HS 2nd Year ৰ গণিত তথা Class 12 Mathematics যদি আপুনি কোনো খৰচ নোহোৱাকে পঢ়ি পৰীক্ষাত ভাল নম্বৰ পাব খোজে তেন্তে এই লিখনি আপোনাৰ বাবে।
হয়, আপোনালোকক আকৌ এবাৰ স্বাগতম জনাইছো Assamese Medium লৈ। ইয়াত আমি বৰ্তমানলৈকে Class 6 ৰ পৰা Class 12 লৈকে সম্পূৰ্ণ পাঠ্যক্ৰমৰ সমাধান কৰিবলৈ প্ৰয়াস কৰা হৈছে। HS 1st Year আৰু HS 2nd Year ৰ Science, Arts আৰু Commerce ৰ সম্পূৰ্ণ সমাধান দিয়াৰ ওপৰিও অসমীয়া মাধ্যমৰ Class 6 ৰ পৰা Class 10 লৈকে সমাধান দিয়া হৈছে।
আজি আমি Class 12 Mathematics Assamese Medium তথা অসমীয়া মাধ্যমৰ দ্বাদশ শ্ৰেণীৰ গণিতৰ সম্পূৰ্ণ সমাধান এই ৱেবচাইটত আলোচনা কৰিবলৈ প্ৰয়াস কৰিছো। আপুনি যদি Assamese Medium Class 12 ৰ শিক্ষাৰ্থী তেন্তে এই লিখনিয়ে আপোনাক বহুত প্ৰকাৰে সহায় কৰিব।

Class 12 Mathematics Assamese Medium ত সৰ্বমুঠ ১৩ টা অধ্যায় সন্নিৱিষ্ট কৰা আছে। ইয়াত Class 12 Mathematics Assamese Medium ৰ সৰ্বমুঠ টা অধ্যায়ৰ সম্পূৰ্ণ সমাধান এই ৱেবছাইটত যোগান ধৰা হৈছে। আপুনি যদি পঢ়িব খোজে তেন্তে তলত দিয়া লিংকৰ ক্লিক কৰি পঢ়িব পাৰে। আপুনি বিচাৰি Class 12 Mathematics Assamese Medium ৰ সমাধানসমূহ PDF Notes হিচাপে ডাউনলোড কৰিব পাৰে।
আমি আপোনালৈ লিখা কোনো বিষয়ত কিবা অসুবিধা থাকিলে আপুনি অনুগ্ৰহ কৰি Assamese Medium Facebook Page ক Follow কৰি আমাৰ সৈতে পোনপটীয়াভাৱে যোগাযোগ কৰিব পাৰে। আমি আপোনাৰ যিকোনো প্ৰশ্নৰ উত্তৰ দিবলৈ প্ৰয়াস কৰিম।
Class 12 Mathematics Assamese Medium Full Syllabus 2024
Class 12 Mathematics (Eng & Assamese Medium) | Download |
সম্বন্ধ আৰু ফলন (Relation & Function) | PDF Solution |
প্ৰতিলোম ত্ৰিকোণমিতিয় ফলন (Inverse Trigonometric Function) | PDF Solution |
মৌলকক্ষ (Metrix) | PDF Solution |
নিৰ্ণায়ক | PDF Solution |
অবিচ্চিন্নতা আৰু অবকলনীয়তা | PDF Solution |
অৱকলজৰ প্ৰয়োগ | PDF Solution |
অনুকুল | PDF Solution |
অনুকুলৰ প্ৰয়োগ | PDF Solution |
অৱকল সমীকৰণ | PDF Solution |
ভেক্টৰ বীজগণিত | PDF Solution |
ত্ৰিবিমিতীয় জ্যামিতি | PDF Solution |
ৰৈখিক প্ৰগ্ৰামিং | PDF Solution |
সম্ভাৱিতা | PDF Solution |
- Class 12 Mathematics Chapter 1 Assamese Medium: সম্বন্ধ আৰু ফলন
- Class 12 Mathematics Chapter 2 Assamese Medium: প্ৰতিলোম ত্ৰিকোণমিতিয় ফলন
- Class 12 Mathematics Chapter 3 Assamese Medium: মৌলকক্ষ
- Class 12 Mathematics Chapter 4 Assamese Medium: নিৰ্ণায়ক
- Class 12 Mathematics Chapter 5 Assamese Medium: অবিচ্চিন্নতা আৰু অবকলনীয়তা
- Class 12 Mathematics Chapter 6 Assamese Medium: অৱকলজৰ প্ৰয়োগ
- Class 12 Mathematics Chapter 7 Assamese Medium: অনুকুল
- Class 12 Mathematics Chapter 8 Assamese Medium: অনুকুলৰ প্ৰয়োগ
- Class 12 Mathematics Chapter 9 Assamese Medium: অৱকল সমীকৰণ
- Class 12 Mathematics Chapter 10 Assamese Medium: ভেক্টৰ বীজগণিত
- Class 12 Mathematics Chapter 11 Assamese Medium: ত্ৰিবিমিতীয় জ্যামিতি
- Class 12 Mathematics Chapter 12 Assamese Medium: ৰৈখিক প্ৰগ্ৰামিং
- Class 12 Mathematics Chapter 13 Assamese Medium: সম্ভাৱিতা