ADVERTISEMENT

APJ ABDUL KALAM Essay In Assamese

Dr. APJ ABDUL KALAM Essay In Assamese

APJ ABDUL KALAM Essay In Assamese যদি আপোনালোকে ইয়াত আহিছে তেন্তে আপুনি ঠিক ঠাইত আছে। ইয়াত আমি Assamese Medium ৱেবচাইটৰ জৰিয়তে আপোনালোকৰ বাবে বিভিন্ন প্ৰকাৰৰ সমস্যাৰ সমাধান দিবলৈ প্ৰয়াস কৰিছো। আজি আমি APJ ABDUL KALAM Essay In Assamese আপোনালোকৰ বাবে লৈ আহিছোঁ যিয়ে আপোনাক আগন্তুক HSLC 2024 Final Exam আৰু HS 2024 Final Exam ৰ … Read more

Assamese Essay on Favourite Book 2024 | প্রিয় গ্রন্থ

Assamese Essay on Favorite Book

আপুনি যদি Google বা YouTube ত Assamese Essay on Favourite Book বুলি বিচাৰি আছে নেকি? যদি হয়, তেন্তে আজিৰ এই লিখনি (Favourite Book Essay in Assamese) য়ে আপোনাক বহুত সহায় কৰিব। আজি আমি আপোনালোকৰ বাবে Assamese Essay on Favourite Book বা “প্ৰিয় গ্ৰন্থ” অসমীয়া ৰচনা লৈ আহিছোঁ যিয়ে আপোনাক HSLC/HS Final Exam ত বহুত সহায় … Read more

Opposite Word In Assamese | অসমীয়া বিপৰীত শব্দ তালিকা

আপুনি HSLC 2024 ৰ পৰীক্ষাৰ্থী হয় নেকি? আপুনি অসমীয়া মাধ্যমৰ শিক্ষাৰ্থী হয় নেকি? যদি আপুনি অসমীয়া মাধ্যম (Assamese Medium) ৰ শিক্ষাৰ্থী আৰু 2024 ত HSLC পৰীক্ষা দিব তেন্তে Modern Indian Language (MIL Assamese) ৰ বিপৰীত শব্দ (Opposite Word In Assamese) পঢ়াৰ প্ৰয়োজন আছে বুলি ভাবি আমি আপোনাৰ বাবে লৈ আহিছোঁ 5000+ বিপৰীত শব্দ। যদিও আমি … Read more

কৰণা ভাইৰাছ | Assamese Essay 2023

কৰণা ভাইৰাছ

মোৰ মৰমৰ ছাত্ৰ ছাত্ৰী তথা পঢ়ুৱৈ বন্ধু বান্ধবী সকল আজি আমি আলোচনা কৰিম অসমীয়া ৰচনা (Assamese Essay 2023) ৰ কৰণা ভাইৰাছ – এক প্ৰত্যাহ্বান । Assamese Medium ৰ ছাত্ৰী ছাত্ৰীৰ বাবে যি কোনো বিষয়ত সকলো ধৰণৰ প্ৰশ্ন উত্তৰ আৰু প্ৰয়োজনীয় Concept ৰ বাবে এক নিৰ্ভৰযোগ্য ৱেবচাইট। আপুনি Assamese Medium ৰ পৰা যিকোনো তথ্য বিনামূলীয়া বাবে … Read more

বাক্য ৰচনা

বাক্য ৰচনা কৰা

আপুনি জানেনে বাক্য ৰচনা কেৱল আপুনি HS/HSLC Final Exam 2024 ত সহায় কৰাই নহয়, ই আপোনাক যিকোনো বিষয়ত শুদ্ধ বাক্য ৰচনা অৰ্থাৎ বাক্য শুদ্ধ ৰূপত লিখিবলৈ সহায় কৰিব। তেন্তে আহক, আজি আমি Assamese Medium ৰ এই লিখনিৰ জৰিয়তে বাক্য ৰচনা কিছু আলোচনা কৰিবৰ প্ৰয়াস কৰিছো। কিছু বাক্য ৰচনা 2024 HS/HSLC Final Exam

