[HS Final Exam 2024] Class 12 History Assamese Medium | দ্বাদশ শ্ৰেণীৰ ইতিহাস

Class 12 History Assamese Medium তথা অসমীয়া মাধ্যমৰ দ্বাদশ শ্ৰেণীৰ ইতিহাস বা বুৰঞ্জীৰ বিষয়ে আজি আমি আলোচনা কৰিবলৈ গৈ আছোঁ। আমি Assamese Medium ৰ এই পৃষ্ঠাত Class 12 History Assamese Medium ৰ কোনো প্ৰশ্ন উত্তৰ আলোচনা নকৰোঁ।

ইয়াত আমি Class 12 History Full Syllabus অৰ্থাৎ দ্বাদশ শ্ৰেণীৰ ইতিহাস বা বুৰঞ্জীৰ সম্পূৰ্ণ সূচীপত্ৰত কি কি আছে তাৰ বিষয়ে আলোচনা কৰিম।

Class 12 History Question Answer PDFRs. 149Buy Now

আজিৰ আলোচনাত Class 12 History দ্বাদশ শ্ৰেণীৰ ইতিহাস বা বুৰঞ্জীত থকা অধ্যায়সমূহৰ এটা তালিকা প্ৰকাশ কৰিছো।

Class 12 History Assamese Medium

Class 12 History ত মুঠ 16 টা অধ্যায় আছে, আমি ইয়াত এই 16 টা অধ্যায়ৰ পাঠ্যপুথিত থকা সকলো প্ৰশ্ন উত্তৰ যোগান ধৰাৰ ওপৰিও আগন্তুক পৰীক্ষাৰ বাবে কিছু অতিৰিক্ত প্ৰশ্ন উত্তৰ যোগান ধৰাৰ প্ৰয়াস কৰিছো।

Class 12 History Assamese Medium Question Answer 2025 HS Final

ইটা মণি আৰু হাড়বােৰ PDF Note
ৰজা কৃষক আৰু নগৰসমূহ PDF Note
স্বজন বৰ্ণ আৰু শ্রেণী PDF Note
দার্শনিক প্রত্যয় আৰু স্থাপত্য PDF Note
যুগে যুগে অসম PDF Note
পর্যটকৰ দৃষ্টিভংগীৰে PDF Note
ভক্তি আৰু চুফী পৰম্পৰা, ধার্মিক বিশ্বাসৰ পৰিৱৰ্তন আৰু ধর্মীয় গ্রন্থ PDF Note
এখন সাম্রাজ্যৰ ৰাজধানী বিজয়নগৰ PDF Note
কৃষক, জমিদাৰ আৰু ৰাজ্য PDF Note
সম্রাট আৰু ইতিহাস PDF Note
উপনিবেশবাদ আৰু গ্রাম্য সমাজ PDF Note
বিদ্রোহীসকল আৰু ৰাজ PDF Note
ঔপনিবেশিক কালৰ ভাৰতীয় নগৰ PDF Note
মহাত্মা গান্ধী আৰু জাতীয় আন্দোলন: সমসাময়িক দৃষ্টিৰে PDF Note
ভাৰত বিভাজন আৰু ৰাজনীতি PDF Note
ভাৰতীয় সংবিধান সংকলন PDF Note

শেষ বাক্য

আজি আমি ইয়াত আপোনালোকৰ সৈতে Class 12 History ৰ সৰ্বমুঠ 16 টা অধ্যায়ৰ প্ৰশ্ন উত্তৰ যোগান ধৰাৰ প্ৰয়াস কৰিছো। আপুনি যদি আন কিবা প্ৰশ্ন উত্তৰ বিচাৰি আছে তেন্তে Comment Section ত জনাব নেপাহৰিব।

ইয়াত ওপৰিও আপুনি বিচাৰিলে Assamese Medium Facebook PageFollow কৰি আমাৰ সৈতে পোনপতীয়াকৈ যোগাযোগ কৰিব পাৰে। আমি আপোনালোকৰ বাবে Video Class কিছু দিবলৈ প্ৰয়াস কৰিছো। আপুনি ‘Assamese Medium YouTube Channel‘ ত ভিদিওসমূহ চাব পাৰিব। যদি আমাৰ প্ৰচেষ্টাই আপোনাক কিঞ্চিৎ পৰিমাণে সহায় কৰিছে তেন্তে এই লিখনিসমূহ আনৰ সৈতে Share কৰিবলৈ নেপাহৰিব।