বিশেষ্যৰ পৰা বিশেষণ |Assamese Grammar 2024

আপুনি যদি Assamese Medium ত বিশেষ্যৰ পৰা বিশেষণ পঢ়িব আহিছে তেন্তে এই লিখনি আপোনাৰ বাবেই। আজি আমি ইয়াত কিছু বিশেষ্যৰ পৰা বিশেষণ লৈ আহিছো লিংকত ক্লিক কৰি পঢ়িব পাৰে।

বিশেষ্যৰ পৰা বিশেষণ

কিছু বিশেষ্যৰ পৰা বিশেষণ

বিশেষ্য – বিশেষণ

অনুবাদ – অনু
অণু – আণৱিক
অৰুণ – অৰুণিমা
অধুনা – আধুনিক
অন্তৰ – আন্তৰিক
অগ্নি – আগ্নেয়
অপকাৰ – অপকৃত
আদৰ – আদৃত
অৰণ্য – আৰণ্য
আঘাত – আহত
অন্ত – অন্তিম
অৰুণ – অৰুণিমা
অনুষ্ঠান – অনুষ্ঠিত
অগ্ৰ – অগ্ৰমি
আদি – আদ্য
অনুৰাগ – অনুৰক্ত
অধ্যয়ন – অধীত
অনুভৱ – অনুভূত
আয়ু – আয়ুষ্মান
অংশ – আংশিক
আহ্বান – আহূত
ইচ্ছা -ঐচ্ছিক
ইতিহাস – ঐতিহাসিক
উচ্ছ্বাস – উচ্ছ্বাসিত
উল্লাস- উল্লাসিত
উন্মাদনা – উন্মত্ত
উত্তাপ – উত্তপ্ত
উপকাৰ – উপকৃত
কুল – কৌলিক
কন্ঠ – কন্ঠ্য
কপাহ – কপাহী
কৰ্ম – কৰ্মী
কথা – কথকী
কন্টক – কন্টকিত
কৃষি – কৃষিজাত
কাঁইত – কাঁইটীয়া
কায় – কায়িক
খনি – খনিজ
খণ্ড – খণ্ডিত
গাঁও – গাঁৱলীয়া
গান – গেয়
গ্ৰহণ – গৃহীত
গো – গব্য
গ্ৰাম – গ্ৰাম্য
ঘৃণা – ঘৃণ্য
ঘৰ – ঘৰচীয়া
ঘন- ঘনিমা
চকু – চাক্ষুষ
চালাকি – চালাক
চন্দ্ৰ – চান্দ্ৰ
চোৰ – চোৰাং
ছেদ – ছিন্ন
জন্ম – জাত
জাতি – জাতীয়
জয় – জয়ী
জ্ঞান – জ্ঞাত
জল – জলীয়
জন্তু – জান্তৱ
তমঃ – তামসিক
তাপ – তপ্ত
তেজ – তেজী
তনু – তনিমা
ত্ৰাস – ত্ৰস্ত
তালু – তালব্য
দিন – দৈনিক
দৰ্শন – দৃষ্ট
দাঁত – দন্ত্য
দেৱ – দৈৱ
দহন – দাহ্য
দান – দত্ত


দেহ – দৈহিক
দণ্ড – দণ্ডনীয়
ধন – ধনী
ধৰ্ম – ধাৰ্মিক
পুৰস্কাৰ – পুৰস্কৃত
পৰ – পৰকীয়া
প্ৰশ্ন – পৃষ্ট
পুষ্প – পুষ্পিত
পূৰ্ব – প্ৰাচ্য
পচম – পচমী
প্ৰমাণ – প্ৰামাণ্য
পৰিধান – পৰিহিত
পশ্চিম – পাশ্চাত্য
পুৰ – পৌৰ

পিশাচ – পৈশাচিক
পংক – পংকিল
পশু – পাশৱিক
পৃথিৱী – পাৰ্থিৱ
প্ৰত্যয় – প্ৰতীত
প্ৰসাদ – প্ৰসন্ন
পতন – পতিত
ফেন – ফেনিল
ফন্দি – ফন্দিয়ক
ফল – ফলিত
বাষ্প – বাষ্পীয়
বিধি – বৈধ
বচন – বচনীয়
বিষাদ – বিষণ্ণ
বেদ – বৈদিক
বন – বন্য
বধ – বধ্য়
ব্যৱহাৰ – ব্যৱহাৰিক
বস্তু – বাস্তৱ
বৰ – বৰণীয়
বিষাদ – বিষণ্ণ
বিমান – বৈমানিক
বিধান – বৈমানিক
নৰক – নাৰকীয়
নিশা – নৈশ
নগৰ – নগৰীয়া
নাম – নামী
ভূগোল – ভৌগোলিক
ভাত – ভতুৱা
ভোজন – ভুক্ত
ভয় – ভীত
ভূত – ভৌতিক
ভূমি – ভৌম
ভেদ – ভিন্ন
মাটি – মটীয়া
মন – মানসিক
মধু – মধুৰ
মায়া – মায়াবী
মৰম – মৰমী
মুখ – মুখ্য
মংগল – মাংগলিক
মনীষা – মনীষী
যোগ – যৌগিক
লোম – লোমশ
লয় – লীন
লাজ – লাজ
লজ্জা – লজ্জিত
লোক – লৌকিক
লাভ – লভীয়া
শান্তি – শান্ত
শৰং – শাৰদ
শংকা – শংকিত
শ্ৰদ্ধা – শ্ৰদ্ধেয়
শাস্ত্ৰ – শাস্ত্ৰীয়
শ্ৰম – শ্ৰান্ত
শৰীৰ – শাৰীৰিক
সাহিত্য – সাহিত্যিক
সূৰ্য – সৌৰ
সময় – সাময়িক
স্নায়ু – স্নায়ৱিক
সন্ধ্যা – সান্ধ্য
সংযম – সংযত
সাহ – সাহসী
স্ত্ৰী – স্ত্ৰৈণ
হৰণ – হৃত
হৃদয় – হাৰ্দ্য

Leave a Comment