোন বেচৰকাৰী চৰকাৰী বেছি কম বেজাৰ আনন্দ বেদ্য অবেদ্য বেনামী নামী বেয়া ভাল বেৰসিক ৰসিক বেসুৰা শ্ৰুতিমধুৰ বৈচিত্ৰ্য ঐক্য, মিল বৈদিক অবৈদিক বৈধ অবৈধ বৈৰাগী আসক্ত বৈৰাগ্য আসক্তি বৈৰিতা মিত্ৰতা বৈৰী মিত্ৰ বৈসাদৃশ্য সাদৃশ্য ব্যক্ত অব্যক্ত ব্যয় আয় ব্যৰ্থ সাৰ্থক, অব্যৰ্থ ব্যৰ্থতা সাৰ্থকতা ব্যৱচ্ছেদ অব্যৱচ্ছেদ ব্যৱহৃত অব্যৱহৃত ব্যষ্টি সমষ্টি ব্যয় আয়, সঞ্চয় ব্যাহত অব্যাহত
ভ – বিপৰীত শব্দ তালিকা শব্দ বিপৰীত শব্দ ভংগ অভংগ ভঁজুৱা বিশুদ্ধ ভকত অভকত ভকতীয়া অভকতীয়া ভক্ত অভক্ত ভক্তি অভক্তি, ঘৃণা ভগ্ন অভগ্ন ভঙা গঢ়া ভটিয়নি উজনি ভটিয়া উজা ভণ্ড সাধু ভদ্ৰ অভদ্ৰ ভদ্ৰোচিত অভদ্ৰোচিত ভনী বাই ভব্য অভব্য ভৰদুপৰ দোভাগৰাতি, দোপৰনিশা, মধ্যৰাতি, মাজনিশা ভৰদুপৰীয়া দোভাগৰাতি, দোপৰনিশা, মধ্যৰাতি, মাজনিশা ভয় অভয়, নিৰ্ভয়, সাহস ভয়াতুৰ সাহসী, নিৰ্ভীক ভৰ্তি খালী ভৰ্ৎসনা প্রশংসা ভৰ্ৎসিৎ প্ৰশংসিত ভৱিষ্যৎ বৰ্তমান, অতীত ভক্ষ অভক্ষ ভক্ষক ৰক্ষক ভাই ককাই ভাং গঢ় ভাগফল গুণফল ভাঙোন গঠন ভাজ্ঞ দুৰ্ভাজ্ঞ ভাজক ভাজ্য ভাজ্য অবিভাজ্য, ভাজক ভাটা জোৱাৰ ভাটি উজনি ভাল বেয়া ভাবানুবাদ শব্দানুবাদ ভাষা বিভাষা ভাস ডুব ভাসন ডুবন ভিকহু ধনী ভিতৰ বাহিৰ, বাজ ভিতৰত বাহিৰত ভিতৰুৱা বাহ্যিক ভিন্ন অভিন্ন ভীৰু সাহসী ভীৰুতা সাহসিকতা, নিৰ্ভীকতা ভুক্ত অভুক্ত ভুল শুদ্ধ ভুৱা সঁচা ভূত ভৱিষ্যৎ ভূমিকা উপসংহাৰ ভৃত্য স্বামী, প্ৰভু ভেজাল খাঁটি ভেদ অভেদ ভেদ্য অভেদ্য ভৈয়াম পাহাৰ ভোক আভোক ভোগ ত্যাগ ভোগালী কঙালী ভোটা তীক্ষ্ন, চোকা, জোঙা ভোদা চতুৰ ভৌতিক অভৌতিক, ৰাসায়নিক ভ্ৰষ্ট অভষ্ট ভ্ৰান্ত অভ্ৰান্ত
