অসমীয়াৰ পৰা ইংৰাজী লৈ অনুবাদ | Translation 2022 SEBA Exam

লেমটো নুমুৱাই দিয়া ।
Blow out the lamp.

মই সদায় তূতীয় শ্ৰেেণীত যাত্ৰা কৰোঁ ।
I always travel in third class.

চিয়াঁহীৰে নিলিখিবা ।
Do not write in ink.

তেওঁৰ আটাইবোৰ আশা মাটিত মিলি গ’ল ।
All his hopes were dashed to the ground.

তেওঁ এ়ধোকতে পানীখিনি খালে ।
He drank water in one draught.

তোমাৰ ফলাফল কেতিয়া ওলাব?
When will your result be out?

আপুনি মোক আগৰ চাৰিআলিত নমাই দিবনে?
Will you drop me at the next crossing?

আপুনি মোক ৫০০ টকা ধাৰ দিবনে?
Will you land me rs. 500?

আপুনি গুৱাহাটী ৰ পৰা কেতিয়া ঘূৰিব?
When will you return from Bombay?

আপুনি এই কামটো কৰিব পাৰিবনে?
Will you be able to do this work?

আপুনি অনুগ্ৰহ কৰি মোৰ লগত বজাৰলৈ আহিবনে?
Will you please come with me shopping?

আপুনি মোক এই ঘটনাটোত সহায় কৰিবনে?
Will you help me in this matter?

আপুনি গুৱাহাটী লৈ কেনেকৈ যাব?
How will you go to Guwahati?

তেওঁ অহা কালিলৈ আহিবনে?
Will he come tomorrow?

তোমাৰ পৰিক্ষা কেতিয়া আৰম্ভ হ’ব?
When will your examination start?

তেওঁ তেওঁৰ প্ৰতিজ্ঞা ৰাখিবনে?
Will he keep his promise?

আপুনি কালিলৈ কামটো শেষ কৰিবনে?
Will you finish this work by tomorrow?

আপোনাক এই দুখত কোনে সহায় কৰিব?
Who will help you in this trouble?

আপুনি কেতিয়া বিয়া কৰাব?
When will you marry?

ৰাস্তাটো কোনে পৰিষ্কাৰ কৰিব?
Who will clean this road?

আপুনি একাপ চাহ খাবনে?
Will you have a cup of tea?

আপুনি ঘৰত কেতিয়া খালী কৰিব?
When will you vacate this house?

ভাৰতবৰ্ষ এখন বিশাল দেশ।

India is a vast country.

5 thoughts on “অসমীয়াৰ পৰা ইংৰাজী লৈ অনুবাদ | Translation 2022 SEBA Exam”

Leave a Comment