Class 9 Adv Maths Assamese Medium তথা নৱম মান শ্ৰেণীৰ উচ্চ গণিতৰ সকলো অধ্যায়ৰ সমাধান আপুনি ইয়াত পাব।
আপুনি যদি নৱম মান শ্ৰেণীৰ শিক্ষাৰ্থী আৰু ঐচ্ছিক বিষয় হিচাপে উচ্চ গণিত বাছি লৈছে, তেন্তে এই Assamese Medium ৰ পৃষ্টাই আপোনাক সকলো ফালৰ পৰা সহায় কৰিব।
আমি ইয়াত অভিজ্ঞতা সম্পন্ন শিক্ষকৰ দ্বাৰা Class 9 Adv Maths Assamese Medium ৰ সকলো সমাধান PDF Notes বনাই তলত দিয়া লিংক আপলোড কৰিছো, আপুনি বিচাৰিলে আপোনাৰ প্ৰয়োজন অনুসৰি Class 9 Adv Maths Assamese Medium PDF Solution বিনামূলীয়াকৈ ডাউনলোড কৰিব পাৰিব।
ইয়াৰ ওপৰিও আপোনাৰ সুবিধাৰ বাবে ‘Nitid Academy‘ YouTube Channel ত Class 9 Adv Maths Assamese Medium ৰ সবিশেষ ভিডিও আপলোড কৰা আছে, আপুনি PDF Notes বুজি পোৱাত অসুবিধা হলে, YouTube Channel ত গৈ ভিডিও চাব পাৰিব।

Class 9 Adv Maths Assamese Medium Solution
তলৰ তালিকাখনত আমি Class 9 Adv Maths Assamese Medium ৰ সম্পূৰ্ণ সমাধান কৰিবলৈ চেষ্টা কৰিছোঁ। আপুনি আপোনাৰ প্ৰয়োজন অনুসৰি লিংকত ক্লিক কৰি পঢ়িব পাৰে।
Class 9 Adv Maths Chapter 1 Assamese Medium
আপুনি যদি নৱম মান শ্ৰেণীৰ উচ্চ গণিত বিষয়ৰ সমাধান বিচাৰি ইয়াত আহিছে তেন্তে চিন্তাৰ কাৰণ নাই। এই পৃষ্ঠাত আমি Class 9 Adv Maths Solution ত আমি Class 9 Adv Maths Chapter 1 Assamese Medium (সংখ্যাংকন পদ্ধতি) ৰ সমাধান দিবলৈ প্ৰয়াস কৰিছো। আশা কৰোঁ আপোনালোকে আমাৰ কষ্টক সাৰ্থক কৰিবলৈ এই লিখনি আপোনাৰ বন্ধু বান্ধৱী লৈ Share কৰিব।
Class 9 Adv Maths Chapter 1 | PDF Solution |
সংখ্যাংকন পদ্ধতি | Exercise 1.1 |
Exercise 1.2 | |
Exercise 1.3 | |
Exercise 1.4 |
Class 9 Adv Maths Chapter 2 Assamese Medium
আপুনি যদি নৱম মান শ্ৰেণীৰ উচ্চ গণিত বিষয়ৰ সমাধান বিচাৰি ইয়াত আহিছে তেন্তে চিন্তাৰ কাৰণ নাই। এই পৃষ্ঠাত আমি Class 9 Adv Maths Solution ত আমি Class 9 Adv Maths Chapter 2 Assamese Medium (সংহতি) ৰ সমাধান দিবলৈ প্ৰয়াস কৰিছো। আশা কৰোঁ আপোনালোকে আমাৰ কষ্টক সাৰ্থক কৰিবলৈ এই লিখনি আপোনাৰ বন্ধু বান্ধৱী লৈ Share কৰিব।
Class 9 Adv Maths Chapter 2 | PDF Solution |
সংহতি | Exercise 2.1 |
Exercise 2.2 | |
Exercise 2.3 | |
Exercise 2.4 |