ম – বিপৰীত শব্দ তালিকা শব্দ বিপৰীত শব্দ মংগল অমংগল মখনা দঁতাল মজবুত কমজুৰি, হালকা, দুৰ্বল মঞ্জুৰ নামঞ্জুৰ মঞ্জুৰি নামঞ্জুৰি মত অমত মতদ্বৈধ ঐক্যমত মতৈক্য মতানৈক্য মধুৰ তিক্ত, কটু মধ্যাহ্ন অপৰাহ্ন মনোযোগ অমনোযোগ মনোনয়ন অমনোনয়ন মনোনীত অমনোনীত মন্থৰ দ্ৰুত, ক্ষীপ্ৰ, খৰতকীয়া, বেগী মন্থৰতা ক্ষিপ্ৰতা, ধীৰতা, দ্ৰুততা মন্দ দ্ৰুত মৰণ জীৱন, জনম মস্তক চৰণ মৰমিয়াল নিষ্ঠুৰ, নিমৰমিয়াল মৰা জীয়া, জীৱিত মসৃণ খহটা মহৎ হীন মহত্ত্ব হীনত্ব মহাজন শ্ৰমিক মহান হীন মহাত্মা দুৰাত্মা মাটি পানী মাত অমাত মান অপমান মান্য অমান্য মানৱ অমানৱ মানৱীয় অমানৱীয় মানসিক দৈহিক মানী মানহীন মানুষিক অমানুষিক মান্য অমান্য, ঘৃণ্য মাৰ্জিত অমাৰ্জিত মালিক চাকৰ, লগুৱা মিছা সঁচা মিতব্যয় অপচয় মিতব্যয়িতা অমিতব্যয়িতা মিতব্যয়ী অমিতব্যয়ী, ধোঁৱাখুলীয়া মিতভাষিতা বহুবল্কিতা মিতভাষী বহুবল্কী মিতিৰালি শতুৰালি, শত্ৰুতা, বৈৰিতা মিত্ৰ শত্ৰু, বৈৰী মিত্ৰতা শত্ৰুতা, বৈৰিতা মিথা তিতা মিথ্যা সত্য মিথ্যাবাদী সত্যবাদী মিল অমিল, বৈসাদৃশ্য মিলন বিচ্ছেদ, বিৰহ মিলনান্ত বিয়োগান্ত মিশ্ৰ অমিশ্র মিহি খহটা (বস্তুৰ ক্ষেত্ৰত), কৰ্কশ (মাতৰ ক্ষেত্ৰত) মুকলি বন্ধ, আবুৰ মুক্ত বন্দী মুক্তি বন্ধন মুখৰ মৌন মুখ্য গৌণ মুৰ্দা জিন্দা মুৰ্দাবাদ জিন্দাবাদ মূল্যহীন মূল্যৱান মূৰ্খ পণ্ডিত, জ্ঞানী মূৰ্খামি পণ্ডিতালি, চতুৰালি মূৰ্ত বিমূৰ্ত মৃত জীৱিত মৃত্যু জন্ম মৃদু তীব্ৰ মেঘাচ্ছন্ন নিৰ্মেঘ মেধ্য অপৱিত্ৰ মেধা গাধা, অমেধা মেমেৰা শকত মেৰুদণ্ডী অমেৰুদণ্ডী মেলাহি গোটোং মৌখিক লিখিত মৌন সৰৱ, মুখৰ মৌল যৌগ মৌলিক যৌগিত ম্লান উজ্জ্বল
য – বিপৰীত শব্দ তালিকা শব্দ বিপৰীত শব্দ যতি সংযতি যতেক ততেক যত্ন অযত্ন যত্নকৃত অযত্নকৃত যত্নলভ্য অযত্নলভ্য যত্নসমভূত অযত্নসম্ভূত যথা তথা যথাৰ্থ অযথাৰ্থ য’ৰ ত’ৰ য’লৈ ত’লৈ যশ অপযশ, দুৰ্যশ যশস্যা বদনাম, দুৰ্যশ, কুনাম, কুখ্যাতি, গ্লানি যাচিত অযাচিত যাযাবৰ স্থায়ী যুক্ত অযুক্ত, বিযুক্ত যুক্তি অযুক্তি যুক্তিযুক্ত অসংগত, অযুক্তিকৰ, যুক্তিহীন যুক্তিকৰ অযুক্তিকৰ যুক্তিহীন যুক্তিযুক্ত যুগমীয়া অস্থায়ী, ক্ষণস্থায়ী