এছিড আৰু ক্ষাৰকৰ ৰাসায়নিক ধৰ্ম | Chemical properties of Acid and Base
এচিড ক্ষাৰ আৰু লৱণ নামৰ Class 10 Science Chapter 2 ৰ এচিড ক্ষাৰ আৰু সূচকৰ সম্পূৰ্ণ ধাৰণাৰ ওপৰিও কিছু প্ৰয়োজনীয় প্ৰশ্নৰ বিষয়ে আমি আলোচনা কৰিলোঁ। এতিয়া আমি এচিড আৰু ক্ষাৰকৰ ৰাসায়নিক ধৰ্ম “Chemical properties of Acid and Base” ৰ বিষয়ে আলোচনা কৰিম। সাধাৰণতে এছিড বা ক্ষাৰকেই হক বা আন কোনো বস্তুকেই হক তাক সঠিকভাৱে বিশ্লেষন … Read more