বাক্য ৰচনা

আপুনি জানেনে বাক্য ৰচনা কেৱল আপুনি HS/HSLC Final Exam 2023 ত সহায় কৰাই নহয়, ই আপোনাক যিকোনো বিষয়ত শুদ্ধ বাক্য ৰচনা অৰ্থাৎ বাক্য শুদ্ধ ৰূপত লিখিবলৈ সহায় কৰিব।
তেন্তে আহক, আজি আমি Assamese Medium ৰ এই লিখনিৰ জৰিয়তে বাক্য ৰচনা কিছু আলোচনা কৰিবৰ প্ৰয়াস কৰিছো।

কিছু বাক্য ৰচনা 2023 HS/HSLC Final Exam

  1. শুৱনী – পথাৰখন ধানেৰে শুৱনি হৈ পৰিছে ।
  2. সুৰীয়া – মোৰ ভাষাটো সুৰীয়া নহলেওঁ মোৰ বাবে সদায় আপোন ।
  3. ধুনীয়া – মৃন্ময় দেখিৱলৈ ধুনীয়া হলেওঁ পঢ়িৱলৈ নাজানে ।
  4. চহকী – মানুহজন চহকী যদিওঁ অহংকাৰী নহয় ।
  5. কুমলীয়া – ৰহিমে তাৰ মনৰ ভাৱ ৰাহুলৰ আগত কুমলীয়া ভাৱে প্ৰকাশ কৰিলে ।
  6. সুবিশাল – কবি নৱকান্ত বৰুৱাই সুবিশাল পৃথিৱীত সকলোৰে লগত হাতে – হাতে ধৰা – ধৰিকৈ যাৱলৈ ইচ্ছা কৰিছে ।
  7. কথাচহকী – বিন্দ্ৰা গোটেই শ্ৰেণীটোৰ ভিতৰতেই কথা-চহকী ।
  8. কথা শু্ন – শিক্ষকে ছাত্ৰসকলক ক ‘লে যে মই কোৱা প্ৰতিটো কথা শু্ন
  9. কথা ৰাখ – পুষ্পই বিপাছাক কথা ৰাখ্ বুলি প্ৰতিশ্ৰুতি ল ‘বলৈ কলে ।
  10. মিচিকিয়াই – নয়নাই মিচিকিয়াই হাঁহি খুড়াকক সুধিলে ।
  11. চেনেহী – অসমীয়া ভাষাটো আমাৰ চিৰ চেনেহী ভাষা জননী ।
  12. পূৰণি – হেম সৰস্বতী দেবৰ প্ৰহ্লাদ চৰিত্ৰ নামৰ পূঠিখন বহুত পুৰণি ।
  13. ধন্যবাদ – কোনোৱাই তিলমাত্ৰ উপকাৰ কৰিলে তাতবাবে ধন্যবাদ প্ৰকাশ কৰিব লাগে ।
  14. সাহিত্য – সাহিত্য সমাজৰ দাপোন স্বৰূপ
  15. যুগে-যুগে – অসমীয়া ভাষাও যুগে – যুগে পৰিৱৰ্তিত হৈ আহিছে ।
  16. জেতুকা – বিহু আহিলে ছোৱালীবোৰে হাতত জেতুকা বুলায় ।
  17. ভমকা – আই শালৰ গামোছাখনত ভমকা ফুল দি কাটিলে ।
  18. আঁচু -ৰেখাই শালৰ গামোছাখনত আঁচুৰ ভমকা ফুল দিলে ।
  19. শাল – মানসীয়ে এইবাৰ শালত চাদৰ লগাইছে ।
  20. দিহা – আমি সদায় ডাঙৰৰ ভাল দিহাবোৰ মন দি শুনিব লাগে ।
  21. ভিৰাই – ষাড়গৰুটোক দেখি ৰাশিয়ে ভিৰাইদৌৰ মাৰিলে ।
  22. জেঙা – লক্ষ্মীনাথ বেজবৰুৱাই প্ৰথম চিঠিখন ডাকত দিওতেই লগাগে জেঙা ।
  23. সুৰঙা – ৰমেনে তাৰ ঘড়ীটোক এটা বাকচত বাকচটোৰ সুৰুঙা দি সুমুৱাই থ ‘লে ।
