আগমনৰ ভিত্তি প্ৰশ্ন উত্তৰ
অতি চমু উত্তৰৰ প্ৰশ্ন ১। ‘কাৰ্যকাৰণ বিধি হৈছে আগমনৰ বস্তুগত ভিত্তি’। কথাষাৰ সত্য নে?উত্তৰঃ মিছা।২। ‘আগমনৰ ভিত্তিয়েই আগমনৰ ফল’। এই উক্তিটো কোনে কৈছিল?উত্তৰঃ মিলে।৩। ‘আগমন অনুমান আকাৰগত আৰু বস্তুগত উভয় সত্যৰ লগত জড়িত’। কথাষাৰ সত্য নে?উত্তৰঃ সত্য।৪। মিলৰ আগমনাভাষত ——– দোষ ঘটিছে।উত্তৰঃ চক্ৰক।৫। ‘সকলো মানুহ ধাৰ্মিক’ –এইটো সংশ্লেষক নে বিশ্লেষক?উত্তৰঃ সংশ্লেষক। চমু/দীঘল উত্তৰৰ প্ৰশ্ন ১। … Read more