যদি আপুনি এজন শিক্ষাৰ্থী বা শিক্ষক তেন্তে কেতিয়াবা নহয় কেতিয়াবা পঢ়িব ইচ্ছা হয় কিন্তু আপোনাৰ হাতত কিতাপ নেথাকে বাবে পঢ়িব নোৱাৰে। তেন্তে ভাবি চাওঁক যদি আপোনাৰ মোবাইলত PDF Text Book থাকে তেন্তে নিশ্চয় আপুনি পঢ়িব।
PDF Text Book Free Download for SEBA & AHSEC
এনেবোৰ অসুবিধা সমাধান কৰাৰ বাবেই Assamese Medium ৱেবচাইটৰ জৰিয়তে আপোনালোকৰ বাবে লৈ আহিছোঁ PDF Text Book যি আপুনি অতি সহজেই ডাউনলোড কৰিব পাৰিব। তেন্তে পলম নকৰি তলত দিয়া হৈছিল লিংকৰ পৰা আপোনাৰ প্ৰয়োজন অনুসৰি PDF Text Book ডাউনলোড কৰিব পাৰিব।
Class 10 eBook PDF Download
আপুনি যদি Class 10 Textbook PDF বিচাৰি আছে আৰু তাৰ বাবেই Assameee Medium ৱেবচাইটত আহিছে তেন্তে কোনো চিন্তাৰ কাৰণ নাই। কেৱল তলত দিয়া লিংকত ক্লিক কৰক আৰু আপুনি Class 10 Assamese Textbook PDF, Class 10 English Textbook PDF, Class 10 Science Textbook PDF, Class 10 Social Textbook PDF, Class 10 Maths Textbook PDF ডাউনলোড কৰিব পাৰিব।
Class 12 eBook PDF Download (Science)
আপুনি যদি Class 10 Textbook PDF বিচাৰি আছে আৰু তাৰ বাবেই Assameee Medium ৱেবচাইটত আহিছে তেন্তে কোনো চিন্তাৰ কাৰণ নাই। কেৱল তলত দিয়া লিংকত ক্লিক কৰক আৰু আপুনি Class 10 Assamese Textbook PDF, Class 10 English Textbook PDF, Class 10 Science Textbook PDF, Class 10 Social Textbook PDF, Class 10 Maths Textbook PDF ডাউনলোড কৰিব পাৰিব।
Class 12 Assamese Question Answer | Textbook PDF |
Class 12 English Question Answer | Textbook PDF |
Class 12 Mathematics Solution | Textbook PDF (PART-I) Textbook PDF (PART-II) |
Class 12 Physics Question Answer | Textbook PDF (PART-I) Textbook PDF (PART-II) |
Class 12 Chemistry Question Answer | Textbook PDF (PART-I) Textbook PDF (PART-II) |
Class 12 Biology Question Answer | Textbook PDF (PART-I) Textbook PDF (PART-II) |