Bihu Essay in Assamese | অসমৰ জাতীয় উৎসৱ বিহু
বিহু আনন্দীয়া বিহু বিনন্দীয়া বিহুৰ মৌ-মিঠা মাত; বিহুৰ বা-লাগি বিহুৱা ককাইৰ ঐদেওধনি লাগিছে গাত। আৰম্ভণি: সৃষ্টিৰ সফলতাত, কৃতকাৰ্যতাৰ আনন্দত অন্তৰৰ অনন্ত অনুভূতি হিয়া উজাৰি সুললিত, সুশ্রাব্য ভাষাৰে, সুকুমাৰ অংগী-ভংগীৰে প্ৰকাশ কৰাটোৱেই মানুহৰ সহজাত প্রবৃত্তি। নৃত্য, গীত সেই সহজাত সুকুমাৰ প্ৰবৃত্তিৰে মূৰ্ত প্ৰকাশ। বিহুৰ উৎপত্তিৰ উৎসও সেই সহজাত প্রবৃত্তিৰ প্ৰকাশৰেই নিদর্শন। আদিম মানৱে সভ্যতাৰ সোপানত এখোজ […]
Bihu Essay in Assamese | অসমৰ জাতীয় উৎসৱ বিহু Read More »