Class 9 Adv Maths Assamese Medium

Class 9 Adv Maths Assamese Medium তথা নৱম মান শ্ৰেণীৰ উচ্চ গণিতৰ সকলো অধ্যায়ৰ সমাধান আপুনি ইয়াত পাব।

আপুনি যদি নৱম মান শ্ৰেণীৰ শিক্ষাৰ্থী আৰু ঐচ্ছিক বিষয় হিচাপে উচ্চ গণিত বাছি লৈছে, তেন্তে এই Assamese Medium ৰ পৃষ্টাই আপোনাক সকলো ফালৰ পৰা সহায় কৰিব।

আমি ইয়াত অভিজ্ঞতা সম্পন্ন শিক্ষকৰ দ্বাৰা Class 9 Adv Maths Assamese Medium ৰ সকলো সমাধান PDF Notes বনাই তলত দিয়া লিংক আপলোড কৰিছো, আপুনি বিচাৰিলে আপোনাৰ প্ৰয়োজন অনুসৰি Class 9 Adv Maths Assamese Medium PDF Solution বিনামূলীয়াকৈ ডাউনলোড কৰিব পাৰিব।

ইয়াৰ ওপৰিও আপোনাৰ সুবিধাৰ বাবে ‘Assamese MediumYouTube ChannelClass 9 Adv Maths Assamese Medium ৰ সবিশেষ ভিডিও আপলোড কৰা আছে, আপুনি PDF Notes বুজি পোৱাত অসুবিধা হলে, YouTube Channel ত গৈ ভিডিও চাব পাৰিব।

Class 9 Adv Maths Assamese Medium

Class 9 Adv Maths Assamese Medium Full Syllabus 2022

  1. Class 9 Adv Maths Chapter 1 Assamese Medium: সংখ্যাংকন পদ্ধতি
  2. Class 9 Adv Maths Chapter 2 Assamese Medium: সংহতি
    1. Exercise 2.1
    2. Exercise 2.2
    3. Exercise 2.3
    4. Exercise 2.4
  3. Class 9 Adv Maths Chapter 3 Assamese Medium: ঘাতাংক
  4. Class 9 Adv Maths Chapter 4 Assamese Medium: বিশেষ গুনফল আৰু উৎপাদক বিশ্লেষণ
  5. Class 9 Adv Maths Chapter 5 Assamese Medium: অসমিকা
  6. Class 9 Adv Maths Chapter 6 Assamese Medium: অনুক্ৰম আৰু শ্ৰেণী
  7. Class 9 Adv Maths Chapter 7 Assamese Medium: সমতলিক জ্যামিতি
  8. Class 9 Adv Maths Chapter 8 Assamese Medium: কিছুমান বিশেষ জ্যামিতিক অংকন

Watch YouTube Video on Class 9 Adv Maths Assamese Medium