SEBA Academic Calendar 2023-24

আপুনি যদি অসমীয়া মাধ্যমত পঢ়ি আছে বা শিক্ষাদান কৰি আছে, তেন্তে এই লিখনি কেৱল আৰু কেৱলমাত্ৰ আপোনাৰ বাবেই। ইয়াত (Assamese Medium) ত আপুনি SEBA Academic Calendar 2023-24 বিচাৰি যদি আহিছে তেন্তে চিন্তা কৰিব লগা একো নাই।

আপুনি তলত দিয়া লিংকত ক্লিক কৰক আৰু SEBA Academic Calendar 2023-24 PDF ডাউনলোড কৰক। যদি আপুনি SEBA Academic Calendar 2023-24 ডাউনলোড কৰাত কিবা অসুবিধা পাই আছে তেন্তে Nitid Academy YouTube Channel ক Subscribe কৰি পোনপটীয়াকৈ যোগাযোগ কৰিব পাৰিব।

SEBA Academic Calendar

Download Now: SEBA Academic Calendar 2023-24

কিয় লাগে SEBA Academic Calendar 2023-24?

আপুনি নিশ্চয় জ্ঞাত যে SEBA Class 9 আৰু SEBA Class 10 ত বিদ্যালয় কৰ্তৃপক্ষই 1st Unit Test আৰু 2nd Unit Test পৰীক্ষাৰ নিজাববীয়াকৈ চলাব পাৰে। ইয়াৰ পিছতে Board of secondary education ৰ অধীনত থকা সকলো বিদ্যালয় সমূহক কিছু জিলা ভিত্তিত গোট বনাই Half Yearly Exam বোৰ পতা হয়।

এতিয়া আহো মূল কথাটোলৈ, বিভিন্ন স্কুলত বিভিন্ন ধৰনে চলাই থাকিলেও এক নিদ্দিষ্ট সময়ত Half Yearly Course for Class 9 Assamese Medium আৰু Half Yearly Course for Class Assamese Medium সম্পূৰ্ণ কৰিবই লাগিব।

যাতে ছাত্ৰ ছাত্ৰীৰ কোনো অসুবিধা নহয় সেই বাবেই 2023-24 বৰ্ষৰ বাবে SEBA Academic Calendar 2023-24 প্ৰস্তুত কৰা হৈছে।

এই SEBA Academic Calendar 2023-24 ত আপুনি ইংৰাজী বছৰৰ কোনটো মাহত কি কি অধ্যায় পঢ়াব লাগিব, কোন মাহত পৰীক্ষা পাৰিব লাগিব সকলো তথ্য দিয়া থাকে।

সেইবাবেই সকলো বিদ্যালয় কৰ্তৃপক্ষ, শিক্ষক বা ছাত্ৰ ছাত্ৰীৰ লগতেই এই SEBA Academic Calendar 2023-24 থাকিব লাগে।

কেনেকৈ কৰিব Download SEBA Academic Calendar 2023-24?

ওপৰত আমি আলোচনা কৰিলোঁ যে আপোনাৰ কিয় SEBA Academic Calendar 2023-24 প্ৰয়োজন হব। এতিয়া আমি কব গৈ আছোঁ আপুনি এই SEBA Academic Calendar 2023-24 ডাউনলোড কেনেকৈ কৰিব।

SEBA Academic Calendar 2023-24 Download কৰিবলৈ ওপৰৰ দিয়া লিংকত ক্লিক কৰক।

5 thoughts on “SEBA Academic Calendar 2023-24”

  1. পৰীক্ষাৰ বিষয়ে জানিবলৈ। কেতিয়া পতা হ’ব,কি কি নিতি নিয়ম মানি চলিব লাগিব তাৰ বিষয়ে জানিবলৈ এই কেলেণ্ডাৰখন ডাউনলোদ কৰিবলৈ বিচাৰিছো

    প্ৰত্যুত্তৰ দিয়ক

Leave a Comment