WhatsApp
Get FREE PDF Note
আপুনি যদি Assamese Medium ত বিশেষ্যৰ পৰা বিশেষণ পঢ়িব আহিছে তেন্তে এই লিখনি আপোনাৰ বাবেই। আজি আমি ইয়াত কিছু বিশেষ্যৰ পৰা বিশেষণ লৈ আহিছো লিংকত ক্লিক কৰি পঢ়িব পাৰে।
- Also Read:
- বাক্য পৰিৱৰ্তন (সৰল, যৌগিক, জটিল)
- ণত্ব আৰু ষত্ব বিধি
কিছু বিশেষ্যৰ পৰা বিশেষণ
নৱম, দশম, একাদশ আৰু দ্বাদশ শ্ৰেণীৰ বাবে অতিকৈ গুৰুত্বপূৰ্ণ Assmaese Grammar ৰ এটা বিষয় হল বিশেষ্যৰ পৰা বিশেষণলৈ পৰিৱৰ্তন কৰা। আজি এই লিখনিৰ জৰিয়তে আপোনালোকৰ বাবে লৈ আহিছোঁ কিছু বিশেষ্যৰ পৰা বিশেষণলৈ পৰিৱৰ্তন।
বিশেষ্য – বিশেষণ
- অনুবাদ – অনু
- অণু – আণৱিক
- অৰুণ – অৰুণিমা
- অধুনা – আধুনিক
- অন্তৰ – আন্তৰিক
- অগ্নি – আগ্নেয়
- অপকাৰ – অপকৃত
- আদৰ – আদৃত
- অৰণ্য – আৰণ্য
- আঘাত – আহত
- অন্ত – অন্তিম
- অৰুণ – অৰুণিমা
- অনুষ্ঠান – অনুষ্ঠিত
- অগ্ৰ – অগ্ৰমি
- আদি – আদ্য
- অনুৰাগ – অনুৰক্ত
- অধ্যয়ন – অধীত
- অনুভৱ – অনুভূত
- আয়ু – আয়ুষ্মান
- অংশ – আংশিক
- আহ্বান – আহূত
- ইচ্ছা -ঐচ্ছিক
- ইতিহাস – ঐতিহাসিক
- উচ্ছ্বাস – উচ্ছ্বাসিত
- উল্লাস- উল্লাসিত
- উন্মাদনা – উন্মত্ত
- উত্তাপ – উত্তপ্ত
- উপকাৰ – উপকৃত
- কুল – কৌলিক
- কন্ঠ – কন্ঠ্য
- কপাহ – কপাহী
- কৰ্ম – কৰ্মী
- কথা – কথকী
- কন্টক – কন্টকিত
- কৃষি – কৃষিজাত
- কাঁইত – কাঁইটীয়া
- কায় – কায়িক
- খনি – খনিজ
- খণ্ড – খণ্ডিত
- গাঁও – গাঁৱলীয়া
- গান – গেয়
- গ্ৰহণ – গৃহীত
- গো – গব্য
- গ্ৰাম – গ্ৰাম্য
- ঘৃণা – ঘৃণ্য
- ঘৰ – ঘৰচীয়া
- ঘন- ঘনিমা
- চকু – চাক্ষুষ
- চালাকি – চালাক
- চন্দ্ৰ – চান্দ্ৰ
- চোৰ – চোৰাং
- ছেদ – ছিন্ন
- জন্ম – জাত
- জাতি – জাতীয়
- জয় – জয়ী
- জ্ঞান – জ্ঞাত
- জল – জলীয়
- জন্তু – জান্তৱ
- তমঃ – তামসিক
- তাপ – তপ্ত
- তেজ – তেজী
- তনু – তনিমা
- ত্ৰাস – ত্ৰস্ত
- তালু – তালব্য
- দিন – দৈনিক
- দৰ্শন – দৃষ্ট
- দাঁত – দন্ত্য
- দেৱ – দৈৱ
- দহন – দাহ্য
- দান – দত্ত
- দেহ – দৈহিক
- দণ্ড – দণ্ডনীয়
- ধন – ধনী
- ধৰ্ম – ধাৰ্মিক
- পুৰস্কাৰ – পুৰস্কৃত
- পৰ – পৰকীয়া
- প্ৰশ্ন – পৃষ্ট
- পুষ্প – পুষ্পিত
- পূৰ্ব – প্ৰাচ্য
- পচম – পচমী
- প্ৰমাণ – প্ৰামাণ্য
- পৰিধান – পৰিহিত
- পশ্চিম – পাশ্চাত্য
- পুৰ – পৌৰ
- পিশাচ – পৈশাচিক
- পংক – পংকিল
- পশু – পাশৱিক
- পৃথিৱী – পাৰ্থিৱ
- প্ৰত্যয় – প্ৰতীত
- প্ৰসাদ – প্ৰসন্ন
- পতন – পতিত
- ফেন – ফেনিল
- ফন্দি – ফন্দিয়ক
- ফল – ফলিত
- বাষ্প – বাষ্পীয়
- বিধি – বৈধ
- বচন – বচনীয়
- বিষাদ – বিষণ্ণ
- বেদ – বৈদিক
- বন – বন্য
- বধ – বধ্য়
- ব্যৱহাৰ – ব্যৱহাৰিক
- বস্তু – বাস্তৱ
- বৰ – বৰণীয়
- বিষাদ – বিষণ্ণ
- বিমান – বৈমানিক
- বিধান – বৈমানিক
- নৰক – নাৰকীয়
- নিশা – নৈশ
- নগৰ – নগৰীয়া
- নাম – নামী
- ভূগোল – ভৌগোলিক
- ভাত – ভতুৱা
- ভোজন – ভুক্ত
- ভয় – ভীত
- ভূত – ভৌতিক
- ভূমি – ভৌম
- ভেদ – ভিন্ন
- মাটি – মটীয়া
- মন – মানসিক
- মধু – মধুৰ
- মায়া – মায়াবী
- মৰম – মৰমী
- মুখ – মুখ্য
- মংগল – মাংগলিক
- মনীষা – মনীষী
- যোগ – যৌগিক
- লোম – লোমশ
- লয় – লীন
- লাজ – লাজ
- লজ্জা – লজ্জিত
- লোক – লৌকিক
- লাভ – লভীয়া
- শান্তি – শান্ত
- শৰং – শাৰদ
- শংকা – শংকিত
- শ্ৰদ্ধা – শ্ৰদ্ধেয়
- শাস্ত্ৰ – শাস্ত্ৰীয়
- শ্ৰম – শ্ৰান্ত
- শৰীৰ – শাৰীৰিক
- সাহিত্য – সাহিত্যিক
- সূৰ্য – সৌৰ
- সময় – সাময়িক
- স্নায়ু – স্নায়ৱিক
- সন্ধ্যা – সান্ধ্য
- সংযম – সংযত
- সাহ – সাহসী
- স্ত্ৰী – স্ত্ৰৈণ
- হৰণ – হৃত
- হৃদয় – হাৰ্দ্য