ADVERTISEMENT

বাক্য ৰচনা

আপুনি জানেনে বাক্য ৰচনা কেৱল আপুনি HS/HSLC Final Exam 2025 ত সহায় কৰাই নহয়, ই আপোনাক যিকোনো বিষয়ত শুদ্ধ বাক্য ৰচনা অৰ্থাৎ বাক্য শুদ্ধ ৰূপত লিখিবলৈ সহায় কৰিব। তেন্তে আহক, আজি আমি Assamese Medium ৰ এই লিখনিৰ জৰিয়তে বাক্য ৰচনা কিছু আলোচনা কৰিবৰ প্ৰয়াস কৰিছো।

বাক্য ৰচনা কৰা
ADVERTISEMENT

কিছু বাক্য ৰচনা 2025 HS/HSLC Final Exam

  1. শুৱনী – পথাৰখন ধানেৰে শুৱনি হৈ পৰিছে ।
  2. সুৰীয়া – মোৰ ভাষাটো সুৰীয়া নহলেওঁ মোৰ বাবে সদায় আপোন ।
  3. ধুনীয়া – মৃন্ময় দেখিৱলৈ ধুনীয়া হলেওঁ পঢ়িৱলৈ নাজানে ।
  4. চহকী – মানুহজন চহকী যদিওঁ অহংকাৰী নহয় ।
  5. কুমলীয়া – ৰহিমে তাৰ মনৰ ভাৱ ৰাহুলৰ আগত কুমলীয়া ভাৱে প্ৰকাশ কৰিলে ।
  6. সুবিশাল – কবি নৱকান্ত বৰুৱাই সুবিশাল পৃথিৱীত সকলোৰে লগত হাতে – হাতে ধৰা – ধৰিকৈ যাৱলৈ ইচ্ছা কৰিছে ।
  7. কথাচহকী – বিন্দ্ৰা গোটেই শ্ৰেণীটোৰ ভিতৰতেই কথা-চহকী ।
  8. কথা শু্ন – শিক্ষকে ছাত্ৰসকলক ক ‘লে যে মই কোৱা প্ৰতিটো কথা শু্ন
  9. কথা ৰাখ – পুষ্পই বিপাছাক কথা ৰাখ্ বুলি প্ৰতিশ্ৰুতি ল ‘বলৈ কলে ।
  10. মিচিকিয়াই – নয়নাই মিচিকিয়াই হাঁহি খুড়াকক সুধিলে ।

  1. চেনেহী – অসমীয়া ভাষাটো আমাৰ চিৰ চেনেহী ভাষা জননী ।
  2. পূৰণি – হেম সৰস্বতী দেবৰ প্ৰহ্লাদ চৰিত্ৰ নামৰ পূঠিখন বহুত পুৰণি ।
  3. ধন্যবাদ – কোনোৱাই তিলমাত্ৰ উপকাৰ কৰিলে তাতবাবে ধন্যবাদ প্ৰকাশ কৰিব লাগে ।
  4. সাহিত্য – সাহিত্য সমাজৰ দাপোন স্বৰূপ
  5. যুগে-যুগে – অসমীয়া ভাষাও যুগে – যুগে পৰিৱৰ্তিত হৈ আহিছে ।
  6. জেতুকা – বিহু আহিলে ছোৱালীবোৰে হাতত জেতুকা বুলায় ।
  7. ভমকা – আই শালৰ গামোছাখনত ভমকা ফুল দি কাটিলে ।
  8. আঁচু -ৰেখাই শালৰ গামোছাখনত আঁচুৰ ভমকা ফুল দিলে ।
  9. শাল – মানসীয়ে এইবাৰ শালত চাদৰ লগাইছে ।
  10. দিহা – আমি সদায় ডাঙৰৰ ভাল দিহাবোৰ মন দি শুনিব লাগে ।

