Assamese Medium ৱেবচাইটৰ পৰা PDF Note ক্ৰয় কৰাৰ বাবে আপোনাক ধন্যবাদ জ্ঞাপন কৰিছো। আপুনি যদি এই PDF Notes ডাউনলোড কৰিছে কিন্তু খুলিব পৰা নাই তেন্তে Google Play Store ৰ পৰা WinZip নামৰ এপ্লিকেচন ইনষ্টল কৰি খুলিব চেষ্টা কৰক।
যদি আপুনি ডাউনলোড কৰাত অসুবিধা পাইছে তেন্তে আপুনি ক্ৰয় কৰাৰ সময়ত ব্যৱহাৰ কৰা Gmail ID ত যাওঁক আৰু তাত Instamojo ৰ পৰা মেইল দিয়া আছে তাত ক্লিক কৰি PDF Notes ডাউনলোড কৰি লওক।
ইয়াৰ ওপৰিও যদি আপুনি Class 12 বা Class 11 ৰ কোনো বিষয়ৰ PDF Notes ক্ৰয় কৰিব খোজে তেন্তে তলত দিয়া লিংকত ক্লিক কৰিব পাৰে।