যুগল একক যুগুত অযুগুত যুগুতি অযুগুতি যুগ্ম অযুগ্ম যুটীয়া একক যুদ্ধ শান্তি যুৰীয়া বিযুৰীয়া যুৱক বৃদ্ধ যেতিয়া তেতিয়া যেতেকে তেতেকে যোগ বিয়োগ যোগান চাহিদা যোগ্য অযোগ্য যোগ্যতা অযোগ্য যোজক বিয়োজক যোজন বিয়োজন যোজ্য অযোজ্য যোত্ৰ অযোত্ৰ যোৰ বিযোৰ যৌক্তিক অযৌক্তিক যৌগ মৌল যৌগিক মৌলিক, অযৌগিক, সৰল যৌথ একক যৌৱন বাৰ্ধক্য
ৰ – বিপৰীত শব্দ তালিকা শব্দ বিপৰীত শব্দ ৰং খং ৰংশিঙা খংশিঙা ৰ’ব নৰ’ব ৰ’দ বৰষুণ ৰ’দঘাই চেঁচুকীয়া, জেলুকীয়া ৰ যা ৰঙীয়াল খঙাল ৰজ নৰজ ৰজা প্ৰজা ৰট বখান ৰটন কীৰ্তন ৰণ সন্ধি ৰত বিৰত ৰতি বিৰতি ৰপ্তানি আমদানি ৰবি শস্য খাৰিফ শস্য ৰমণীয় কুৎসিত ৰম্য কুৎসিত ৰসিক বেৰসিক ৰক্ষক ভক্ষক ৰক্ষণশীল প্ৰগতিশীল ৰয় নৰয় ৰাগ বিৰাগ ৰাজনৈতিক অৰাজনৈতিক ৰাজসিক তামসিক, সাত্ত্বিক ৰাজহুৱা ব্যক্তিগত ৰাজি নাৰাজ ৰাতি দিন ৰাসায়নিক ভৌতিক ৰাহি খৰচ ৰিক্ত পূৰ্ণ ৰীতি অৰীতি ৰুগ্ন সুস্থ, নিৰোগ, ৰোগহীন ৰুচি অৰুচি ৰুদ্ধ অনিৰুদ্ধ, মুক্ত ৰুষ্ট তুষ্ট ৰুক্ষ মসৃণ ৰুক্ষতা মসৃণতা ৰুঢ় মৃদু ৰেহাই জৰিমণা ৰোগ নিৰোগ ৰোগী সুস্থ, নিৰোগ ৰোষ হৰ্ষ, আনন্দ ৰোহ হৰ্ষ, আনন্দ
ল – বিপৰীত শব্দ তালিকা শব্দ বিপৰীত শব্দ লংঘন পালন লংঘনীয় পালনীয়, অলংঘনীয়, অলংঘ্য লংঘিত পালিত লংঘ্য অলংঘ্য ল’ৰাকাল বুঢ়াকাল ল দে লগ অকল লগত অকলে লঘিমা গৰিমা লঘিষ্ঠ গৰিষ্ঠ লঘু গুৰু, গাঢ় লঘুত্ব গুৰুত্ব লনি ধাদুমী লব হৰ লম্ব তিৰ্যক লভ হেৰুৱা লক্ষ্য অলক্ষ্য লয় অলয়, সৃষ্টি লাওমূৰা শিঙাল লাগ নালাগ লাগতিয়াল অলাগতিয়াল লাগী এলাগী লাগে নালাগে লাঘৱ গৌৰৱ লাজুক নিৰ্লজ লাজুকী নিৰ্লজ লাভ লোকচান লাহী শকত লাহেকৈ জোৰকৈ, বেগেৰে লাহে-ধীৰে শীঘ্ৰে, খৰখেদাকৈ লাহে লাহে শীঘ্ৰে, খৰখেদাকৈ লিকটা চনকা, ঠুনুকা লিকটীয়া চনকা, ঠুনুকা লিখন পঠন, কথন লিখিত অলিখিত, কথিত লিপ্ত নিৰ্লিপ্ত লিপ্ততা নিৰ্লিপ্ততা লিহিৰী শকত লুকাই চুৰকৈ দেখাদেখিকৈ, প্ৰকাশ্যে লুধুমী লনি লেখক পঢ়ুৱৈ লেতেৰা চাফা, চিকুণ, পৰিষ্কাৰ, নিকা লেন দেন লেনা দেনা লোকচান লাভ লোভীয়া নিৰ্লোভ লৌকিক অলৌকিক লৌকিকতা অলৌকিকতা