  1. ভিৰাই – ষাড়গৰুটোক দেখি ৰাশিয়ে ভিৰাইদৌৰ মাৰিলে ।
  2. জেঙা – লক্ষ্মীনাথ বেজবৰুৱাই প্ৰথম চিঠিখন ডাকত দিওতেই লগাগে জেঙা ।
  3. সুৰঙা – ৰমেনে তাৰ ঘড়ীটোক এটা বাকচত বাকচটোৰ সুৰুঙা দি সুমুৱাই থ ‘লে ।
  4. দয়াপৰৱশ – কোনোৱাই কিবা বুজি নাপালে তাক খঙেৰে নুবুজাই মৰম আৰু দয়াপৰৱশ হৈ বুজাৱ লাগে।
  5. পৰিভ্ৰমী – মাজুলীলৈ শৰতকালত পৰিভ্ৰমী চৰাইবোৰ আহে ।
  6. ৰহন – আবেলিৰ বেলিয়ে মাজুলীক ৰহন সানে ।
  7. সংৰক্ষণ – গড়মূৰ সত্ৰত আহোমৰ দিনৰ বৰটোপবোৰ সংৰক্ষণ হৈ আছে ।
  8. মণিকূট – ৰাজহঁতে সত্ৰত মণিকুটৰ পৰা আৰম্ভ কৰি সকলোবোৰ চালে ।
  9. সীৰলু – নাঙলৰ সীৰলুৰ দৰে পানী কাটি – কাটি নাওঁখন আগুৱাই গ ‘ল ।
  10. মায়াময় – ব্ৰক্ষ্মপুত্ৰৰ মায়াময় দৃশ্য চালে চকুৰোৱা ।

  1. কিৰীলি – ভাওনাৰ বাবে সজায় থোৱা মুখাবোৰ দেখি ৰাণীয়ে কিৰীলি পাৰি উঠিল ।
  2. চক্চকীয়া – মহো- হো গীতত চেমনীয়াহঁতে বাহঁৰ পাত চক্চকীয়া বুলি কৈছে ।
  3. চিকমিকিয়া – পূজাৰ দিনা মহিলাসকলে চিকমিকিয়া কাপোৰ পিন্ধী পূজা চাবলৈ গ’ল ।
  4. টাঙোন – চেমনীয়াহঁতে ম’হ মাৰিবলৈ হাতত টাঙোন লৈছে ।
  5. মুখ – বিমুখ = কেতিয়াওঁ কাকো বিমুখ কৰিব নেপাই ।
  6. দূৰ – বিদুৰ =সূৰ্যৰ পৰা পৃথিবীলৈ বিদূৰ ।
  7. কিৰণ – বিকিৰণ =সূৰ্য উদয় হোৱাৰ লগে লগে থিৱীৰ প্ৰথম পুৱাটোৰ বিকিৰণ হয় ।
  8. আচু- আচু হৈছে অসমৰ এটা দল-সংগঠন ।
  9. ক্ষুদ্ৰ -অনুজীৱ বোৰ ক্ষুদ্ৰ ক্ষুদ্ৰ ।
  10. আনুষ্ঠানিক – আমাৰ গাওঁত এখন আনুষ্ঠানিক সভা পাতিছিল

  1. গতিপথ – গ্ৰহ – নক্ষত্ৰবোৰে নিজৰ নিজৰ গতিপথত গতি কৰি থাকে ।
  2. প্ৰচেষ্টা – বৈজ্ঞানিকবোৰে মহাকাশলৈ যাবলৈ প্ৰচেষ্টা চলাই আছে ।
  3. ৫৪) প্ৰশংসা – ভাল কাম কৰিলে প্ৰশংসা পোৱা যায় ।
  4. বাৰ ( সপ্তাহৰ বাৰ ) =এই সোমবাৰে আমি নগাওঁলৈ যাম ।
  5. বাৰ ( অ ) সংখ্য়া ) = এক দৰ্জনত বাৰতা থাকে ।
  6. পাৰ ( নদীৰ পাৰ) = ৰহিম হতে নদীৰ পাৰত খানা খাবলৈ গৈছিল ।
  7. টকা ( টকা – পইচা) =টকা – পইচা নিয়মমতে খৰচ কৰিব লাগে ।
  8. পাৰ ( অ) ( চৰাই ) = আগৰ দিনত পাৰই দূৰনিলৈ চিঠি লৈ গৈছিল ।
  9. আলু -দোকানীজনে পচা আলুবোৰ বিক্ৰী কৰাৰ বাবে গাৱৰ ৰাইজে দাবী প্ৰকাশ কৰিছে ।
  10. কোন – – গাওঁখনত অচিনাকী মানুহএজন সুমুৱাৰ বাবে গাৱৰ মানুহে তেওঁক আপুনি কোন বুলি প্ৰশ্ন কৰিলে।

