Class 12 History Assamese Medium | দ্বাদশ শ্ৰেণীৰ ইতিহাস

Class 12 History Assamese Medium তথা অসমীয়া মাধ্যমৰ দ্বাদশ শ্ৰেণীৰ ইতিহাস বা বুৰঞ্জীৰ বিষয়ে আজি আমি আলোচনা কৰিবলৈ গৈ আছোঁ। আমি Assamese Medium ৰ এই পৃষ্ঠাত Class 12 History Assamese Medium ৰ কোনো প্ৰশ্ন উত্তৰ আলোচনা নকৰোঁ। ইয়াত আমি Class 12 History Full Syllabus অৰ্থাৎ দ্বাদশ শ্ৰেণীৰ ইতিহাস বা বুৰঞ্জীৰ সম্পূৰ্ণ সূচীপত্ৰত কি কি আছে তাৰ বিষয়ে আলোচনা কৰিম।

আজিৰ আলোচনাত Class 12 History দ্বাদশ শ্ৰেণীৰ ইতিহাস বা বুৰঞ্জীত থকা অধ্যায়সমূহৰ এটা তালিকা প্ৰকাশ কৰিছো। Class 12 History ত মুঠ 16 টা অধ্যায় আছে, আমি ইয়াত এই 16 টা অধ্যায়ৰ পাঠ্যপুথিত থকা সকলো প্ৰশ্ন উত্তৰ যোগান ধৰাৰ ওপৰিও আগন্তুক পৰীক্ষাৰ বাবে কিছু অতিৰিক্ত প্ৰশ্ন উত্তৰ যোগান ধৰাৰ প্ৰয়াস কৰিছো।

Class 12 History Assamese Medium

Class 12 History Question Answer: Full Syllabus 2022

Class 12 History Chapter 1 Assamese Medium: ইটা মণি আৰু হাড়বােৰ
Class 12 History Chapter 2 Assamese Medium: ৰজা কৃষক আৰু নগৰসমূহ
Class 12 History Chapter 3 Assamese Medium: স্বজন বৰ্ণ আৰু শ্রেণী
Class 12 History Chapter 4 Assamese Medium: দার্শনিক প্রত্যয় আৰু স্থাপত্য
Class 12 History Chapter 5 Assamese Medium: যুগে যুগে অসম
Class 12 History Chapter 6 Assamese Medium: পর্যটকৰ দৃষ্টিভংগীৰে
Class 12 History Chapter 7 Assamese Medium: ভক্তি আৰু চুফী পৰম্পৰা, ধার্মিক বিশ্বাসৰ পৰিৱৰ্তন আৰু ধর্মীয় গ্রন্থ
Class 12 History Chapter 8 Assamese Medium: এখন সাম্রাজ্যৰ ৰাজধানী বিজয়নগৰ
Class 12 History Chapter 9 Assamese Medium: কৃষক, জমিদাৰ আৰু ৰাজ্য
Class 12 History Chapter 10 Assamese Medium: সম্রাট আৰু ইতিহাস
Class 12 History Chapter 11 Assamese Medium: উপনিবেশবাদ আৰু গ্রাম্য সমাজ
Class 12 History Chapter 12 Assamese Medium: বিদ্রোহীসকল আৰু ৰাজ
Class 12 History Chapter 13 Assamese Medium: ঔপনিবেশিক কালৰ ভাৰতীয় নগৰ
Class 12 History Chapter 14 Assamese Medium: মহাত্মা গান্ধী আৰু জাতীয় আন্দোলন: সমসাময়িক দৃষ্টিৰে
Class 12 History Chapter 15 Assamese Medium: ভাৰত বিভাজন আৰু ৰাজনীতি
Class 12 History Chapter 16 Assamese Medium: ভাৰতীয় সংবিধান সংকলন


শেষ বাক্য: Class 12 History Assamese Medium

আজি আমি ইয়াত আপোনালোকৰ সৈতে Class 12 History ৰ সৰ্বমুঠ 16 টা অধ্যায়ৰ প্ৰশ্ন উত্তৰ যোগান ধৰাৰ প্ৰয়াস কৰিছো। আপুনি যদি আন কিবা প্ৰশ্ন উত্তৰ বিচাৰি আছে তেন্তে Comment Section ত জনাব নেপাহৰিব।

ইয়াত ওপৰিও আপুনি বিচাৰিলে Assamese Medium Facebook PageFollow কৰি আমাৰ সৈতে পোনপতীয়াকৈ যোগাযোগ কৰিব পাৰে। আমি আপোনালোকৰ বাবে Video Class কিছু দিবলৈ প্ৰয়াস কৰিছো। আপুনি ‘Assamese Medium YouTube Channel‘ ত ভিদিওসমূহ চাব পাৰিব। যদি আমাৰ প্ৰচেষ্টাই আপোনাক কিঞ্চিৎ পৰিমাণে সহায় কৰিছে তেন্তে এই লিখনিসমূহ আনৰ সৈতে Share কৰিবলৈ নেপাহৰিব।