  24. দয়াপৰৱশ – কোনোৱাই কিবা বুজি নাপালে তাক খঙেৰে নুবুজাই মৰম আৰু দয়াপৰৱশ হৈ বুজাৱ লাগে।
  25. পৰিভ্ৰমী – মাজুলীলৈ শৰতকালত পৰিভ্ৰমী চৰাইবোৰ আহে ।
  26. ৰহন – আবেলিৰ বেলিয়ে মাজুলীক ৰহন সানে ।
  27. সংৰক্ষণ – গড়মূৰ সত্ৰত আহোমৰ দিনৰ বৰটোপবোৰ সংৰক্ষণ হৈ আছে ।
  28. মণিকূট – ৰাজহঁতে সত্ৰত মণিকুটৰ পৰা আৰম্ভ কৰি সকলোবোৰ চালে ।
  29. সীৰলু – নাঙলৰ সীৰলুৰ দৰে পানী কাটি – কাটি নাওঁখন আগুৱাই গ ‘ল ।
  30. মায়াময় – ব্ৰক্ষ্মপুত্ৰৰ মায়াময় দৃশ্য চালে চকুৰোৱা ।
  31. কিৰীলি – ভাওনাৰ বাবে সজায় থোৱা মুখাবোৰ দেখি ৰাণীয়ে কিৰীলি পাৰি উঠিল ।
  32. চক্চকীয়া – মহো- হো গীতত চেমনীয়াহঁতে বাহঁৰ পাত চক্চকীয়া বুলি কৈছে ।
  33. চিকমিকিয়া – পূজাৰ দিনা মহিলাসকলে চিকমিকিয়া কাপোৰ পিন্ধী পূজা চাবলৈ গ’ল ।
  34. টাঙোন – চেমনীয়াহঁতে ম’হ মাৰিবলৈ হাতত টাঙোন লৈছে ।
  35. মুখ – বিমুখ = কেতিয়াওঁ কাকো বিমুখ কৰিব নেপাই ।
  36. দূৰ – বিদুৰ =সূৰ্যৰ পৰা পৃথিবীলৈ বিদূৰ ।
  37. কিৰণ – বিকিৰণ =সূৰ্য উদয় হোৱাৰ লগে লগে থিৱীৰ প্ৰথম পুৱাটোৰ বিকিৰণ হয় ।
  38. আচু- আচু হৈছে অসমৰ এটা দল-সংগঠন ।
  39. ক্ষুদ্ৰ -অনুজীৱ বোৰ ক্ষুদ্ৰ ক্ষুদ্ৰ ।
  40. আনুষ্ঠানিক – আমাৰ গাওঁত এখন আনুষ্ঠানিক সভা পাতিছিল
  41. গতিপথ – গ্ৰহ – নক্ষত্ৰবোৰে নিজৰ নিজৰ গতিপথত গতি কৰি থাকে ।
  42. প্ৰচেষ্টা – বৈজ্ঞানিকবোৰে মহাকাশলৈ যাবলৈ প্ৰচেষ্টা চলাই আছে ।
  43. ৫৪) প্ৰশংসা – ভাল কাম কৰিলে প্ৰশংসা পোৱা যায় ।
  44. বাৰ ( সপ্তাহৰ বাৰ ) =এই সোমবাৰে আমি নগাওঁলৈ যাম ।
  45. বাৰ ( অ ) সংখ্য়া ) = এক দৰ্জনত বাৰতা থাকে ।
  46. পাৰ ( নদীৰ পাৰ) = ৰহিম হতে নদীৰ পাৰত খানা খাবলৈ গৈছিল ।
  47. টকা ( টকা – পইচা) =টকা – পইচা নিয়মমতে খৰচ কৰিব লাগে ।
  48. পাৰ ( অ) ( চৰাই ) = আগৰ দিনত পাৰই দূৰনিলৈ চিঠি লৈ গৈছিল ।
  49. আলু -দোকানীজনে পচা আলুবোৰ বিক্ৰী কৰাৰ বাবে গাৱৰ ৰাইজে দাবী প্ৰকাশ কৰিছে ।
  50. কোন – – গাওঁখনত অচিনাকী মানুহএজন সুমুৱাৰ বাবে গাৱৰ মানুহে তেওঁক আপুনি কোন বুলি প্ৰশ্ন কৰিলে ।
