আপোনালোক সকলোকে আকৌ এবাৰ স্বাগতম জনাইছোঁ Assamese Medium ৰ আন এক গুৰুত্বপূৰ্ণ আলোচনাত। আজি আমি আপোনালোকৰ বাবে Class 12 Physics Assamese Medium ৰ সম্পূৰ্ণ পাঠ্যক্ৰমৰ সহজ সৰল ব্যাখ্যা আগবঢ়াবলৈ প্ৰয়াস কৰিছো।
নামনি অসমৰ এখন আগশাৰীৰ ব্যক্তিগত শিক্ষা অনুষ্ঠান “হেৰিটেজ একাডেমী, কলগাঁছিয়াৰ পদাৰ্থ বিজ্ঞানৰ অভিজ্ঞতা সম্পন্ন শিক্ষক Shafi Ullah Sir এ প্ৰস্তুত কৰা Class 12 Physics Assamese Medium PDF Notes আপোনালোকৰ বাবে আমি Assamese Medium ৰ জৰিয়তে Share কৰিবলৈ প্ৰয়াস কৰিছো।
তলত উল্লেখ কৰা লিংকৰ জৰিয়তে আপুনি Class 12 Physics Assamese Medium ৰ প্ৰতিটো অধ্যায়ৰ প্ৰশ্ন উত্তৰ লগতে অধ্যায় অনুযায়ী PDF Notes ৰ কিছু নমুনা চাব পাৰিব। যদি আপোনাৰ এই নমুনা চাই পছন্দ হয় তেন্তে ওপৰত বা তলত উল্লেখ কৰা লিংকৰ জৰিয়তে আপুনি Class 12 Physics PDF Notes কিনিব পাৰিব মাত্ৰ 399 টকাত।
Class 12 Physics PDF Notes [With Question Answer] | 399/- | Buy Now |
আমি আপোনালৈ লিখা কোনো বিষয়ত কিবা অসুবিধা থাকিলে আপুনি অনুগ্ৰহ কৰি Assamese Medium Facebook Page ক Follow কৰি আমাৰ সৈতে পোনপটীয়াভাৱে যোগাযোগ কৰিব পাৰে। আমি আপোনাৰ যিকোনো প্ৰশ্নৰ উত্তৰ দিবলৈ প্ৰয়াস কৰিম।
Class 12 Physics Assamese Medium Full Syllabus
Class 12 Physics Assamese Medium ত প্ৰথম খণ্ড আৰু দ্বিতীয় খণ্ড নামৰ দুটা ভাগ আছে আৰু প্ৰতিটো ভাগত কিছু অধ্যায় সন্নিৱিষ্ট আছে। ইয়াৰে প্ৰথম ভাগত ৮ টা অধ্যায় আৰু দ্বিতীয় ভাগত মুঠ ৭ টা অধ্যায় সন্নিৱিষ্ট কৰা আছে।
Class 12 Physics Assamese Medium ত সৰ্বমুঠ ১৫ টা অধ্যায় আছে যাৰ অতি সহজ আৰু বুজিব পৰাকৈ শুদ্ধ অসমীয়াত আলোচনা কৰা হৈছে। আপুনি বিচাৰি Class 12 Physics Assamese Medium ৰ সমাধানসমূহ PDF Notes হিচাপে ডাউনলোড কৰিব পাৰে।
বৈদ্যুতিক আধান আৰু ক্ষেত্ৰ Question Answer |
বৈদ্যুতিক বিভব আৰু ধাৰকত্ব Question Answer |
প্ৰৱাহী বিদ্যুৎ Question Answer |
গতিশীল আধান আৰু চুম্বকত্ব Question Answer |
চুম্বকত্ব আৰু পদাৰ্থ Question Answer |
বিদ্যুৎ চুম্বকীয় আৱেশ Question Answer |
পৰিবৰ্তী প্ৰবাহ Question Answer |
বিদ্যুৎ চুম্বকীয় তৰংগ Question Answer |
পোহৰ: ৰশ্মি বিজ্ঞান আৰু আলোক যন্ত্ৰ Question Answer |
পোহৰ তৰংগ Question Answer |
বিকিৰণ আৰু পদাৰ্থৰ দ্বৈত প্ৰকৃতি Question Answer |
পৰমাণু Question Answer |
নিউক্লিয়াছ Question Answer |
অৰ্ধপৰিবাহী ইলেক্টনিক্স Question Answer |
যোগাযোগ ব্যৱস্থা Question Answer |