Video Class

শিক্ষাৰ ক্ষেত্ৰত Video Class য়ে ছাত্ৰ ছাত্ৰীক অধিক আগ্ৰহী কৰি তুলিব পাৰে বাবে Assamese Medium ৱেবচাইটে আপোনালোকৰ বাবে Class 6 – Class 12 ৰ সকলো বিষয়ৰ Video Class প্ৰস্তুত কৰি Assamese Medium YouTube Channel ত আপলোড কৰিছে। আপুনি ইচ্ছা কৰিলে আমাৰ YouTube Channel ক Subscribe কৰি সকলো ভিডিও বিনামূলীয়াকৈ চাব পাৰিব।

আপুনি যদি ফেচবুক ব্যৱহাৰ কৰে তেন্তে YouTube ত নোযোৱাকে Assamese Medium Facebook Page ক Follow কৰি আমাৰ সকলো ভিডিও চাব পাৰিব।

YouTube বা Facebook কোনো ঠাইত নোযোৱাকে আপোনাৰ বাবে আমি Assamese Medium ৱেবচাইটত উপলব্ধ কৰিছো সকলো ভিডিও। তলৰ যিকোনো Video Class চাবলৈ ক্লিক কৰক।

Scroll to Top