  51. অবিৰাম – অবিৰামভাৱে মানুহজনে সূলভ – মূল্যৰ দোকানী জনৰ পৰা কেৰাচিন কিনিবলৈ আহে ।
  52. জান – জুৰি – আমাৰ গাৱত দুটাকৈ জান – জুৰি আছে ।
  53. ছিদ্ৰ – ৰহিমে মমডালৰ ছিদ্ৰটো জ্বলাইলৈ কোঠাটোলৈ গ’ল ।
  54. পুথি – নামঘৰত সন্ধিয়া সময়ত সদাই পুথি পঢ়ে ।
  55. মন থিৰ – আমি সদায় সকলো কাম মন থি
  56. কুল – কুল – জুৰিটোৰ পৰা পানী কুল – কুলকৈ বৈ আহে । ৰ কৰি কৰিব লাগে ।
  57. ৰঙা বেলি – সদায় ৰাতিপোৱা ৰঙা বেলি দেখা পোৱা যায় ।
  58. বঙহৰদেউ – পূৰনি কালত মহিলাসকলে তেওঁলোকৰ স্বামীক বঙহৰদেউ বুলি সন্মান কৰি সম্বোধন কৰিছিল ।
  59. চিৰস্মৰণীয় – বীৰাঙ্গনা মূলাগাভৰু মৰিও অমৰহৈ আমাৰবাবে সদায় চিৰস্মৰণীয় হৈ থাকিল ।
  60. ধন – সোণ – ঘৰত কোনো নথকা অৱস্থাত চুৰকেইতা আহি ঘৰৰ তলা ভাঙি ধন – সোণ চুৰি কৰি লৈ গ’ল।
  61. খা – খবৰ – মোমায়েকে ভাগিনিয়েকহতঁৰ খা – খবৰ লবলৈ আহিল ।
  62. টকা – পইচা – ওচৰ চুবুৰিয়াৰ বিপদ – আপদ হ’লে টকা – পইচা দি সহায় কৰিব নোৱাৰিলেও এষাৰ মাত দিব লাগে ।
  63. বৰদৈচিলা – চ’তৰ মাহত বৰদৈচিলা মাকৰ ঘৰলৈ আহে ।
  64. হিল – দল ভাঙি – বৰদৈচিলা অহাৰ সময়ত সকলোবোৰ হিল – দল ভাঙি উৰুৱাই নিয়ে ।
  65. ঢাপলি মেলে – বৰদৈচিলাই আউলি – বাউলি হৈ ঢাপলি মেলে ।
  66. শীতল – পাটি – ৰহিমহঁতৰ ঘৰত ৰামক শীতল -পাটিত বহিবলৈ দিলে ।
  67. মূৰৰ চুলি মেলাই – বৰদৈচিলাক মাকে মূৰৰ চুলি মেলাই বহিবলৈ কলে ।
  68. প্ৰশংসা – ভাল কাম কৰিলে প্ৰশংসা পোৱা যায় আৰু বেয়া কাম কৰিলে ঘৃণাৰ যোগ্য হয় ।
  69. চোতাল – ৰহিমলাই চোতাল – বাট সাৰি ঘৰৰ ভিতৰলৈ গ’ল ।
  70. কাঁহী – পেহিয়েকে ভতিজাকক কাহঁৰ কাঁহীত ভাত খাবলৈ দিলে ।
  71. চিকুণাই – নীৰৱে সিহঁতৰ বাৰীখন চিকুনাই গ’ল ।
  72. তিৰবিৰ – আকাশত থকা তৰাবোৰ তিৰবিৰকৈ জ্বিলিকি থাকে ।
  73. সুৰুঙা – বাকচটোৰ সুৰুঙাদি ৰহিমে তাৰ ঘড়ীটো বাকচটোত থলে।
  74. লৰ কাইট – পানীৰ তলৰ কাইটক কোনেও দেখা নাপায় ।
  75. পানীত পৰ – কালীদাসক মূৰ্খ বুলি তেওঁৰ পত্নীয়ে পানীত পৰ বুলি কৈছিল ।
  76. থৈয়া – নথৈয়া – শৰাই ঘাটত থৈয়া – নথৈয়া ৰণ হৈছিল ।
