আপোনালোক সকলোকে আকৌ এবাৰ স্বাগতম জনাইছোঁ Assamese Medium ৰ আন এক গুৰুত্বপূৰ্ণ আলোচনাত। আজি আমি আপোনালোকৰ বাবে Class 12 Physics Assamese Medium ৰ সম্পূৰ্ণ পাঠ্যক্ৰমৰ সহজ সৰল ব্যাখ্যা আগবঢ়াবলৈ প্ৰয়াস কৰিছো।
নামনি অসমৰ এখন আগশাৰীৰ ব্যক্তিগত শিক্ষা অনুষ্ঠান “হেৰিটেজ একাডেমী, কলগাঁছিয়াৰ পদাৰ্থ বিজ্ঞানৰ অভিজ্ঞতা সম্পন্ন শিক্ষক Shafi Ullah Sir এ প্ৰস্তুত কৰা Class 12 Physics Assamese Medium PDF Notes আপোনালোকৰ বাবে আমি Assamese Medium ৰ জৰিয়তে Share কৰিবলৈ প্ৰয়াস কৰিছো।
তলত উল্লেখ কৰা লিংকৰ জৰিয়তে আপুনি Class 12 Physics Assamese Medium ৰ প্ৰতিটো অধ্যায়ৰ প্ৰশ্ন উত্তৰ লগতে অধ্যায় অনুযায়ী PDF Notes ৰ কিছু নমুনা চাব পাৰিব। যদি আপোনাৰ এই নমুনা চাই পছন্দ হয় তেন্তে ওপৰত বা তলত উল্লেখ কৰা লিংকৰ জৰিয়তে আপুনি Class 12 Physics PDF Notes কিনিব পাৰিব মাত্ৰ 399 টকাত।
| Class 12 Physics PDF Notes [With Question Answer] | 399/- | Buy Now |
আমি আপোনালৈ লিখা কোনো বিষয়ত কিবা অসুবিধা থাকিলে আপুনি অনুগ্ৰহ কৰি Assamese Medium Facebook Page ক Follow কৰি আমাৰ সৈতে পোনপটীয়াভাৱে যোগাযোগ কৰিব পাৰে। আমি আপোনাৰ যিকোনো প্ৰশ্নৰ উত্তৰ দিবলৈ প্ৰয়াস কৰিম।

Class 12 Physics Assamese Medium Full Syllabus
Class 12 Physics Assamese Medium ত প্ৰথম খণ্ড আৰু দ্বিতীয় খণ্ড নামৰ দুটা ভাগ আছে আৰু প্ৰতিটো ভাগত কিছু অধ্যায় সন্নিৱিষ্ট আছে। ইয়াৰে প্ৰথম ভাগত ৮ টা অধ্যায় আৰু দ্বিতীয় ভাগত মুঠ ৭ টা অধ্যায় সন্নিৱিষ্ট কৰা আছে।
Class 12 Physics Assamese Medium ত সৰ্বমুঠ ১৫ টা অধ্যায় আছে যাৰ অতি সহজ আৰু বুজিব পৰাকৈ শুদ্ধ অসমীয়াত আলোচনা কৰা হৈছে। আপুনি বিচাৰি Class 12 Physics Assamese Medium ৰ সমাধানসমূহ PDF Notes হিচাপে ডাউনলোড কৰিব পাৰে।
| বৈদ্যুতিক আধান আৰু ক্ষেত্ৰ Question Answer |
| বৈদ্যুতিক বিভব আৰু ধাৰকত্ব Question Answer |
| প্ৰৱাহী বিদ্যুৎ Question Answer |
| গতিশীল আধান আৰু চুম্বকত্ব Question Answer |
| চুম্বকত্ব আৰু পদাৰ্থ Question Answer |
| বিদ্যুৎ চুম্বকীয় আৱেশ Question Answer |
| পৰিবৰ্তী প্ৰবাহ Question Answer |
| বিদ্যুৎ চুম্বকীয় তৰংগ Question Answer |
| পোহৰ: ৰশ্মি বিজ্ঞান আৰু আলোক যন্ত্ৰ Question Answer |
| পোহৰ তৰংগ Question Answer |
| বিকিৰণ আৰু পদাৰ্থৰ দ্বৈত প্ৰকৃতি Question Answer |
| পৰমাণু Question Answer |
| নিউক্লিয়াছ Question Answer |
| অৰ্ধপৰিবাহী ইলেক্টনিক্স Question Answer |
| যোগাযোগ ব্যৱস্থা Question Answer |