ADVERTISEMENT
ADVERTISEMENT
  1. অবিৰাম – অবিৰামভাৱে মানুহজনে সূলভ – মূল্যৰ দোকানী জনৰ পৰা কেৰাচিন কিনিবলৈ আহে ।
  2. জান – জুৰি – আমাৰ গাৱত দুটাকৈ জান – জুৰি আছে ।
  3. ছিদ্ৰ – ৰহিমে মমডালৰ ছিদ্ৰটো জ্বলাইলৈ কোঠাটোলৈ গ’ল ।
  4. পুথি – নামঘৰত সন্ধিয়া সময়ত সদাই পুথি পঢ়ে ।
  5. মন থিৰ – আমি সদায় সকলো কাম মন থি
  6. কুল – কুল – জুৰিটোৰ পৰা পানী কুল – কুলকৈ বৈ আহে । ৰ কৰি কৰিব লাগে ।
  7. ৰঙা বেলি – সদায় ৰাতিপোৱা ৰঙা বেলি দেখা পোৱা যায় ।
  8. বঙহৰদেউ – পূৰনি কালত মহিলাসকলে তেওঁলোকৰ স্বামীক বঙহৰদেউ বুলি সন্মান কৰি সম্বোধন কৰিছিল।
  9. চিৰস্মৰণীয় – বীৰাঙ্গনা মূলাগাভৰু মৰিও অমৰহৈ আমাৰবাবে সদায় চিৰস্মৰণীয় হৈ থাকিল ।
  10. ধন – সোণ – ঘৰত কোনো নথকা অৱস্থাত চুৰকেইতা আহি ঘৰৰ তলা ভাঙি ধন – সোণ চুৰি কৰি লৈ গ’ল।

  1. খা – খবৰ – মোমায়েকে ভাগিনিয়েকহতঁৰ খা – খবৰ লবলৈ আহিল ।
  2. টকা – পইচা – ওচৰ চুবুৰিয়াৰ বিপদ – আপদ হ’লে টকা – পইচা দি সহায় কৰিব নোৱাৰিলেও এষাৰ মাত দিব লাগে ।
  3. বৰদৈচিলা – চ’তৰ মাহত বৰদৈচিলা মাকৰ ঘৰলৈ আহে ।
  4. হিল – দল ভাঙি – বৰদৈচিলা অহাৰ সময়ত সকলোবোৰ হিল – দল ভাঙি উৰুৱাই নিয়ে ।
  5. ঢাপলি মেলে – বৰদৈচিলাই আউলি – বাউলি হৈ ঢাপলি মেলে ।
  6. শীতল – পাটি – ৰহিমহঁতৰ ঘৰত ৰামক শীতল -পাটিত বহিবলৈ দিলে ।
  7. মূৰৰ চুলি মেলাই – বৰদৈচিলাক মাকে মূৰৰ চুলি মেলাই বহিবলৈ কলে ।
  8. প্ৰশংসা – ভাল কাম কৰিলে প্ৰশংসা পোৱা যায় আৰু বেয়া কাম কৰিলে ঘৃণাৰ যোগ্য হয় ।
  9. চোতাল – ৰহিমলাই চোতাল – বাট সাৰি ঘৰৰ ভিতৰলৈ গ’ল ।
  10. কাঁহী – পেহিয়েকে ভতিজাকক কাহঁৰ কাঁহীত ভাত খাবলৈ দিলে ।