  77. জন্ম দিন -ভাৰতৰ প্ৰথম প্ৰধান মন্ত্ৰীজৱহৰলাল নেহেৰুৰ জন্ম দিন টো শিশু দিৱস হিচাপে পালন কৰা হয় ।
  78. উপহাৰ- উপহাৰ যিয়েই নহওক তাক সদায় হাঁহিমুখে আদৰি ল’ব লাগে ।
  79. নামঘৰ – সন্ধিয়া সময়ত নামঘৰত দবা কোবায় ।
  80. জলপান – বিহুত আমি সকলোৱে ইঘৰে সিঘৰত চাহ – জলপান খাবলৈ যাও ।
  81. পৰিপাটি – আমি সদায় পৰিস্কাৰ – পৰিপাটি হয় থাকিব লাগে ।
  82. মজা – ৰহিমে গৰম দিনত নেমুৰ স্বৰবত খাই বৰ মজা পায় ।
  83. সপোন – নিজৰ জীৱনৰ প্ৰতি থকা সপোনক সদায় দৃথক কৰিবলৈ আপ্ৰাণ চেষ্টা কৰিব লাগে ।
  84. বেপাৰি ঃ ৰহিম এজন বেপাৰি ।
  85. লগৰীয়া – সদায় ভাল ভাল সঙ্গৰ লগৰীয়া হ’ব লাগে
  86. অধ্যৱসায়- ৰামে ডক্তৰ হবলৈ অধ্যৱসায় চেষ্টা কৰিমে ।
  87. নেৰানেপেৰা- মালাই মেলা চাব যাবলৈ মায়েকক নেৰানেপেৰাকৈ কয় আছে ।
  88. আমন্ত্ৰণ- আমাৰ গাৱঁত সভা এখন হব কাৰণে মানুববোৰে হিমেনৰ বাপেকক আমন্ত্ৰণ কৰিছে ।
  89. প্ৰত্যাূহ্বান- আমি আমাৰ জীৱনত নানা ধৰণৰ প্ৰত্যাূহ্বান ৰ লগত যুজিব লাগে ।
  90. ঘাত-প্ৰতিঘাত- যুদ্ধত ৰামৰ বাপেকৰ ঘাত-প্ৰতিঘাত হল ।
  91. নিমিষতে- ৰহিমৰ বাপেক সিহতঁৰ পৰা নিমিষতে যেন আচৰি গ’ল ।
  92. টেঙৰ – ৰাজু বহুত টেঙৰ লৰা ।
  93. প্ৰস্তাৱ- বিয়াত যাবৰ কাৰণে ৰামৰ ঘৰৰ পৰা ৰহিমৰ ঘৰলৈ প্ৰস্তাৱ আগবঢ়ালে ।
  94. লালকাল- কেচুৱাটো টুপনিটে লালকাল হল ।
  95. পলাই- পুলিচজনক দেখি চুৰটোৱে পলাই পতং দিলে ।
  96. অজুহাত – মানুহজনে কামটো নকৰা বিভিন্ন অজুহাত দেখুৱালে ।
  97. হেঁপাহ – জুনৰ কিতাপখন পঢ়িবলৈ বৰ হেঁপাহ জাগিছিল ।
  98. পলুৱাই- ৰাজে ৰুমনৰ বায়েকক পলুৱাই লই গ’ল ।
  99. শিলাময়- শিলাময় পৰ্বতবোৰ বগাবলৈ বৰ টান ।
  100. স্বদেশ-প্ৰেম- তৰুণৰাম ফুকণ এজন স্বদেশ প্ৰেমী লোক আছিল ।
  101. ফটা-ফুটা- জদুয়ে ফটা-ফুটা কাপোৰ পিন্ধি থকা দেখি মিনিৰ বৰ দুঃখ লাগিল ।
  102. গুণ-গান- ভাল কাম কৰিলে মানুহে গুন-গান গায়ে ।
  103. সুকীয়া-সুকীয়া-১৪১) আশাশুধীয়া – কাঞ্চনৰ ডাক্তৰ হোৱা আশাশুধীয়া সপোন পুৰ হল ।
  104. কাণ থিয়- কোনোবাই কথা কলে কান থিয় কৰি শুনি থকাটো ৰমলা মাকৰ পুৰণা অভ্যাস ।
