Class 12 Political Science Assamese Medium

Class 12 Arts ৰ এক বিশেষ গুৰুত্বপূৰ্ণ বিষয় হল Political Science তথা ৰাজনৈতিক বিজ্ঞান। আজি আমি Class 12 Political Science Assamese Medium তথা অসমীয়া মাধ্যমৰ দ্বাদশ শ্ৰেণীৰ ৰাজনৈতিক বিজ্ঞানৰ সূচীপত্ৰ (Full Syllabus Class 12 P.Sc Assamese Medium) ৰ বিষয়ে আলোচনা কৰিবৰ প্ৰয়াস কৰিছো।

Assamese Medium ৱেবচাইটত আমি Class 6 – Class 12 লৈকে বিজ্ঞান, কলা আৰু বাণিজ্য শাখাৰ বাবে প্ৰতিটো বিষয়ৰ পাঠ্যভিত্তিক প্ৰশ্ন উত্তৰৰ ওপৰিও কিছু কিছু অতিৰিক্ত প্ৰশ্ন উত্তৰ আমি ইয়াত আলোচনা কৰিম।

আপোনালোকৰ সুবিধাৰ্থে আমি Assamese Medium Class 12 Political Science ৰ সূচীপত্ৰ উল্লেখ কৰিছো। আপুনি আপোনাৰ প্ৰয়োজন অনুসৰি তলত দিয়া লিংকসমূহৰ পৰা Class 12 Political Science Assamese Medium Question Answer জানিব পাৰিব। আপুনি ইচ্ছা কৰিলে Class 12 Political Science Assamese Medium Question Answer PDF ডাউনলোড কৰিব পাৰিব।

আমি আলোচনা কৰা Class 12 Political Science Assamese Medium ৰ বিষয়ে যদি আপোনাৰ কিবা সুধিব লগা থাকে তেন্তে Comment Section ত জনোৱাৰ ওপৰিও Assamese Medium Facebook PageFollow কৰি আমাৰ সৈতে পোনপতীয়াকৈ যোগাযোগ কৰিব পাৰিব। আমি আপোনাৰ যিকোনো সমস্যাৰ সমাধান যথা সময়ত দিবলৈ প্ৰয়াস কৰিম।

Class 12 Political Science Assamese Medium

Class 12 Political Science Assamese Medium Full Syllabus 2022

Class 12 Political Science Chapter 1 Assamese Medium: শীতল যুদ্ধৰ যুগ
Class 12 Political Science Chapter 2 Assamese Medium: দ্বি ৰাষ্ট্ৰবাদৰ অৱসান
Class 12 Political Science Chapter 3 Assamese Medium: আন্তঃৰাষ্ট্ৰীয় ৰাজনীতিত যুক্তৰাষ্ট্রৰ আধিপত্য
Class 12 Political Science Chapter 4 Assamese Medium: ক্ষমতাৰ বিকল্প কেন্দ্রস্থলসমূহ
Class 12 Political Science Chapter 5 Assamese Medium: সাম্প্রতিক দক্ষিণ এছিয়া
Class 12 Political Science Chapter 6 Assamese Medium: আন্তর্জাতিক সংগঠন
Class 12 Political Science Chapter 7 Assamese Medium: সাম্প্রতিক বিশ্বত নিৰাপত্তা
Class 12 Political Science Chapter 8 Assamese Medium: পাৰিপাৰ্শ্বিকতা আৰু প্রাকৃতিক সম্পদ
Class 12 Political Science Chapter 9 Assamese Medium: বিশ্বায়ন
Class 12 Political Science Chapter 10 Assamese Medium: জাতি গঠনৰ প্ৰত্যাহ্বান
Class 12 Political Science Chapter 11 Assamese Medium: এক দলীয় প্রাধান্যৰ যুগ
Class 12 Political Science Chapter 12 Assamese Medium: পৰিকল্পিত বিকাশৰ ৰাজনীতি
Class 12 Political Science Chapter 13 Assamese Medium: ভাৰতৰ বৈদেশিক সম্বন্ধ
Class 12 Political Science Chapter 14 Assamese Medium: কংগ্রেছ ব্যৱস্থাৰ প্রতি অহা প্ৰত্যাহ্বান আৰু ইয়াৰ পুনঃপ্রতিষ্ঠা
Class 12 Political Science Chapter 15 Assamese Medium: গণতন্ত্রৰ সংকট
Class 12 Political Science Chapter 16 Assamese Medium: গণ আন্দোলনৰ অভ্যুত্থান
Class 12 Political Science Chapter 17 Assamese Medium: আঞ্চলিক আকাংক্ষাবোৰ
Class 12 Political Science Chapter 18 Assamese Medium: ভাৰতীয় ৰাজনীতিত সাম্প্রতিক বিকাশ