শ – বিপৰীত শব্দ তালিকা শব্দ বিপৰীত শব্দ শকত ক্ষীণ শক্ত অশক্ত শঠ সাধুয শঠতা সাধুতা শতৰু মিত্ৰ, মিতিৰ শতুৰালি মিতিৰালি শত্ৰু মিত্ৰ শত্ৰুতা মিত্ৰতা শব্দানুবাদ ভাবানুবাদ শৰীৰী অশৰীৰী শয়ন জাগৰণ, উত্থান শাও আশীৰ্বাদ শাসক শাসিত শান্ত অশান্ত, দুৰন্ত শান্তি অশান্তি শান্তি অসতী শাপ আশীৰ্বাদ, বৰ শাৰীৰিক মানসিক শায়িত উত্থিত শালি লাহী শালীন অশালীন শালীনতা অশালীনতা শাসক শাসিত শাস্তি পুৰস্কাৰ শিক নিশিক শিকা নিশিকা শিঙাল লাওমূৰা শিতান পথান শিথিল দৃঢ় শিথিলতা দৃঢ়তা শিৰ পদ শিষ্ট অশিষ্ট শিষ্য গুৰু শিক্ষক শিক্ষাৰ্থী শিক্ষাৰ্থী শিক্ষক শীঘ্ৰ বিলম্ব শীত গ্ৰীষ্ম শীতকাল গ্ৰীষ্মকাল শীতকালি গ্ৰীষ্মকালি শীতল উষ্ম, তপত, গৰম শীতলতা উষ্ণতা শীৰ্ণ স্থূল শুকনি পকনি শুকান সৰস, তিতা, সিক্ত শুকুলা ক’লা, কৃষ্ণ শুক্ৰাণু ডিম্বাণু শুক্ল কৃষ্ণ শুক্লপক্ষ কৃষ্ণপক্ষ শুচি অশুচি শুদ্ধ অশুদ্ধ, ভুল শুভ অশুভ শুভদৃষ্টি অশুভদৃষ্টি, কুদৃষ্টি শুভ্ৰ কৃষ্ণ শুৱনি অশুৱনি, কুন্ধচ শুৱলা কৰ্কশ, কঠুৱা, হুঁটা শুষ্ক আৰ্দ্ৰ, সিক্ত শূন্য পূৰ্ণ শূন্যতা পূৰ্ণতা শৃংখল বিশৃংখল শেষ আৰম্ভ, প্ৰথম শোক হৰ্ষ শোভন অশোভন শোভনীয় অশোভনীয় শ্ৰদ্ধা অশ্ৰদ্ধা শ্ৰব্য অশ্ৰব্য শ্ৰম বিৰাম, বিশ্ৰাম শ্ৰী বিশ্ৰী শ্রুতিকটু শ্রুতিমধুৰ শ্রুতিমধুৰ শ্রুতিকটু শ্ৰেষ্ঠ নিকৃষ্ট শ্ৰোতা বক্তা শ্যাম গৌৰ শ্লিষ্ট অশ্লিষ্ট শ্লীল অশ্লীল শ্লীলতা অশ্লীলতা শ্বাস নিশ্বাস শ্বেতাংগ কৃষ্ণাংগ