  105. চলা-ফিৰা- গাড়ী খনে লাহে লাহে চলা – ফিৰা কৰিছে ।
  106. আওকণীয়া – বিদ্যালয়ত পাঠটো পঢ়াই থকা সময়ত ৰিয়াই আওকণীয়া কৰি আছিল ।
  107. সহমৰ্মিতা- ল’ৰা – ছোৱালীক সদায়ে সমমৰ্মিতাৰে পঢ়িবলৈ সুযোগ দিব লাগে ।
  108. দূষ্টিহীন- দূষ্টিহীন মানুহক চৰকাৰে বহুটো সুবিধা প্ৰদান কৰে।
  109. দূষ্টিক্ষম- দূষ্টিক্ষম মানুহে নিজৰ পৃথিৱীখন মুকলি মনেৰে চাব পাৰে ।
  110. দূষ্টিভংগী – সীতাৰ দূষ্টিভংগী বৰ ধুনীয়া ।
  111. আত্ম-সচেতন- সদায় মানুহ আত্ম- সচেতন হব লাগে ।
  112. আত্ম-বিশ্বাসী – আত্ম – বিশ্বাসী মানুহে কোনো কাম কৰিবৰ বাবে সংকোচ বোধ নকৰে ।
  113. অনন্য় – চিৰিয়াখানা খনত অনন্য পশু- পক্ষীৰে ভৰি আছে ।
  114. অনুসন্ধিংসু – ল’ৰাজনৰ অপহৰণ হোৱাৰে পৰা কোনো অনুসন্ধিংসু পোৱা নাই ।
  115. ৰোমাঞ্চকৰ – নাটখন বৰ ৰোমাঞ্চকৰ আছিল ।
  116. জিৰণি – মামুৰ মাকে গোটে ঘৰ খনৰ কাম কৰি অলপ জিৰণি লৈছে ।
  117. তল-ওপৰ – ৰিণাৰ খং উঠিলে গোটেই ঘৰখন তল- ওপৰ কৰি দেয়ে ।
  118. খুঁটিয়া-খুঁটি- চ’ৰাইবোৰে মন্দিৰটোৰ আগত খুঁটিয়া-খুঁটি লাগি আছে ।
  119. ওলট-পালট – পুথিভঁৰালটোত গোটেই কিতাপবোৰ ওলট-পালট হয় গল ।
  120. ৰাজআলি – গড়গাৱত ধোদে ৰাজআলি বান্ধে ।
  121. সিদ্বান্ত – বিপুলে আজি বৰ এটা ভাল সিন্ধান্ত ললে ।
  122. দ্ৰতগতি – কৰোণা আক্ৰান্তৰ সংখ্যা দ্ৰতগতিত অসমত বাঢ়িবলৈ ধৰিছে ।
  123. পাতনি – গছডালে নতুনকৈ পাতনি মেলিছে ।
  124. অধ্যৱসায়- স্বাবলম্বী হবলৈ কঠোৰ শ্ৰম আৰু অধ্যৱসায়ৰ প্ৰয়োজন ।
  125. জাকত- জিলিকা – জুবিন গায়কৰ নামটো গোটেই পৃথিৱীতে জাকত-জিলিকা ।
  126. আকৰ্ষণীয় – চুম্বক লোৰ আকৰ্ষণীয় পদাৰ্থ ।
  127. লৰচৰ – ধ্যান কৰি থকা সময়ত লৰচৰ কৰি থাকিব নাপায় ।
  128. দিন-ৰাতি – আমেৰিকা আৰু ভাৰতৰৰ মাজত দিন-ৰাতিৰ পাৰ্থক্য আছে ।
  129. অবিহনে – পানীৰ অবিহনে আমি জীয়াই থাকিব নোৱাৰিম ।
  130. হানি হোৱা – কেতিয়াওঁ আনৰ হানি হোৱা কাম কৰিব নালাগে।
  131. চতুৰালি – অধিক চতুৰালি বেয়া ।
  132. উগুল- থুগুল – আজি ৰামৰ মন টো বৰ উগুল- থুগুল লাগি আছে ।
