English to Assamese Translation। Assamese to English Translation

আপুনি যদি এজন ছাত্ৰ বা শিক্ষক বা আন কোনো কাৰ্য্যত জঢ়িত যত বহু সময়ত অসমীয়া, ইংৰাজী, হিন্দী, বাংলা বা আন আন ভাষাত লিখিব লগা হয়, তেন্তে আজিৰ এই লিখনিয়ে আপোনাক বহুত সহায় কৰিব পাৰে। আজি আমি ইয়াত আলোচনা কৰিম English to Assamese translation, Assamese to English Translation, Hindi to Assamese Translation, Bangla to Assamese Translation বা আন আন ভাষাৰ পৰা আপুনি কিদৰে অতি সহজেই অসমীয়ালৈ অনুবাদ কৰিব পাৰিব ।

English to Assamese translation [Easiest Method]

ইংৰাজীৰ পৰা অসমীয়ালৈ অনুবাদ অৰ্থাৎ English to Assamese translation আমি মোবাইলত বিভিন্ন প্ৰকাৰৰ App ব্যৱহাৰ কৰি Assamese to English Translation বা English to Assamese translation কৰিব পাৰোঁ কিন্তু লেপটোপ বা কম্পিউটাৰ ক্ষেত্ৰত ই ইমান সহজ কাম নহয়। আপুনি অসমীয়া লিখিবলৈ হলে ৰামধেনু, ৰদলি বা আন আন ছফ্টৱেৰ কিনি ব্যৱহাৰ কৰিব লাগিব।

ওপৰত আলোচনা কৰা ৰামধেনু, ৰদালি আদিত যদিও আমি অসমীয়া লিখিব পাৰোঁ কিন্তু তাত কোনো অনুবাদ তথা Translation কৰাৰ সুবিধা নেথাকে। সেই কাৰণে আমি কিছু উপায় আলোচনা কৰি আছো যাৰ জৰিয়তে আপুনি অতি সহজেই English to Assamese translation বা Assamese to English Translation কৰিব পাৰিব।

তলত আমি Microsoft Translator ৰ সুবিধা আগবঢ়াইছে যাৰ জৰিয়তে আপুনি English to Assamese translation কৰিব পাৰিব।

আপুনি কিদৰে ইংৰাজীৰ পৰা অসমীয়ালৈ অনুবাদ কৰিব [ How Can I Translate English to Assamese]

আপুনি আমাৰ এই ৱেবচাইট ব্যৱহাৰ কৰি অনায়েশে যিকোনো ভাষাৰ পৰা ইংৰাজীলৈ অথবা অসমীয়ালৈ অনুবাদ কৰিব পাৰে। ইয়াৰ বাবে ওপৰত এক উল্লেখযোগ্য ৱেবচাইটৰ যোগান ধৰা হৈছে যাৰ সহায়ত আপুনি অতি সহজেই কোনো কষ্ট নকৰাকৈ English to Assamese translation কৰিব পাৰিব।

ইয়াৰ বাবে আপুনি Assamese Medium ৱেবচাইটত আহিব পাৰে বা আপুনি পোনপটীয়াকৈ Bing Translator বা Microsoft Translator ব্যৱহাৰ কৰিব পাৰে। প্ৰথমতে আপুনি Translate বা অনুবাদ কৰিব বিচৰা ইংৰাজী, বাংলা, হিন্দী বা যিকোনো ভাষা বাছনি কৰি লওক তাৰ পিছত স্বয়ংক্ৰীয়ভাৱে আপোনাৰ লিখনি অসমীয়ালৈ অনুবাদ হৈ যাব।