  1. চিকুণাই – নীৰৱে সিহঁতৰ বাৰীখন চিকুনাই গ’ল ।
  2. তিৰবিৰ – আকাশত থকা তৰাবোৰ তিৰবিৰকৈ জ্বিলিকি থাকে ।
  3. সুৰুঙা – বাকচটোৰ সুৰুঙাদি ৰহিমে তাৰ ঘড়ীটো বাকচটোত থলে।
  4. লৰ কাইট – পানীৰ তলৰ কাইটক কোনেও দেখা নাপায় ।
  5. পানীত পৰ – কালীদাসক মূৰ্খ বুলি তেওঁৰ পত্নীয়ে পানীত পৰ বুলি কৈছিল ।
  6. থৈয়া – নথৈয়া – শৰাই ঘাটত থৈয়া – নথৈয়া ৰণ হৈছিল ।
  7. জন্ম দিন -ভাৰতৰ প্ৰথম প্ৰধান মন্ত্ৰীজৱহৰলাল নেহেৰুৰ জন্ম দিন টো শিশু দিৱস হিচাপে পালন কৰা হয়।
  8. উপহাৰ- উপহাৰ যিয়েই নহওক তাক সদায় হাঁহিমুখে আদৰি ল’ব লাগে ।
  9. নামঘৰ – সন্ধিয়া সময়ত নামঘৰত দবা কোবায় ।
  10. জলপান – বিহুত আমি সকলোৱে ইঘৰে সিঘৰত চাহ – জলপান খাবলৈ যাও ।

  1. পৰিপাটি – আমি সদায় পৰিস্কাৰ – পৰিপাটি হয় থাকিব লাগে ।
  2. মজা – ৰহিমে গৰম দিনত নেমুৰ স্বৰবত খাই বৰ মজা পায় ।
  3. সপোন – নিজৰ জীৱনৰ প্ৰতি থকা সপোনক সদায় দৃথক কৰিবলৈ আপ্ৰাণ চেষ্টা কৰিব লাগে ।
  4. বেপাৰি ঃ ৰহিম এজন বেপাৰি ।
  5. লগৰীয়া – সদায় ভাল ভাল সঙ্গৰ লগৰীয়া হ’ব লাগে
  6. অধ্যৱসায়- ৰামে ডক্তৰ হবলৈ অধ্যৱসায় চেষ্টা কৰিমে ।
  7. নেৰানেপেৰা- মালাই মেলা চাব যাবলৈ মায়েকক নেৰানেপেৰাকৈ কয় আছে ।
  8. আমন্ত্ৰণ- আমাৰ গাৱঁত সভা এখন হব কাৰণে মানুববোৰে হিমেনৰ বাপেকক আমন্ত্ৰণ কৰিছে ।
  9. প্ৰত্যাূহ্বান- আমি আমাৰ জীৱনত নানা ধৰণৰ প্ৰত্যাূহ্বান ৰ লগত যুজিব লাগে ।
  10. ঘাত-প্ৰতিঘাত- যুদ্ধত ৰামৰ বাপেকৰ ঘাত-প্ৰতিঘাত হল ।

  1. নিমিষতে- ৰহিমৰ বাপেক সিহতঁৰ পৰা নিমিষতে যেন আচৰি গ’ল ।
  2. টেঙৰ – ৰাজু বহুত টেঙৰ লৰা ।
  3. প্ৰস্তাৱ- বিয়াত যাবৰ কাৰণে ৰামৰ ঘৰৰ পৰা ৰহিমৰ ঘৰলৈ প্ৰস্তাৱ আগবঢ়ালে ।
  4. লালকাল- কেচুৱাটো টুপনিটে লালকাল হল ।
  5. পলাই- পুলিচজনক দেখি চুৰটোৱে পলাই পতং দিলে ।
  6. অজুহাত – মানুহজনে কামটো নকৰা বিভিন্ন অজুহাত দেখুৱালে ।
  7. হেঁপাহ – জুনৰ কিতাপখন পঢ়িবলৈ বৰ হেঁপাহ জাগিছিল ।
  8. পলুৱাই- ৰাজে ৰুমনৰ বায়েকক পলুৱাই লই গ’ল ।
  9. শিলাময়- শিলাময় পৰ্বতবোৰ বগাবলৈ বৰ টান ।
  10. স্বদেশ-প্ৰেম- তৰুণৰাম ফুকণ এজন স্বদেশ প্ৰেমী লোক আছিল ।

