ণত্ব আৰু ষত্ব বিধিৰ নিয়ম আৰু প্ৰশ্ন উত্তৰ
আহক মোৰ মৰমৰ ছাত্ৰ ছাত্ৰী তথা পঢ়ুৱৈ বন্ধু বান্ধৱী সকল, আকৌ এবাৰ Assamese Medium ৰ গুৰুত্বপূৰ্ণ আলোচনা লৈ স্বাগতম জনাইছোঁ। আজি আমি এক চিনাকি বিষয়ত আলোচনা কৰিম যি হৈছে “ণত্ব আৰু ষত্ব বিধিৰ নিয়ম” আৰু এই বিধি সম্বন্ধীয় প্ৰশ্ন আৰু উত্তৰ যিয়ে আপোনাক আগন্তুক HSLC Final Exam 2025 বা HS Final Exam 2025 ত সহায় … Read more