কিয় প্ৰয়োজন Assamese Translation

Assamese বা অসমীয়া ভাষা অসম ৰাজ্যৰ মুখ্য ভাষা বা উত্তৰ পূৰ্বাঞ্চলৰ বাবেও কিছু পৰিমাণে মুখ্য ভাষা বুলি কলে ভুল নহব। সেই গতিকে অসমত বসবাস কৰা প্ৰতিগৰাকী নাগৰিকে Assamese Language শিকা প্ৰযোজন। আপুনি যদি অসমবাসী তেন্তে অসমীয়া ভাষা নিশ্চয় কব জানে বা লিখিব জানে কিন্তু Assamese Typing ইমান সহজ কাম নহয়। আপুনি যদি ইংৰাজী লিখিব পাৰে তেন্তে অনায়েশে অসমীয়ালৈ অনুবাদ কৰিব পাৰিব। ইয়াৰ ওপৰিও যদি আপুনি হিন্দী বা আন আন ভাষা টাইপ কৰিব পাৰে তেন্তে আপুনি এই ৱেবচাইটৰ জৰিয়তে Hindi to Assamese Translation, Bangla to Assamese Translation বা Translation in Assamese কৰিব পাৰিব।

Online English to Assamese Translation

আপুনি চিন্তা কৰি আছে নেকি যে কেনেকৈ English to Assamese translation বা Assamese to English Translation কৰিম তেন্তে ইমানও চিন্তাৰ কাৰণ নাই। আমি ইয়াত আলোচনা কৰি আছো আপুনি Online English to Assamese Translation কিদৰে কৰিব। আপুনি কেৱল আপোনাৰ মোবাইল ফোন ব্যৱহাৰ কৰিয়েই English to Assamese translation বা আন আন ভাষাৰ পৰাও অনুবাদ কৰিব পাৰিব। বহু আগৰ পৰাই English to Assamese Google Translator ব্যৱহাৰ কৰি অনুবাদ কৰিব পৰা গৈছিল যদিও ই ইমান শুদ্ধ ৰূপত English to Assamese Translation কৰিব পৰা নাছিল।

বৰ্তমান সময়ত আপুনি Microsoft Translator ব্যৱহাৰ কৰি অতি সহজেই শুদ্ধ ভাৱে English to Assamese translation বা Assamese to English Translation কৰিব পাৰে। আপুনি বিচাৰিলে কিছু কিছু Android Translation Application ব্যৱহাৰ কৰিও যিকোনো ভাষাৰ পৰা অসমীয়ালৈ অনুবাদ কৰিব পাৰে।

Assamese Translation Android App

আপুনি যদি লেপটোপ ব্যৱহাৰ কৰে তেন্তে কোনো ধৰণৰ ছফ্টৱেৰ ব্যৱহাৰ নকৰাকৈ আপুনি কেৱল এটা ব্ৰাউজাৰ ব্যৱহাৰ কৰি যিকোনো সময়তে English to Assamese translation বা Assamese to English Translation কৰিব পাৰিব। কিন্তু যদি আপুনি SmartPhone ব্যৱহাৰ কৰি আছে তেন্তে আপুনি কিছু Application আছে যাৰ সহায়ত English to Assamese বা Assamese to English অনুবাদ কৰিব পাৰে। তেনে কিছু Best Android Application for Assamese Translation হল Microsoft Translator, CmaTutors, Google Translator ইত্যাদি।

Say ‘No’ to Translation

কিয় আমি এটা ভাষা লিখি আন এটা ভাষালৈ অনুবাদ কৰিম? আমি নিজকে প্ৰস্তুত কৰিব নোৱাৰি নেকি প্ৰতিটো ভাষা পঢ়িবলৈ, লিখিব বা টাইপ কৰিবলৈ? আপুনি যত্ন কৰিলে অতি সহজেই অসমীয়া, ইংৰাজী, হিন্দী, বাংলা, উৰ্দু বা আন আন ভাষাসমূহ অতি সহজেই আয়ত্ব কৰিব পাৰিব বা লিখিবলৈ সক্ষম হব। সেই কাৰণেই মই কৈছোঁ Say ‘No’ to Translation যাতে আমি লিখিবলৈ সক্ষম হওঁ। ইয়াৰ বাবে আপুনি English to Assamese Dictionary আৰু Assamese to English Dictionary ব্যৱহাৰ কৰি আপোনাৰ শব্দকোষ চহকী কৰিব পাৰে। আপুনি যিমান শব্দ অৰ্থ জানিব সিমান ভাষা শুদ্ধকৈ কব বা লিখিব পাৰিব।

