Assam Govt Holiday List PDF 2023

Assam Govt Holiday List PDF 2023

আপুনি যদি বাৰে বাৰে Assam Govt Holiday List PDF 2023 বা Holiday List 2023 Assam আদি বিচাৰি আছে তেন্তে এই লিংক আপোনাৰ বাবেই।

আমি আপোনালোকৰ কষ্ট সাৰ্থক কৰিবলৈ Assamese Medium নামৰ এই শিক্ষামূলক ৱেবছাইটত Assam Govt Holiday List PDF 2023 বা Holiday List 2023 Assam Download কৰাৰ বাবে পোনপটীয়া লিংকৰ যোগান ধৰাৰ প্ৰয়াস কৰিছো। তেন্তে আহক, তলত দিয়া লিংকত ক্লিক কৰি এতিয়াই Holiday List 2023 Assam Download কৰি লওক।

Assam Govt Holiday List

DateDayHoliday
2023 Jan 15SundayMagh Bihu/Tusu Puja
Jan 16MondayMagh Bihu/Tusu Puja
Jan 23MondayNetaji’s Birthday
Jan 26ThursdayRepublic Day
Jan 31TuesdayMe-Dam-Me-Phi
Feb 5SundayBir Chilaray Divas
Mar 7TuesdayDol Jatra
Apr 14FridayBohag Bihu
Apr 15SaturdayBohag Bihu
Apr 16SundayBohag Bihu
Apr 21FridaySati Sadhani Divas
Apr 22SaturdayId-ul-Fitr
May 1MondayMay Day
May 5FridayBudha Purnima
Jun 5MondayJanmotsav of Sri Sri Madhabdeva
Jun 29ThursdayId-ul-Zuha
Aug 15TuesdayIndependence Day
Sep 6WednesdayJanmastomi
Oct 2MondayMahatma Gandhi’s Birthday
Oct 21SaturdayDurga Puja & Bijoya Dashomi
Oct 22SundayDurga Puja & Bijoya Dashomi
Oct 23MondayDurga Puja & Bijoya Dashomi
Oct 24TuesdayDurga Puja & Bijoya Dashomi
Nov 12SundayKali Puja & Diwali
Nov 15WednesdayBhatri Dwitiya
Nov 24FridayLachit Divas
Nov 27MondayGurunanak’s Birthday
Dec 2SaturdayAsom Divas (Su-Ka-Pha Divas)
Dec 25MondayChristmas

Assam Govt Holiday List PDF 2023 Download

কিয় প্ৰয়োজন হয় এই Assam Govt Holiday List PDF 2023?

আপুনি যদি Assamese Medium ত অধ্যয়ন কৰা শিক্ষাৰ্থী অথবা শিক্ষক- কৰ্মচাৰী তেন্তে আপুনি নিশ্চয় জ্ঞাত যে এই Assam Govt Holiday List PDF 2023 কি আৰু ই আপোনাক কেনেদৰে সহায় কৰে।

অসম চৰকাৰ দ্বাৰা প্ৰকাশিত এই Assam Govt Holiday List PDF 2023 মতে যিকোনো চৰকাৰী বিদ্যালয়ত কৰ্মৰত কৰ্মচাৰীয়ে কাৰ্য্য চলাই যাব লাগিব। সেই গতিতে, ই আপোনালোকৰ বাবে এক গুৰুত্বপূৰ্ণ তথ্য।

আপুনি ওপৰত দিয়া লিংকৰ জৰিয়তে Assam Govt Holiday List PDF 2023 Download কৰি লব পাৰে।

Assam Govt Holiday List PDF 2023 ছাত্ৰ ছাত্ৰীৰ কি কামত আহিব?

শিক্ষক – শিক্ষয়িত্ৰীৰ দৰেই যিকোনো ছাত্ৰ ছাত্ৰীয়ে নিয়মিতভাৱে বিদ্যাল়সমূহত আহিব লাগে, তেন্তে নিচ্ছয় এই Assam Govt Holiday List PDF 2023 ই বহুত সহায় কৰিব।

এই Assam Govt Holiday List PDF 2023 Download কৰা ছাত্ৰ ছাত্ৰীয়ে আগতীয়াকৈ চৰকাৰে প্ৰদান কৰা বন্ধৰ দিন গম পাব আৰু যিকোনো পৰিকল্পনা সঠিক মতে কৰিব পাৰিব।

ইয়াৰ ওপৰিও বিভিন্ন সময়ত উৎযাপিত উৎসৱ পাৰ্বনৰ কথা গম পাব আৰু সেইবোৰৰ বিষয়ে জানি নিজকে জ্ঞান পুষ্ট কৰিব পাৰিব।

শেষ বাক্য

Assam Govt Holiday List PDF 2023 download কৰা বা নকৰাৰ কাৰণ বিচাৰি গলে আমি বহু কথাই কব পাৰিম যদিও এইখিনিতে সমাপ্ত কৰিব বিছাৰিছো।

আপুনি যদি এই Assam Govt Holiday List PDF 2023 Download কৰিব বিচাৰি আছে তেন্তে চিন্তাৰ কোনো কাৰণ নাই, ওপৰত দিয়া লিংকৰ জৰিয়তে ডাউনলোড কৰিব পাৰিব।

ৰসায়ন বিজ্ঞানত স্নাতক ডিগ্ৰী, ব্যক্তিগত বিদ্যালয়ত শিক্ষক হিচাপে কাম কৰাৰ লগতে Assamese Medium ত CEO যিয়ে সকলো বিষয়ৰ লিখনিসমূহ চোৱাচিতা কৰে।

Free PDF Notes

Get Now

ADVERTISEMENT

Leave a Comment

error: লাজ নালাগে কপি কৰিব