HSLC Academic Calendar 2024-25 | PDF Download Free

HSLC Academic Calendar 2024-25

আপুনি যদি অসমীয়া মাধ্যমত পঢ়ি আছে বা শিক্ষাদান কৰি আছে, তেন্তে HSLC Academic Calendar 2024-25 আপোনাৰ বাবে অতি প্ৰয়োজনীয় কিয়নো আপুনি এই HSLC Academic Calendar 2024-25 অবিহনে HSLC Syllabus 2024-25 সম্পূৰ্ণ কৰিব নোৱাৰিব 

আপুনি তলত দিয়া লিংকত ক্লিক কৰক আৰু HSLC Academic Calendar 2024-25 PDF ডাউনলোড কৰক। যদি আপুনি SEBA Academic Calendar 2024-25 ডাউনলোড কৰাত কিবা অসুবিধা পাই আছে তেন্তে Contact Us পৃষ্ঠাৰ যোগেদি পোনপটীয়াকৈ যোগাযোগ কৰিব পাৰিব।

Download HSLC Academic Calendar 2024-25?

HSLC Academic Calendar 2024-25 download কৰিবলৈ আপুনি ASSEB-I ৱেবচাইটৰ সহায় লব পাৰে। যদি ডাউনলোড কৰোঁতে আপুনি কিবা অসুবিধা অনুভৱ কৰে তেন্তে আমি দিয়া লিংকৰ জৰিয়তে ইতি সহজে HSLC Academic Calendar 2024-25 ডাউনলোড কৰিব পাৰে।

HSLC Academic Calendar 2024-25 Download কৰিবলৈ তলত দিয়া লিংকত ক্লিক কৰক।

SEBA Academic Calendar 2024-25PDF Free Download

কিয় লাগে HSLC Academic Calendar 2024-25?

আপুনি নিশ্চয় জ্ঞাত যে SEBA Class 9 আৰু SEBA Class 10 ত বিদ্যালয় কৰ্তৃপক্ষই 1st Unit Test আৰু 2nd Unit Test পৰীক্ষাৰ নিজাববীয়াকৈ চলাব পাৰে। ইয়াৰ পিছতে Assam State School Educational Board চমুকৈ (ASSEB-I) ৰ অধীনত থকা সকলো বিদ্যালয় সমূহক কিছু জিলা ভিত্তিত গোট বনাই Half Yearly Exam বোৰ পতা হয় আৰু পৰৱৰ্তী সময়ত বছৰেকীয়া পৰীক্ষা (HSLC) পাতে।

এতিয়া আহো মূল কথাটোলৈ, বিভিন্ন স্কুলত বিভিন্ন ধৰনে চলাই থাকিলেও এক নিদ্দিষ্ট সময়ত Half Yearly Course for Class 9 Assamese Medium আৰু Half Yearly Course for Class  Assamese Medium সম্পূৰ্ণ কৰিবই লাগিব।

যাতে ছাত্ৰ ছাত্ৰীৰ কোনো অসুবিধা নহয় সেই বাবেই 2024-25 বৰ্ষৰ বাবে SEBA Academic Calendar 2024-25 প্ৰস্তুত কৰা হৈছে।

এই HSLC Academic Calendar 2024-25 ত আপুনি ইংৰাজী বছৰৰ কোনটো মাহত কি কি অধ্যায় পঢ়াব লাগিব, কোন মাহত পৰীক্ষা পাৰিব লাগিব সকলো তথ্য দিয়া থাকে।

সেইবাবেই সকলো বিদ্যালয় কৰ্তৃপক্ষ, শিক্ষক বা ছাত্ৰ ছাত্ৰীৰ লগতেই এই SEBA Academic Calendar 2024-25 থাকিব লাগে।

ৰসায়ন বিজ্ঞানত স্নাতক ডিগ্ৰী, ব্যক্তিগত বিদ্যালয়ত শিক্ষক হিচাপে কাম কৰাৰ লগতে Assamese Medium ত CEO যিয়ে সকলো বিষয়ৰ লিখনিসমূহ চোৱাচিতা কৰে।

Free PDF Notes

Get Now

ADVERTISEMENT

error: লাজ নালাগে কপি কৰিব