Assamese MediumAbout Us লৈ স্বাগতম

আপুনি যদি Assamese Medium ৰ বিষয়ে কিবা জানিবলৈ About Us পৃষ্ঠাত আহিছে তেন্তে অলপ ধৰ্য সহকাৰে পঢ়ক, আপুনি আমাৰ ইচ্ছা, উদ্দেশ্য সকলো জানিব পাৰিব।

যেতিয়াৰ পৰা ভাৰতত Jio কোম্পানীয়ে ইণ্টাৰনেট দিছে তেতিয়াই ভাৰতবৰ্ষৰ লগতে অসমত অনলাইন শিক্ষাৰ এক জোৱাৰ উঠিছে। ইয়াৰ মাজতে আকৌ যেতিয়া লকডাউন দিছিল আৰু সকলো শিক্ষা অনুষ্ঠানৰ পৰা অনলাইন ক্লাছ লবলৈ আৰম্ভ কৰিলে তেতিয়াই অনুভৱ হল এই Assamese Medium নামৰ অসমীয়া শিক্ষামূলক ৱেবচাইটৰ।

যিহেতু ইণ্টাৰনেট সাধাৰণ মানুহৰ ওচৰলৈ গৈছে, ই বহুতো লাভালাভ আনিছে। বহুতো কঠিন কাম এতিয়া ইণ্টাৰনেটৰ জৰিয়তে অতি সহজে কৰিব পাৰি, যেনে আপুনি ভিডিঅ’ কলৰ জৰিয়তে বা মাত্ৰ এক মুহূৰ্তত কথা পাতি আপোনাৰ পৰা হাজাৰ কিলোমিটাৰ দূৰত বহি থকা ব্যক্তি এজনৰ সৈতে যোগাযোগ কৰিব পাৰে। সমাজ আৰু ব্যৱসায়ৰ প্ৰতিটো খণ্ডই ইণ্টাৰনেটৰ পৰা লাভান্বিত হৈছে।

এই সকলোবোৰ সা সুবিধা চাই অৱশেষত আমি Assamese Medium নামৰ এই শিক্ষা মূলক ৱেবচাইট আৰম্ভ কৰিছো।

About Us- Assamese Medium

লকডাউনৰ পিছৰ পৰাই ইণ্টাৰনেট এজন ভাল শিক্ষক হিচাপে আত্মপ্ৰকাশ কৰিছে। ইয়াত আপুনি সহজ ভাষাত বহুত শিকিব পাৰে। আপোনাৰ মনলৈ যি আহে, প্ৰায় প্ৰতিটো প্ৰশ্নৰ উত্তৰ ইতিমধ্যে আমি Assamese Medium নামৰ এই ৱেবছাটটোত দিবলৈ প্ৰয়াস কৰিছো।

বেছিভাগ লোক আৰু শিক্ষাৰ্থীয়ে ইণ্টাৰনেটত সাম্প্ৰতিক বিষয়, সাধাৰণ জ্ঞান আৰু অন্যান্য বিষয়ৰ সৈতে সম্পৰ্কিত প্ৰশ্ন অনুসন্ধান কৰে।

কিন্তু ইণ্টাৰনেটত বহুতো ৱেবছাইট আছে যিয়ে কেৱল ব্যৱহাৰকাৰীসকলক আনিবলৈ আৰু এটা পাক খোৱা বা ভুল উত্তৰ দিবলৈ যিকোনো বিষয় বা প্ৰশ্ন পোষ্ট কৰে। এই সমস্যাবোৰ সমাধান কৰাৰ বাবেই এই Assamese Medium নামৰ অসমীয়া শিক্ষামূলক ৱেবচাইটৰ জন্ম।

ইয়াত আপুনি ষষ্ট মান শ্ৰেণীৰ পৰা দ্বাদশ শ্ৰেণীলৈকে সকলো বিষয়ৰ সম্পূৰ্ণ সমাধান পোৱাৰ উপৰিও বৰ্তমান সাধাৰণ জ্ঞান, দৈনন্দিন প্ৰশ্ন লগতে অধ্যয়ন সম্পৰ্কীয় কিছুমান প্ৰয়োজনীয় বস্তু (Study Material) বিনামূল্যত পাব।

Assamese Medium কি?

আপুনি আগতে উল্লেখ কৰিছো যে Assamese Medium এক অসমৰ জনপ্ৰিয় শিক্ষামূলক ৱেবচাইট য’ত আপুনি সকলো ধৰণৰ তথ্য, সাধাৰণ জ্ঞান, প্ৰশ্নৰ উত্তৰ, সমাৰ্থক শব্দ, বিপৰীত শব্দ আৰু অন্যান্য তথ্য প্ৰাপ্ত কৰিব পাৰিব। Assamese Medium ৰ সহায়ত আপুনি আপোনাৰ যিকোনো পৰীক্ষাৰ বাবে প্ৰস্তুতি লব পাৰিব।

আমি প্ৰতিদিনে আমাৰ তথ্যসমূহ আপডেট কৰিবলৈ আৰু আপোনালৈ নতুন তথ্য অনাৰ বাবে প্ৰস্তুত হৈ আছো। আপুনি Contact Us পৃষ্ঠাৰ জৰিয়তে বা আমাৰ ইমেইল assamesemedium300@gmail.com ৰ জৰিয়তে মেইল কৰি আমাৰ সৈতে যোগাযোগ কৰিব পাৰে। লগতে, যদি আপোনাৰ মনত কোনো প্ৰশ্ন থাকে, আপুনি আমাক সুধিব পাৰে। আমি আপোনাক সঠিক উত্তৰ দিবলৈ চেষ্টা কৰিম।

Assamese Medium ত আমি কোন কোন?

