ADVERTISEMENT

ভাৱ সম্প্ৰসাৰণ | Assamese Amplification for HSLC/HS 2023

আপুনি বাৰু ভাৱ সম্প্ৰসাৰণ বা Assamese Amplification বিচাৰি ইয়ালৈ আহিছে নেকি? আপুনি Assamese Medium ত পঢ়ি আছে বা কৰবাত পঢ়াই আছে নেকি তেন্তে এই ভাৱ সম্প্ৰসাৰণ আপোনাৰ বাবে। ভাৱ সম্প্ৰসাৰণ (Amplification ) ত সাধাৰণতে কিছুমান পটন্তৰ, ফৰকা যোজনা, কোনো বিখ্যাত ব্যক্তিৰ জ্ঞানগৰ্ভ উক্তি আদি দিয়া হয় আৰু ছাত্ৰ-ছাত্ৰীসকলে সেইবোৰৰ ভাৱ সম্পৰসাৰণ কৰিব লাগে অৰ্থাৎ ভাৱ … Read more

Letter Wise Assamese Opposite Word | বৰ্ণমালা অনুযায়ী বিপৰীত শব্দ

Letter Wise Assamese Opposite Word: হেল্লো, মোৰ মৰমৰ ছাত্ৰ ছাত্ৰী সকল, আশা কৰোঁ আপোনালোকে আগন্তুক হাই স্কুল শিক্ষান্ত পৰীক্ষাৰ বাবে প্ৰস্তুতি লৈ আছে। সেই হেতুকে আমি Assamese Medium এ আপোনাৰ বাবে লৈ আহিছোঁ Letter Wise Assamese Opposite Word (অ-ক্ষ লৈ বিপৰীত শব্দ) যি HSLC 2023 Exam ৰ বাবে বহুত প্ৰয়োজন আছে। ইয়াৰ আগতে আমি 900 … Read more

বিপৰীত শব্দ । HSLC 2023 Assamese Opposite Word

2021 চনত যদিও কৰো’নাৰ বাবে HSLC পৰীক্ষা অনুষ্ঠিত নকৰাকৈ পৰীক্ষাৰ্থীক উত্তীৰ্ণ কৰাই দিলে সেইবুলি 2022 – 2023 HSLC Exam নহব বুলি কোনো কথা নাই আৰু এটা কথা আমি বুজি লোৱা ভাল যে জ্ঞান আহৰণ আৰু পৰীক্ষা দুটা বলেগ বস্তু। পৰীক্ষা যেনিবা নহলেই তথাপিটো আপুনি আপোনাৰ জীৱনধাৰা চলাই যাব লাগিব আৰু তাৰ বাবে সদায় কিছু কিছু … Read more

Assamese Essay On APJ Abdul Kalam | এ.পি.জে আব্দুল কালাম

মহৎ লোকৰ বাণী বা মহৎ লোকৰ জীৱনীয়ে সকলোৰে জীৱনত প্ৰভাৱ পেলাব পাৰে বুলি আমি বিশ্বাসী আৰু সেই বাবেই আজি Assamese Medium ৱেবচাইটৰ জৰিয়তে আপোনালোকৰ বাবে লৈ আহিছোঁ Assamese Essay on APJ Abdul Kalam (এ. পি. জে আব্দুল কালাম) ৰ জীৱনী। আপুনি যদি কোনো পৰীক্ষাৰ বাবে এই Assamese Essay on APJ Abdul Kalam লিখিব বিচাৰে তেন্তে … Read more

ণত্ব বিধি

অসমীয়া ভাষাত দন্ত্য ‘ন’ আৰু মূৰ্দ্ধণ্য ‘ণ’ৰ ব্যৱহাৰৰ কিছুমান বিধি আছে যিবোৰ অনুসৰণ কৰি কোনো শব্দত ‘ন’ হ’বনে ‘ণ’ হ’ব সেয়া থিৰাং কৰা হয়। সেই বিধিসমূহকে ‘ণত্ব বিধি’ (Natba Bidhi ) বুলি কোৱা হয়। অৰ্থাৎ যি বিধি বা নিয়মমতে দন্ত্য ‘ন’ মূৰ্দ্ধণ্য ‘ণ’ লৈ ৰূপান্তৰিত হয় তাকে ণত্ব বিধি বোলে। অসমীয়া ভাষাত প্ৰয়োগ হোৱা সংস্কৃত … Read more

ষত্ব বিধি

ষত্ব বিধি (Khatba Bidhi) ‘ণত্ব বিধি’য়ে যিদৰে দন্ত্য ‘ন’ মূৰ্দ্ধণ্য ‘ণ’লৈ ৰূপান্তৰ হোৱাৰ বিধিক বুজায়, সেইদৰে অসমীয়া ভাষাত বহু ক্ষেত্ৰত দন্ত্য ‘স’ মূৰ্দ্ধণ্য ‘ষ’লৈ ৰূপান্তৰ হয়। এই বিধিসমূহকে ‘ষত্ব বিধি’ বুলি কোৱা হয়। আমি আগতে উল্লেখ কৰিছো যে অসমীয়া ভাষাত দন্ত্য ‘ন’ আৰু মূৰ্দ্ধণ্য ‘ণ’ৰ ব্যৱহাৰৰ কিছুমান বিধি আছে যিবোৰ অনুসৰণ কৰি কোনো শব্দত ‘ন’ হ’বনে ‘ণ’ হ’ব সেয়া … Read more

বর্ণ আৰু ইয়াৰ প্ৰকাৰ 2022 । Classification of letters in Assamese Grammar

Assamese Medium তথা অসমীয়া মাধ্যমৰ ছাত্ৰ ছাত্ৰীৰ বাবে Assamese Grammar আন এক গুৰুত্বপূৰ্ণ বিষয়। ই কেৱল Assamese Medium ৰ ছাত্ৰ ছাত্ৰীয়ে শিকিব লগা বিষয় নহয়, English Medium ৰ ছাত্ৰ ছাত্ৰীৰ বাবেও দশম মানলৈকে অসমীয়া বা Assamese MIL বাধ্যতামূলক আৰু সেই গতিকে Assamese Grammar পঢ়িব লাগিব। আজি আমি ইয়াত আলোচনা কৰিব গৈ আছোঁ বৰ্ণ আৰু ইয়াৰ … Read more

ADVERTISEMENT