স – বিপৰীত শব্দ তালিকা শব্দ বিপৰীত শব্দ সংকীৰ্ণ বিস্তীৰ্ণ, প্ৰশস্ত সংকুচিত প্রসাৰিত সংকোচ নিঃসংকোচ সংকোচন প্ৰসাৰণ সংগত অসংগত সংগতি বিসংগতি সংগ্ৰত বিতৰণ সংবদ্ধ অসংবদ্ধ সংযত অসংযত সংযম অসংযম সংযমী অসংযমী সংযুক্ত অসংযুক্ত, বিযুক্ত সংযোগ বিয়োগ সংযোজন বিয়োজন সংযোজিত বিয়োজিত সংৰক্ষণ অসংৰক্ষণ সংৰক্ষিত অসংৰক্ষিত সংলগ্ন অসংলগ্ন সংস্কৃত অসংস্কৃত সংশয় প্ৰত্যয় সংশ্লিষ্ট বিশ্লিষ্ট সংশ্লেষণ বিশ্লেষণ সংহত বিভক্ত সংক্ষিপ্ত বিক্ষিপ্ত, বিস্তৃত সংক্ষেপ বাহুল্য, বিস্তাৰ সংক্ষেপিত বিস্তাৰিত সঁচা মিছা সকৰুণ অকৰুণ সকৰ্মক অকৰ্মক সকাম নিষ্কাম সক্ৰিয় নিষ্ক্ৰিয় সক্ৰিয়তা নিষ্ক্ৰিয়তা সগুণ নিৰ্গুণ সঘোষ অঘোষ সচল অচল, নিশ্চল সচিত নিদ্ৰা সচেতন অচেতন সচেষ্ট নিশ্চেষ্ট সচ্চৰিত্ৰ দুশ্চৰিত্ৰ সজ অসজ সজাগ নিদ্ৰিত সজীৱ নিৰ্জীৱ সজ্জন দুৰ্জন সজ্ঞান অজ্ঞান সঞ্চয় খৰচ, অপচয় সতৰ্ক অসতৰ্ক সতী অসতী, বাৰবনিতা সতেজ নিস্তেজ সৎ অসৎ সত্বৰ ধীৰ সত্বৰে ধীৰে সত্য অসত্য সদৰ্থক নঞৰ্থক সদগুণ বদগুগ সদয় নিৰ্দয় সদাচাৰ কদাচাৰ সদাচাৰী কদাচাৰী সদৃশ অসদৃশ, বিসদৃশ সদ্ভাৱ অসদ্ভাৱ সধৰ্ম বিধৰ্ম সধৰ্মী বিধৰ্মী সধবা বিধবা সনাতন অনিত্য সন্ত অসন্ত সন্তুষ্ট অসন্তুষ্ট, বিতুষ্ট সন্তুষ্টি অসন্তুষ্টি, বিতুষ্টি সন্তোষ অসন্তোষ সন্দিগ্ধ অসন্দিগ্ধ সন্ধি ৰণ, বিগ্ৰহ, ফাট সন্ধ্যা পুৱা সন্নিধান ব্যৱধান সন্মত অসন্মত সন্মতি অসন্মতি সন্মান অসন্মান সন্মানিত অসন্মানিত সন্মুখ বিমুখ, পশ্চাৎ, পিছ সপক্ষ বিপক্ষ সপুত্ৰক অপুত্ৰক সপুষ্পক অপুষ্পক সপোন দিঠক সপ্ৰতিভ অপ্ৰতিভ, নিষ্প্ৰতিভ সফল বিফল সফলতা বিফলতা সবংশ নিৰ্বংশ সবল দুৰ্বল সবাক নিৰ্বাক সভয় অভয় সভ্য অসভ্য সম বিষম, অসম সমতল অসমতল সমতা বিষমতা, অসমতা সমবাহু বিষমবাহু সমষ্টি ব্যষ্টি সময় অসময় সমৰ্থ অসমৰ্থ সমৰ্থৱান অসমৰ্থৱান সমষ্টি ব্যষ্টি সমান অসমান সমাপন অসমাপন সমাপিকা অসমাপিকা সমাপ্ত অসমাপ্ত, আৰম্ভ সমুখ বিমুখ সম্পদ বিপদ সম্পূৰ্ণ অসম্পূৰ্ণ সম্প্ৰসাৰণ সংকোচন সম্বন্ধ অসম্বন্ধ সম্ভাৱ্য অসম্ভাৱ্য সযত্ন অযত্ন সৰল জটিল, কুটিল, বক্ৰ সৰৱ নিৰৱ সৰহ তাকৰ সৰু ডাঙৰ সশব্দ নিঃশব্দ সশস্ত্ৰ নিৰস্ত্ৰ সশ্রদ্ধ অশ্ৰদ্ব সশ্ৰম বিনাশ্ৰম সসীম অসীম সস্তা দামী সস্তীয়া দামী সহজ জটিল সহযোগ অসহযোগ সহযোগিতা প্ৰতিযোগিতা সহযোগী প্ৰতিযোগী সহায় অসহায় সহিষ্ণু অসহিষ্ণু সহিষ্ণুতা অসহিষ্ণুতা সহ্য অসহ্য সক্ষম অক্ষম সক্ষমতা অক্ষমতা সাকাৰ নিৰাকাৰ, আকাৰহীন সাজ পুৱা সাদৃশ্য বৈসাদৃশ্য সাধু শঠ, অসাধু সাধ্য অসাধ্য সাফল্য বিফলতা, ব্যৰ্থতা সাবালক নাবালক সাবালিকা নাবালিকা সামৰিক অসামৰিক সামান্য অসামান্য সামিষ নিৰামিষ সাম্য অসাম্য, বৈষম্য সাৰ অপসাৰ, অসাৰ সাৰুৱা অসাৰুৱা সাৰ্থক অসাৰ্থক সাৱধান অসাৱধান সাহস ভয় সাহসিকতা ভীৰুতা সাহসী ভীৰু সাক্ষৰ নিৰক্ষৰ সাক্ষৰতা নিৰক্ষৰতা সিক্ত শুষ্ক, অসিক্ত সিক্ততা শুষ্কতা সিত কৃষ্ণ সিদ্ধ অসিদ্ধ সিদ্ধি অসিদ্ধি সিপুৰী ইপুৰী সু কু সুকৃতি দুষ্কৃতি সুখ দুখ সুখ্যাত কুখ্যাত সুখ্যাতি কুখ্যাতি সুখাৱহ দুখাৱহ সুখী দুখী, অসুখী সুগন্ধ দুৰ্গন্ধ সুগভীৰ অগভীৰ, বাম, তৰাং সুগম দুৰ্গম সুচল অচল সুদৰ্শন কুদৰ্শন সুদৃষ্টি কুদৃষ্টি সুন্দৰ কুৎচিত সুনাম কুনাম, দুৰ্নাম সুনীতি কুনীতি, অনীতি সুপ্ত জাগ্ৰত, জাগৃত সুফল কুফল সুবহ দুৰ্বহ সুবিধা অসুবিধা সুবুদ্ধি কুবুদ্ধি সুবেশ কুবেশ সুবোধ্য দুৰ্বোধ্য সুভাগ্য দুৰ্ভাগ্য সুভেদ্য দুৰ্ভেদ্য সুমতি কুমতি, দুৰ্মতি সুমেৰু কুমেৰু সুযশ দুৰ্যশ, অপযশ সুযোগ দুৰ্যোগ সুৰ অসুৰ সুৰভী সুতি সুৰূপ কুৰূপ সুলভ দুৰ্লভ সুশাসন কু-শাসন সুশিক্ষা কুশিক্ষা সুশীল দুঃশীল সুশীলা দুঃশীলা সুশৃংখল বিশৃংখল সুশ্রী বিশ্রী, কুশ্রী সুষম অসম সুষুপ্তি অনিদ্ৰা, নীদ্ৰাহীনতা সুসহ দুঃসহ, দুৰ্বিসহ সুস্থ অসুস্থ সুস্থিৰ অস্থিৰ সুস্বপ্ন দুঃস্বপ্ন সুস্পষ্ট অস্পষ্ট সূৰ্যাস্ত সূৰ্যোদয় সূৰ্যোদয় সূৰ্যাস্ত সূক্ষ্ম স্থূল সৃষ্টি ধ্বংস, বিনাশ সৃষ্টিকাৰী ধ্বংসকাৰী সৃষ্টিমুখী ধ্বংসমুখী সোঁ বাঁও সোঁৱৰণ পাহৰণ সৌভাগ্য দুৰ্ভাগ্য সৌভাগ্যৱান দুৰ্ভাগ্যৱান সৌসাদৃশ্য