বাক্য ৰচনা কৰা

বাক্য ৰচনা কৰা

“বাক্য ৰচনা কৰা” অসমীয়া ব্যাকৰণৰ আন এক গুৰুত্বপূৰ্ণ বিষয়। আমি Assamese Medium ত দশম শ্ৰেণী বা দ্বাদশ শ্ৰেণীৰ শিক্ষাৰ্থীৰ বাবে HSLC/HS Final Exam 2024 ত Assamese Grammar ৰ বহুত বিষয় আলোচনা কৰিছোঁ। যদি আপুনি এজন শিক্ষক বা দশম মান শ্ৰেণী বা দ্বাদশ শ্ৰেণীৰ ছাত্ৰ তেন্তে ই আপোনাক সহায় কৰিব পাৰে। আপুনি আমি লিখা বিষয় সমূহ … Read more

বিশেষ্যৰ পৰা বিশেষণ |Assamese Grammar 2024

বিশেষ্যৰ পৰা বিশেষণ

আপুনি যদি Assamese Medium ত বিশেষ্যৰ পৰা বিশেষণ পঢ়িব আহিছে তেন্তে এই লিখনি আপোনাৰ বাবেই। আজি আমি ইয়াত কিছু বিশেষ্যৰ পৰা বিশেষণ লৈ আহিছো লিংকত ক্লিক কৰি পঢ়িব পাৰে। কিছু বিশেষ্যৰ পৰা বিশেষণ বিশেষ্য – বিশেষণ অনুবাদ – অনুঅণু – আণৱিকঅৰুণ – অৰুণিমাঅধুনা – আধুনিকঅন্তৰ – আন্তৰিকঅগ্নি – আগ্নেয়অপকাৰ – অপকৃতআদৰ – আদৃতঅৰণ্য – আৰণ্যআঘাত … Read more

ণত্ব আৰু ষত্ব বিধিৰ নিয়ম আৰু প্ৰশ্ন উত্তৰ

ণত্ব আৰু ষত্ব বিধিৰ নিয়ম

আহক মোৰ মৰমৰ ছাত্ৰ ছাত্ৰী তথা পঢ়ুৱৈ বন্ধু বান্ধৱী সকল, আকৌ এবাৰ Assamese Medium ৰ গুৰুত্বপূৰ্ণ আলোচনা লৈ স্বাগতম জনাইছোঁ। আজি আমি এক চিনাকি বিষয়ত আলোচনা কৰিম যি হৈছে “ণত্ব আৰু ষত্ব বিধিৰ নিয়ম” আৰু এই বিধি সম্বন্ধীয় প্ৰশ্ন আৰু উত্তৰ যিয়ে আপোনাক আগন্তুক HSLC Final Exam 2024 বা HS Final Exam 2024 ত সহায় … Read more

বাক্য পৰিৱৰ্তন | HSLC/HS Assamese Grammar 2024

বাক্য পৰিৱৰ্তন

বাক্য পৰিৱৰ্তন HSLC Final Exam 2024 বা HS Final Exam 2024 ৰ বাবে অসমীয়া ব্যাকৰণৰ আন এক গুৰত্বপূৰ্ণ বিষয়। উচ্চ মাধ্যমিক শিক্ষান্ত পৰীক্ষা বা উচ্চতৰ মাধ্যমিক ফাইনেল পৰীক্ষাত বাক্য পৰিৱৰ্তন কৰিবলৈ আহে। সেই কাৰণে আজি আমি Assamese Medium ত আপোনালোকৰ বাবে অতি প্ৰয়োজনীয় কিছু বাক্য পৰিৱৰ্তন লৈ আহিছোঁ যিয়ে আপোনাক পৰীক্ষাত সহায় কৰিব। আমি আমাৰ … Read more

সন্ধি ভাঙা আৰু পাতা | Assamese Grammar for HSLC/HS 2024

সন্ধি

আজি আকৌ এবাৰ স্বাগতম জনাইছোঁ Assamese Medium ৰ আন এক গুৰুত্বপূৰ্ণ আলোচনালৈ। আজি আমি আলোচনা কৰিম সন্ধি । ইয়াত কিছু সন্ধি ভাঙা আৰু পাতা বিশেষ কৈ স্বৰ সন্ধিৰ বিষয়ে আলোচনা কৰা হৈছে যি আপোনাৰ অসমীয়া মাধ্যমৰ Class 10 আৰু Class 12 ৰ Final Exam 2024 ৰ ছাত্ৰ ছাত্ৰীৰ বাবে প্ৰয়োজনীয়। আপুনি যদি দশম শ্ৰেণী বা … Read more

ADVERTISEMENT