Class 12 Mathematics Assamese Medium

HS 2nd Year ৰ গণিত তথা Class 12 Mathematics যদি আপুনি কোনো খৰচ নোহোৱাকে পঢ়ি পৰীক্ষাত ভাল নম্বৰ পাব খোজে তেন্তে এই লিখনি আপোনাৰ বাবে।

হয়, আপোনালোকক আকৌ এবাৰ স্বাগতম জনাইছো Assamese Medium লৈ। ইয়াত আমি বৰ্তমানলৈকে Class 6 ৰ পৰা Class 12 লৈকে সম্পূৰ্ণ পাঠ্যক্ৰমৰ সমাধান কৰিবলৈ প্ৰয়াস কৰা হৈছে। HS 1st Year আৰু HS 2nd YearScience, Arts আৰু Commerce ৰ সম্পূৰ্ণ সমাধান দিয়াৰ ওপৰিও অসমীয়া মাধ্যমৰ Class 6 ৰ পৰা Class 10 লৈকে সমাধান দিয়া হৈছে।

আজি আমি Class 12 Mathematics Assamese Medium তথা অসমীয়া মাধ্যমৰ দ্বাদশ শ্ৰেণীৰ গণিতৰ সম্পূৰ্ণ সমাধান এই ৱেবচাইটত আলোচনা কৰিবলৈ প্ৰয়াস কৰিছো। আপুনি যদি Assamese Medium Class 12 ৰ শিক্ষাৰ্থী তেন্তে এই লিখনিয়ে আপোনাক বহুত প্ৰকাৰে সহায় কৰিব।

Class 12 Mathematics Assamese Medium

Class 12 Mathematics Assamese Medium ত সৰ্বমুঠ ১৩ টা অধ্যায় সন্নিৱিষ্ট কৰা আছে। ইয়াত Class 12 Mathematics Assamese Medium ৰ সৰ্বমুঠ টা অধ্যায়ৰ সম্পূৰ্ণ সমাধান এই ৱেবছাইটত যোগান ধৰা হৈছে। আপুনি যদি পঢ়িব খোজে তেন্তে তলত দিয়া লিংকৰ ক্লিক কৰি পঢ়িব পাৰে। আপুনি বিচাৰি Class 12 Mathematics Assamese Medium ৰ সমাধানসমূহ PDF Notes হিচাপে ডাউনলোড কৰিব পাৰে।

আমি আপোনালৈ লিখা কোনো বিষয়ত কিবা অসুবিধা থাকিলে আপুনি অনুগ্ৰহ কৰি Assamese Medium Facebook Page ক Follow কৰি আমাৰ সৈতে পোনপটীয়াভাৱে যোগাযোগ কৰিব পাৰে। আমি আপোনাৰ যিকোনো প্ৰশ্নৰ উত্তৰ দিবলৈ প্ৰয়াস কৰিম।

Class 12 Mathematics Assamese Medium Full Syllabus 2024

Class 12 Mathematics (Eng & Assamese Medium)Download
সম্বন্ধ আৰু ফলন (Relation & Function)PDF Solution
প্ৰতিলোম ত্ৰিকোণমিতিয় ফলন (Inverse Trigonometric Function)PDF Solution
মৌলকক্ষ (Metrix)PDF Solution
নিৰ্ণায়কPDF Solution
অবিচ্চিন্নতা আৰু অবকলনীয়তাPDF Solution
অৱকলজৰ প্ৰয়োগPDF Solution
অনুকুলPDF Solution
অনুকুলৰ প্ৰয়োগPDF Solution
অৱকল সমীকৰণPDF Solution
ভেক্টৰ বীজগণিতPDF Solution
ত্ৰিবিমিতীয় জ্যামিতিPDF Solution
ৰৈখিক প্ৰগ্ৰামিংPDF Solution
সম্ভাৱিতাPDF Solution
ADVERTISEMENT