বৈসাদৃশ্য স্তাৱক নিন্দুক স্তুতি নিন্দা স্থল জল স্থলচৰ জলচৰ স্থলজ জলজ স্থলপথ জলপথ স্থলপৰিবহণ জলপৰিবহণ স্থায়ী অস্থায়ী স্থাৱৰ অস্থাৱৰ স্থিতি গতি স্থিতিশক্তি গতিশক্তি স্থিতিশীল গতিশীল স্নিগ্ধ ৰুক্ষ স্থিৰ অস্থিৰ স্থূল সূক্ষ্ম স্পষ্ট অস্পষ্ট স্পৃশ্য অস্পৃশ্য স্ফুট অস্ফুট স্মৰণ বিস্মৰণ স্মৃত বিস্মৃত স্মৃতি বিস্মৃতি স্বকীয় পৰকীয় স্বচ্ছ অস্বচ্ছ, ঘোলা স্বতন্ত্ৰ পৰতন্ত্ৰ, পৰাধীন স্বনামী বেনামী স্বদেশ বিদেশ স্বধৰ্ম পৰধৰ্ম স্বপ্ন দিঠক স্বৰ্গ নৰক স্বাদ বিস্বাদ স্বাধীন পৰাধীন স্বাধীনতা পৰাধীনতা স্বাভাৱিক অস্বাভাৱিক স্বামী ভৃত্য স্বাৰ্থ পৰাৰ্থ স্বাৰ্থপৰ পৰাৰ্থপৰ স্বীকাৰ অস্বীকাৰ
হ – বিপৰীত শব্দ তালিকা শব্দ বিপৰীত শব্দ হ নহ হওক নহওক হঁহা কন্দা হ’বলৈ নহ’বলৈ হক বিহক হত জীৱিত হৰণ পূৰণ হৰা জিকা হৰ্ষ বিষাদ হয় নহয় হাঁহ কান্দ হাঁহি কান্দোন হাজিৰ গৰহাজিৰ হানি লাভ হাৰ জিক হাৰোঁতা জিকোঁতা হিংসা অহিংসা হিংস্ৰ অহিংস্ৰ হিচাপ বেহিচাপ হিচাপী বেহিচাপী হিত অহিত হৃদ্যতা কপটতা, শত্ৰুতা হৃষ্ট বিষণ্ণ হেতু অহেতু হেবাং চতুৰ হেমাহি খৰখেদা, ততা-তৈয়া হোজা টিমক হোৱা নোহোৱা হোৱাত নোহোৱাত হ্ৰসন বৰ্ধন হ্ৰস্ব দীৰ্ঘ হ্ৰাস বৃদ্ধি
ক্ষ – বিপৰীত শব্দ তালিকা শব্দ বিপৰীত শব্দ ক্ষতি লাভ ক্ষমণীয় অক্ষমণীয় ক্ষমা প্ৰতিশোধ ক্ষয় অক্ষয়, বৃদ্ধি ক্ষয়িষ্ণু বৰ্ধিষ্ণু ক্ষাৰ অম্ল ক্ষীণ শকত ক্ষীণকায় স্থূলকায় ক্ষীপ্ৰ মন্থৰ ক্ষীপ্ৰতা মন্থৰতা, ধীৰতা ক্ষুদ্ৰ বৃহৎ, বিশাল ক্ষুদ্ৰাকাৰ বৃহদাকাৰ ক্ষুদ্ৰায়তন বৃহদায়তন ক্ষুধাতুৰ ক্ষুধাহীন
Opposite Word In Assamese [বিপৰীত শব্দ]
সুসুপ্তী ৰ বিপৰীত কি হব
বাইদেউ, আপুনি যি শব্দৰ বিপৰীত শব্দ বিচাৰি আছে তাৰ বানান সঠিক আছেনে অলপ জনাব।
মোৰ মতে “সুষুপ্তি” হব লাগে । সুষুপ্তিৰ অৰ্থ গভীৰ নিদ্ৰা, ইয়াৰ বিপৰীত শব্দ “জাগৰণ” হ’ব পাৰে।
কুশ শব্দৰ বিপৰীত শব্দ কি হব ?
