Assamese Medium ৱেবছাইটৰ জৰিয়তে Class 11 Maths Assamese Medium ৰ বিভিন্ন অধ্যায়ৰ গোটেইখিনি অনুশীলনীৰ সমাধান যদি আপুনি পাব বিচাৰে তেন্তে তলত দিয়া লিংকত ক্লিক কৰি পঢ়িব পাৰে।
আমি বৰ্তমান সময়ত Class 11 Maths Assamese Medium ৰ বাবে Video Class দি আছোঁ আৰু লাহে লাহে PDF Notes প্ৰস্তুত কৰি আছো। আপুনি বিচাৰিলে তলত দিয়া Video সমুহৰ জৰিয়তে Class 11 Maths Assamese Medium ৰ সমস্যাসমূহৰ সমাধান কৰিব পাৰিব।
Class 11 Maths Solution in Assamese 2025
Class 11 Maths Assamese Medium ত যিকেইটা অধ্যায় দিয়া আছে তাৰে সমাধান আমি আপোনালোকৰ বাবে লৈ আহিছোঁ। আমি ইয়াত প্ৰতিটো অধ্যায়ত উল্লেখ কৰা অনুশীলন মতে তাৰ সমাধান দিছোঁ যি PDF Solution হিচাপে দিয়া আছে। আপুনি PDF Solution ত ক্লিক কৰি চাই লব পাৰে। যদি আপোনাৰ Class 11 Maths Assamese Medium ৰ Solution বুজি পোৱাৰ অসুবিধা পাইছে তেন্তে তাৰ কাষতে থকা Video লিংকত ক্লিক কৰি চাই লব পাৰে।
Class 11 Maths MCQ in Assamese PDF
Chapter Name | PDF MCQ | Video |
Chapter 1 সংহতি | Watch | |
Chapter 2 সম্বন্ধ আৰু ফলন | Watch | |
Chapter 3 ত্ৰিকোণমিতীয় ফলন | Watch | |
Chapter 4 গণিতীয় আৰোহ-তত্ত্ব | Watch | |
Chapter 5 জতিল সংখ্যা আৰু দ্বিঘাত সমীকৰণ | Watch | |
Chapter 6 ৰৈখিক অসমিকা | Watch | |
Chapter 7 বিন্যাস আৰু দল | Watch | |
Chapter 8 দ্বিপদ উপপাদ্য | Watch | |
Chapter 9 অনুক্ৰম আৰু শ্ৰেণী | Watch | |
Chapter 10 সৰলৰেখা | Watch | |
Chapter 11 শাংকৱ ছেদ | Watch | |
Chapter 12 ত্ৰিমাত্ৰিক জ্যামিতিৰ প্ৰাথমিক ধাৰণা | Watch | |
Chapter 13 সীমা আৰু অৱকলজ | Watch | |
Chapter 14 গাণিতিক যুক্তি-তত্ত্ব | Watch | |
Chapter 15 পৰিসংখ্যা বিজ্ঞান | Watch | |
Chapter 16 সম্ভাৱিতা | Watch |
Exercise | PDF Solution |
Class 11 Maths Exercise 9.1 in Assamese | Download |
Class 11 Maths Exercise 9.3 in Assamese | Download |
Class 11 Maths Exercise 13.1 in Assamese | Download |
Class 11 Maths Exercise 13.2 in Assamese | Download |
FAQs
1. Class 11 Maths ত কি কি অধ্যায় পঢ়িব লগা হয়।
Ans: আমি তলত উল্লেখ কৰা প্ৰতিটো অধ্যায় Class 11 Maths Assamese Medium ৰ ছাত্ৰ ছাত্ৰীয়ে পঢ়িব লগা হয় –
1. সংহতি
2. সম্বন্ধ আৰু ফলন
3. ত্ৰিকোণমিতীয় ফলন
4. গণিতীয় আৰোহ-তত্ত্ব
5. জতিল সংখ্যা আৰু দ্বিঘাত সমীকৰণ
6. ৰৈখিক অসমিকা
7. বিন্যাস আৰু দল
8. দ্বিপদ উপপাদ্য
9. অনুক্ৰম আৰু শ্ৰেণী
10. সৰলৰেখা
11. শাংকৱ ছেদ
12. ত্ৰিমাত্ৰিক জ্যামিতিৰ প্ৰাথমিক ধাৰণা
13. সীমা আৰু অৱকলজ
14. গাণিতিক যুক্তি-তত্ত্ব
15. পৰিসংখ্যা বিজ্ঞান
16. সম্ভাৱিতা
2. 2023-2024 বৰ্ষৰ বাবে Class 11 Maths Assamese Medium ৰ কোনো অধ্যায় পৰীক্ষাৰ বাবে বাদ দিছে নেকি?
Ans: আগন্তুক HS 1St Year পৰীক্ষাৰ বাবে Class 11 Maths Assamese Medium ৰ কিছু অধ্যায় বাদ দিছে। আমি তলত উল্লেখ কৰা অধ্যায়সমূহ HS 1st Year Final Exam ত নেলাগে।
Chapter 4: গণিতীয় আৰোহ-তত্ত্ব
Chapter 14: গাণিতিক যুক্তি-তত্ত্ব