  1. ফটা-ফুটা- জদুয়ে ফটা-ফুটা কাপোৰ পিন্ধি থকা দেখি মিনিৰ বৰ দুঃখ লাগিল ।
  2. গুণ-গান- ভাল কাম কৰিলে মানুহে গুন-গান গায়ে ।
  3. সুকীয়া-সুকীয়া-১৪১) আশাশুধীয়া – কাঞ্চনৰ ডাক্তৰ হোৱা আশাশুধীয়া সপোন পুৰ হল ।
  4. কাণ থিয়- কোনোবাই কথা কলে কান থিয় কৰি শুনি থকাটো ৰমলা মাকৰ পুৰণা অভ্যাস ।
  5. চলা-ফিৰা- গাড়ী খনে লাহে লাহে চলা – ফিৰা কৰিছে ।
  6. আওকণীয়া – বিদ্যালয়ত পাঠটো পঢ়াই থকা সময়ত ৰিয়াই আওকণীয়া কৰি আছিল ।
  7. সহমৰ্মিতা- ল’ৰা – ছোৱালীক সদায়ে সমমৰ্মিতাৰে পঢ়িবলৈ সুযোগ দিব লাগে ।
  8. দূষ্টিহীন- দূষ্টিহীন মানুহক চৰকাৰে বহুটো সুবিধা প্ৰদান কৰে।
  9. দূষ্টিক্ষম- দূষ্টিক্ষম মানুহে নিজৰ পৃথিৱীখন মুকলি মনেৰে চাব পাৰে ।
  10. দূষ্টিভংগী – সীতাৰ দূষ্টিভংগী বৰ ধুনীয়া ।

  1. আত্ম-সচেতন- সদায় মানুহ আত্ম- সচেতন হব লাগে ।
  2. আত্ম-বিশ্বাসী – আত্ম – বিশ্বাসী মানুহে কোনো কাম কৰিবৰ বাবে সংকোচ বোধ নকৰে ।
  3. অনন্য় – চিৰিয়াখানা খনত অনন্য পশু- পক্ষীৰে ভৰি আছে ।
  4. অনুসন্ধিংসু – ল’ৰাজনৰ অপহৰণ হোৱাৰে পৰা কোনো অনুসন্ধিংসু পোৱা নাই ।
  5. ৰোমাঞ্চকৰ – নাটখন বৰ ৰোমাঞ্চকৰ আছিল ।
  6. জিৰণি – মামুৰ মাকে গোটে ঘৰ খনৰ কাম কৰি অলপ জিৰণি লৈছে ।
  7. তল-ওপৰ – ৰিণাৰ খং উঠিলে গোটেই ঘৰখন তল- ওপৰ কৰি দেয়ে ।
  8. খুঁটিয়া-খুঁটি- চ’ৰাইবোৰে মন্দিৰটোৰ আগত খুঁটিয়া-খুঁটি লাগি আছে ।
  9. ওলট-পালট – পুথিভঁৰালটোত গোটেই কিতাপবোৰ ওলট-পালট হয় গল ।
  10. ৰাজআলি – গড়গাৱত ধোদে ৰাজআলি বান্ধে ।

  1. সিদ্বান্ত – বিপুলে আজি বৰ এটা ভাল সিন্ধান্ত ললে ।
  2. দ্ৰতগতি – কৰোণা আক্ৰান্তৰ সংখ্যা দ্ৰতগতিত অসমত বাঢ়িবলৈ ধৰিছে ।
  3. পাতনি – গছডালে নতুনকৈ পাতনি মেলিছে ।
  4. অধ্যৱসায়- স্বাবলম্বী হবলৈ কঠোৰ শ্ৰম আৰু অধ্যৱসায়ৰ প্ৰয়োজন ।
  5. জাকত- জিলিকা – জুবিন গায়কৰ নামটো গোটেই পৃথিৱীতে জাকত-জিলিকা ।
  6. আকৰ্ষণীয় – চুম্বক লোৰ আকৰ্ষণীয় পদাৰ্থ ।
  7. লৰচৰ – ধ্যান কৰি থকা সময়ত লৰচৰ কৰি থাকিব নাপায় ।
  8. দিন-ৰাতি – আমেৰিকা আৰু ভাৰতৰৰ মাজত দিন-ৰাতিৰ পাৰ্থক্য আছে ।
  9. অবিহনে – পানীৰ অবিহনে আমি জীয়াই থাকিব নোৱাৰিম ।
  10. হানি হোৱা – কেতিয়াওঁ আনৰ হানি হোৱা কাম কৰিব নালাগে।