কুশ -লতা (may be)
কৃশ-স্থুল
অৱসানৰ বিপৰীত শব্দ কি?
অৱসানৰ বিপৰীত শব্দ ধাউতি
সাহিয়ালৰ বিপৰীত শব্দ কি
সাহিয়ালৰ বিপৰীত শব্দ:ভীৰু আৰু ভয়াতুৰ
মোর সময়র বিপরীত অর্থ লাগে।
Afsana Akhtara “সময়” ৰ বিপৰীত শব্দ অসময় ।
অসময়
Boisitro r opposite word
“বৈচিত্ৰ” ৰ বিপৰীত শব্দ “ঐক্য”
ধাউতি বিপৰীত শব্দ?
ধাউতিৰ বিপৰীত অৱসান হব
Montri opposite ki hobo?
চেনেহ ৰ বিপৰীত কি ?
অসময়
Bahut dhuniya korise…thanks
জতুৱা ঠাঁচৰ কেইটামান দিব চোন।
খণ্ডবাক্য | জতুৱা ঠাঁচ
প্ৰখৰৰ বিপৰীত শব্দ কি??
ক্ষীণ
মনমোহা র বিপরীত শব্দ কি
আরু চহকী
আরু গৌরব বিপরীত শব্দ কি
মনোমোহা-বীভৎস
চহকী-দৰিদ্ৰ
গৌৰৱ-লাঘৱ
বিপরীত শব্দ মনোমহা,চহকী, গৌরব
মনোমোহা-বীভৎস
চহকী-দৰিদ্ৰ
গৌৰৱ-লাঘৱ
অবসান আৰু ধাউতি বিপৰীত শব্দ কি হ’ব
অৱসান ৰ বিপৰীত শব্দ কি
Nice.
Thank You
Abhivadan oposite words?
Abhivadan oposite word?
“সোৰোপা” ৰ বিপৰীত শব্দ কি হ’ব ?
“সোৰোপা” ৰ বিপৰীত শব্দ পৰিশ্ৰমী
“সোৰোপা” ৰ বিপৰীত শব্দ কামিলা
‘তোৰলৈ ‘শুদ্ধ নে ‘তোলৈ’ বুলি কোৱাটো শুদ্ধ??
ত’লৈ’ বুলি কোৱাটো শুদ্ধ
গপ ৰ বিপৰীত কি ক’ব নেকি?
অন্তৰ বিপৰীত শব্দ কি হয়
অন্তৰ বিপৰীত শব্দ “আদি”
বিস্তৃত শব্দৰ বিপৰীত অৰ্থ কি?
‘আদৰশৱান’ৰ বিপৰীত শব্দ কি ?
Bohut vul ase (kharali opposit barikha) hobo lage ser no 93
Ser no 84 burha jegat Deka hobo lage dika nhy aru bht ase …..
Thanking you for the suggestion
Sundari biporit sobda ki hono