Class 12 Economics Assamese Medium তথা অসমীয়া মাধ্যমৰ দ্বাদশ শ্ৰেণীৰ অৰ্থনীতি বিজ্ঞান বিষয়ে আজি আলোচনা কৰিবলৈ গৈ আছোঁ। আমি Assamese Medium ৰ এই পৃষ্ঠাত Class 12 Economics ৰ কোনো প্ৰশ্ন উত্তৰ আলোচনা নকৰোঁ। ইয়াত আমি Class 12 Economics Assamese Medium Full Syllabus অৰ্থাৎ দ্বাদশ শ্ৰেণীৰ অৰ্থনীতি বিজ্ঞানৰ সম্পূৰ্ণ সমাধান PDF Notes দিবলৈ আহিছোঁ।
| Class 12 অৰ্থনীতি বিজ্ঞান PDF Notes | Rs. 149/- | Buy Now |

Class 12 Economics Assamese Medium Full Syllabus
( ক ) ব্যক্তিবাদী অৰ্থবিজ্ঞান পৰিচয়
- আৰম্ভণি
- উপভোক্তাৰ আচৰণৰ তত্ত্ব
- উৎপাদন আৰু ব্যায়
- পূৰ্ণ প্ৰতিযোগীতামূলক বজাৰৰ ব্যৱসায় প্ৰতিষ্ঠানৰ তত্ত্ব
- বজাৰ ভাৰসাম্য
- অ-প্ৰতিযোগিতামূলক বজাৰ
( খ ) সমষ্টিবাদী অৰ্থনীতি
- সূচনা
- জাতীয় আয় গণনা
- মুদ্ৰা আৰু বেংক ব্যৱস্থা
- আয় নিৰ্ধাৰণ
- চৰকাৰ : কাৰ্যৱলী আৰু পৰিসৰ
- মুদ্ৰা অৰ্থনীতিত সমষ্টিবাদী অৰ্থনীতিবিজ্ঞান
( গ ) ভাৰতীয় অৰ্থনৈতিক উন্নয়ন
- প্ৰাক্ স্বাধীনতা কালৰ ভাৰতীয় অর্থব্যৱস্থা
- ভাৰতীয় অর্থব্যৱস্থা (১৯৫০ – ১৯৯০)
- উদাৰীকৰণ, ব্যক্তিগতকৰণ আৰু গোলকীকৰণ
- দৰিদ্ৰতা
- ভাৰতত মানৱ মূলধন গঠন
- গ্রাম্য উন্নয়ন
- নিয়োগ – বৃদ্ধি, অনানুষ্ঠানিকীকৰণ আৰু অন্যান্য বিষয়
- আন্তঃ গাঁথনি
- পৰিবেশ আৰু বহনক্ষম উন্নয়ন
- ভাৰতবৰ্ষত আৰু ইয়াৰ প্ৰতিবেশী দেশসমূহৰ উন্নয়নৰ তুলনামূলক অভিজ্ঞতা