Assamese Medium ৰ পিছফালে আমাৰ ইউপিএছচি প্ৰাৰ্থী, ব্লগাৰ, শিক্ষক বন্ধু, কিছুমান চিকিৎসক বন্ধু আৰু তথ্য যোগান ধৰাৰ এক বিশেষ দল আছে।

বিশেষকৈ কবলৈ গলে, অসমৰ নামনিৰ পৰা উজনিলৈ সৰ্বোত্তম ব্যক্তিগত শিক্ষা অনুষ্ঠানৰ শিক্ষক সকল এই Assamese Medium নামৰ ৱেবচাইটত জঢ়িত আছে। তেখেত সকলৰ চেষ্টাৰ বলতে আজিলৈকে আমি Class 6 ৰ পৰা Class 12 লৈকে সকলো বিষয়ৰ PDF Notes দিবলৈ সক্ষম হৈছোঁ।

Assamese Medium নামৰ এই শিক্ষামূলক ৱেবচাইটটো স্বফিউল্লা খান (Shofiullah Khan) য়ে আৰম্ভ কৰিছিল। খান এজন ব্লগাৰ যি গ্ৰাফিক্স ডিজাইন, ডিজিটেল মাৰ্কেটিং আৰু লগতে ইণ্টাৰনেটৰ সৈতে জঢ়িত বহুত কাম কৰাৰ লগতে অসমৰ এখন আগশাৰী ব্যক্তিগত বিদ্যালয়ৰ বিজ্ঞান শিক্ষক হিচাপে কৰ্মৰত।

পৰৱৰ্তী সময়ত এই Assamese Medium নামৰ ৱেবছাইটত যোগদান কৰে ৰুবুল আমিন (Rubul Ameen)। তেওঁ আন এখন ব্যক্তিগত বিদ্যাল়য় (আজমল কলেজ) ৰ গণিত বিষয় শিক্ষক হিচাপে কৰ্মৰত যদিওঁ ইন্টাৰনেটৰ এই জগতত বহুত পাৰ্গত।

আমাৰ (Assamese Medium) উদ্দেশ্য

আমাৰ লক্ষ্য হৈছে মানুহক শুদ্ধ আৰু সঠিক তথ্য প্ৰদান কৰা। আমি আমাৰ ব্যৱহাৰকাৰীসকলৰ পৰা প্ৰাপ্ত প্ৰশ্নবোৰ মূল্যায়ন কৰোঁ আৰু এই প্লেটফৰ্মত তেওঁলোকৰ শুদ্ধ উত্তৰবোৰ পোষ্ট কৰোঁ। লগতে, আমি সাধাৰণ ৰাইজে জানিব লগা প্ৰশ্ন আৰু বিষয়বোৰৰ বিষয়ে পোষ্ট কৰোঁ। বৰ্তমান সময়ত অসমৰ আটাইতকৈ বিশ্বাসী আৰু জনপ্ৰিয় অসমীয়া মাধ্যমৰ শিক্ষামূলক ৱেবছাইট হিচাপে প্ৰতিষ্ঠা লাভ কৰিবলৈ সক্ষম হৈছে। আমি জ্ঞানৰ এক পুঁজি সৃষ্টি কৰিব বিচাৰো য’ত আপুনি সকলো ধৰণৰ তথ্য সঠিক ৰূপত লাভ কৰিব পাৰে আৰু তাৰ বাবেই আমি যিকোনো বিষয়ৰ আলোচনা কৰা তথ্য সমুহক কেৱল বিশেষজ্ঞৰ মতামত আৰু শুদ্ধ তথ্যৰ ওপৰত আধাৰিত কৰি লিখিবলৈ যত্ন কৰিছো।

আমি প্ৰতিটো লিখনি আপডেট কৰি ৰাখিবলৈ চেষ্টা কৰোঁ, কিন্তু তথাপিও যদি আমাৰ দ্বাৰা কৰা যিকোনো পোষ্টত ত্ৰুটি হয় বা কোনো তথ্য আপডেট কৰা হোৱা নাই, তেনেহ’লে আপুনি আমাক ইমেইল [Contact Us] কৰিব পাৰে আৰু ইয়াৰ বিষয়ে আমাক ক’ব পাৰে, আমি লগে লগে ইয়াৰ ওপৰত কাম কৰিম। ধন্যবাদ।

Intellectual Property Disclaimer

এই ৱেবছাইটত বৰ্তমানলৈ আপলোড হোৱা সকলো অধ্যায়ৰ প্ৰশ্ন উত্তৰ, পি ডি এফ নোট কেৱল মাত্ৰ আমি হে মালিক। ইয়াৰ পুন:বিক্ৰী বা অন্য ৱেবছাইটত আপলোড কৰা দন্ধনীয় অপৰাধ।

Team, Assamese Medium

ADVERTISEMENT