ADVERTISEMENT

মাধৱদেৱ | HSLC 2024 Exam | Essay in Assamese

উত্তৰ লক্ষ্মীমপুৰৰ নাৰায়ণপুৰ অঞ্চলৰ কাচিকটা নদীৰ পাৰৰ হৰিশিঙা ৰাৰ ঘৰত মাধৱদেৱৰ জন্ম হয় ১৪৮৯ চনত। মাধৱদেৱৰ পিতৃৰ নাম আছিল গােবিন্দগিৰি ভূঞা আৰু মাকৰ নাম মনােৰমা। তেওঁ সৰুতে বন্দুকালৈ গৈ ৰাজেন্দ্র অধ্যাপকৰ টোলত শিক্ষা লাভ কৰে আৰু কালত সর্বশাস্ত্র বিশাৰদ হৈ উঠে। তেওঁ ঘােৰ শাক্ত আছিল আৰু পূজাত বলি-বিধানৰ পােষকতা কৰিছিল। মাধৱদেৱে তেওঁৰ বৈনায়েক ৰামদাসৰ মুখে … Read more