  1. চতুৰালি – অধিক চতুৰালি বেয়া ।
  2. উগুল- থুগুল – আজি ৰামৰ মন টো বৰ উগুল- থুগুল লাগি আছে ।
  3. সঞ্চিত – আমি পানী সঞ্চিত কৰি ৰাখিব লাগে ।
  4. বিৰল – কিছুমান মানুহৰ বিৰল প্ৰতিভা থাকে যাক চিনি পোৱা টো টান
  5. নিতাল মাৰি – ৰাতি হোলা কাৰণে গোটে ঠাইখিনি নিতাল মাৰি গল ।
  6. সংৰক্ষণ – আমি সকলোৱে পানী সংৰক্ষণ কৰি ৰাোখিব লাগে।
  7. দায়িত্ব – শিক্ষক – শিক্ষত্ৰিৰ কথা শুনাটো ছাত্ৰ- ছাত্ৰিসকলৰ দায়িত্ব ।
  8. আত্মত্যাগ – কনকলতাই ইংৰাজৰ পৰা অসমৰ আজাতিৰ কাৰণে আত্মত্যাগ কৰিছিল।
  9. উপদেশ – সদায় ভাল উপদেশ লব লাগে ।
  10. শ্ৰীবৃদ্ধি – দোকানখনৰ এই মাহটোত শ্ৰীবৃদ্ধি বাঢ়িছে ।

  1. অনায়সে – নদী অনায়সে বই গয় থাকে ।
  2. জনমভূমি – আমি আমাৰ জনমভূমিৰ সদায় সন্মান কৰিব লাগে ।
  3. চৰণ – আমি সকলো ভগৱানৰ চৰণত আছো ।
  4. পৃথিৱী – পৃথিৱীখন সূৰ্যৰ চাৰিওফালে ঘৰে ।
  5. শুৱনি – বাগিছাখন বৰ শুৱনি ।
  6. ধুনীয়া – ময়ূৰ এজনী বৰ ধুনিয়া পক্ষী।
  7. ধেমালি – সৰু লৰা ছোৱালীবোৰে হাঁহি ধেমালি ৰে খেলি আছে।
  8. পাখি – চৰাইয়ে পাখিৰ সহায়ত আকাশত উৰে ।
  9. শোভাযাত্ৰা -শংকৰদেৱৰ তিথিত আমি সকলোৱে শোভাযাত্ৰা কৰো ।
  10. অনুপ্ৰেৰণা – ৰামক ভাল কামৰ কাৰণে তাৰ আইতাকে অনুপ্ৰেণা জগাইছে ।

  1. অহিংসা- আমি সদায় অহিংসাৰ পথত যাব লাগে ।
  2. সত্যাগ্ৰহ – মহাত্মা গান্ধী এজন সত্যাগ্ৰহ বাদী লোক আছিল ।
  3. নিৰ্ভীক – মহাত্মা গান্ধী ব্ৰিটিছ সকলৰ প্ৰতি নিৰ্ভীক আছিল ।
  4. বিভূশিত – অৰুণিমা সিংহাক নৱেল বটাদি বিভূশিত কৰিছিল।
  5. দৰাঘৰীয়া – কইনা ঘৰলৈ যাওঁতে দৰাঘৰীয়া মানুহবোৰহ একেলগে গৈছিল ।
  6. এসাজ খাই এসাজ লঘোনে – যোৱা বুধবাৰে ৰহিমহতে এসাজ খাই এসাজ লঘোনে থাকিব লগা হল ।
  7. কাণ সাৰ – ডাঙৰে কথা ক’লে কাণ সাৰ দিব লাগে ।
  8. হিংসা – আমি কেতিয়াও কাকো হিংসা কৰিব নালাগে ।
  9. চকুলো – আইতা গৰাকীৰ কথা শুনি মালাৰ চকুলো বইলে ।
  10. অপব্য়য় – খৰছটো অপব্যয় হ’ব বুলি মিনা বজাৰলৈ নগ’ল ।


ADVERTISEMENT

ৰসায়ন বিজ্ঞানত স্নাতক ডিগ্ৰী, ব্যক্তিগত বিদ্যালয়ত শিক্ষক হিচাপে কাম কৰাৰ লগতে Assamese Medium ত CEO যিয়ে সকলো বিষয়ৰ লিখনিসমূহ চোৱাচিতা কৰে।

1 thought on “বাক্য ৰচনা”

  1. ADVERTISEMENT

Leave a Comment

ADVERTISEMENT