  133. সঞ্চিত – আমি পানী সঞ্চিত কৰি ৰাখিব লাগে ।
  134. বিৰল – কিছুমান মানুহৰ বিৰল প্ৰতিভা থাকে যাক চিনি পোৱা টো টান
  135. নিতাল মাৰি – ৰাতি হোলা কাৰণে গোটে ঠাইখিনি নিতাল মাৰি গল ।
  136. সংৰক্ষণ – আমি সকলোৱে পানী সংৰক্ষণ কৰি ৰাোখিব লাগে।
  137. দায়িত্ব – শিক্ষক – শিক্ষত্ৰিৰ কথা শুনাটো ছাত্ৰ- ছাত্ৰিসকলৰ দায়িত্ব ।
  138. আত্মত্যাগ – কনকলতাই ইংৰাজৰ পৰা অসমৰ আজাতিৰ কাৰণে আত্মত্যাগ কৰিছিল।
  139. উপদেশ – সদায় ভাল উপদেশ লব লাগে ।
  140. শ্ৰীবৃদ্ধি – দোকানখনৰ এই মাহটোত শ্ৰীবৃদ্ধি বাঢ়িছে ।
  141. অনায়সে – নদী অনায়সে বই গয় থাকে ।
  142. জনমভূমি – আমি আমাৰ জনমভূমিৰ সদায় সন্মান কৰিব লাগে ।
  143. চৰণ – আমি সকলো ভগৱানৰ চৰণত আছো ।
  144. পৃথিৱী – পৃথিৱীখন সূৰ্যৰ চাৰিওফালে ঘৰে ।
  145. শুৱনি – বাগিছাখন বৰ শুৱনি ।
  146. ধুনীয়া – ময়ূৰ এজনী বৰ ধুনিয়া পক্ষী।
  147. ধেমালি – সৰু লৰা ছোৱালীবোৰে হাঁহি ধেমালি ৰে খেলি আছে।
  148. পাখি – চৰাইয়ে পাখিৰ সহায়ত আকাশত উৰে ।
  149. শোভাযাত্ৰা -শংকৰদেৱৰ তিথিত আমি সকলোৱে শোভাযাত্ৰা কৰো ।
  150. অনুপ্ৰেৰণা – ৰামক ভাল কামৰ কাৰণে তাৰ আইতাকে অনুপ্ৰেণা জগাইছে ।
  151. অহিংসা- আমি সদায় অহিংসাৰ পথত যাব লাগে ।
  152. সত্যাগ্ৰহ – মহাত্মা গান্ধী এজন সত্যাগ্ৰহ বাদী লোক আছিল ।
  153. নিৰ্ভীক – মহাত্মা গান্ধী ব্ৰিটিছ সকলৰ প্ৰতি নিৰ্ভীক আছিল ।
  154. বিভূশিত – অৰুণিমা সিংহাক নৱেল বটাদি বিভূশিত কৰিছিল।
  155. দৰাঘৰীয়া – কইনা ঘৰলৈ যাওঁতে দৰাঘৰীয়া মানুহবোৰহ একেলগে গৈছিল ।
  156. এসাজ খাই এসাজ লঘোনে – যোৱা বুধবাৰে ৰহিমহতে এসাজ খাই এসাজ লঘোনে থাকিব লগা হল ।
  157. কাণ সাৰ – ডাঙৰে কথা ক’লে কাণ সাৰ দিব লাগে ।
  158. হিংসা – আমি কেতিয়াও কাকো হিংসা কৰিব নালাগে ।
  159. চকুলো – আইতা গৰাকীৰ কথা শুনি মালাৰ চকুলো বইলে ।
  160. অপব্য়য় – খৰছটো অপব্যয় হ’ব বুলি মিনা বজাৰলৈ নগ’ল ।
  161. সদবৱ্যহাৰ – আমি আমাৰ বুদ্ধি বোৰৰ সদব্যাৱহাৰ কৰিব লাগে ।


1 thought on “বাক্য ৰচনা”

Leave a Comment