English to Assamese Voice Translation

বৰ্তমান সময়ত আপুনি যিকোনো কাম আপোনাৰ মোবাইলৰ সহায়ত কৰিব পাৰিব। আপুনি ইচ্ছা কৰিলে English to Assamese Translation আপোনাৰ Smartphone ৰ সহায়ত অতি অনায়েশে কৰিব পাৰিব। আমি আগতে উল্লেখ কৰিছো যে কিদৰে আপুনি টাইপ কৰি English to Assamese বা Assamese to English Translation কৰিব পাৰে কিন্তু এতিয়া আলোচনা কৰি আছো আপুনি কিদৰে Voice Search ৰ সহায়ত English to Assamese Translation বা Assamese to English Translation কৰিব পাৰিব।

এই সুবিধা আপুনি Google Translator ব্যৱহাৰ কৰিও আপোনাৰ মোবাইলৰ জৰিয়তে কৰিব পাৰে। এই Android Application আপুনি Google Play Store ৰ পৰা ইনষ্টল কৰিব পাৰিব। Google Translator Download & Install কৰাৰ পিছত আপুনি তাত থকা Voice Translator বিকল্প বাছনি কৰি এই কাৰ্য কৰিব পাৰে।

Assamese as a compulsory subject in all Assamese Medium School

আমি জানো প্ৰতিখন ৰাজ্যৰ বাবে সুকীয়া সুকীয়া মাতৃভাষা থাকে আৰু সেই গতিকে Assam ৰ বাবে Assamese Language হল মাতৃভাষা। অসমীয়া মাধ্যম (Assamese Medium) ৰ বিদ্যাল়সমূহত Assamese (MIL) এক বাধ্যতামূলক বিষয়। আপুনি যদি Assamese Medium ৰ ছাত্ৰ তেন্তে আপুনি নিজে নিজে অনুভৱ কৰিব পাৰিব যে আন আন মাধ্যমৰ ছাত্ৰ ছাত্ৰীৰ তুলনাত অসমীয়া মাধ্যমৰ ছাত্ৰ ছাত্ৰীৰ কিমান অসুবিধা ইণ্টাৰনেটৰ পৰা কিবা বিচাৰি উলিওৱা। কিন্তু যদি আপুনি English to Assamese Translation কৰিব পাৰে তেন্তে NCERT Solution ৰ পৰা যিকোনো সময়তে অসমীয়ালৈ অনুবাদ কৰি পঢ়িব পাৰিব। সেই কাৰণেই আমি ইয়াত প্ৰয়াস কৰি আছো কিদৰে English to Assamese Translation বা Assamese to English Translation কৰিব পাৰিব।

Disclaimer for English to Assamese Translation

আমি ইয়াৰ কোনো নতুন ৱেবচাইট বা ছফ্টৱেৰ ব্যৱহাৰ কৰা নাই English to Assamese Translation বা Assamese to English Translation কৰিবলৈ। ইয়াত মাথো আমি Bing Translator ৰ সহায় লৈ কিদৰে বিভিন্ন ভাষাৰ পৰা অসমীয়ালৈ অনুবাদ কৰিব পাৰি তাৰ বিষয়েহে আলোচনা কৰিছোঁ। আমি ইয়াৰ বাবে Microsoft TranslatorOffice Website বা Web Application আমাৰ ৱেবছাইটত ব্যৱহাৰ কৰিছো। যদি আপোনালোকৰ কিবা আপত্তি থাকে তেন্তে আমাৰ Contact Us পৃষ্ঠাৰ জৰিয়তে জনাব, আমি নূন্যতম 24 ঘণ্টাৰ ভিতৰত আপোনাৰ সমাধান দিবলৈ প্ৰয়াস কৰিম।