pH Scale কি । ই এচিড বা ক্ষাৰকৰ তীব্ৰতা কিদৰে নিৰ্ণয় কৰে ?

pH Scale

Class 10 Chapter 2 Acid Base And Salts ৰ দ্বিতীয় খণ্ডত আজি আমি আলোচনা কৰিম What is pH Scale অৰ্থাৎ pH Scale ৰ সহায়ত কিদৰে এচিড বা  ক্ষাৰকৰ তীব্ৰতা জোখা হয়। ইয়াৰ আগতে আমি অলপ কথা আলোচনা কৰিব লাগিব যে জলীয় দ্ৰৱত এছিড আৰু ক্ষাৰকৰ কি পৰিবৰ্তন হয় ? আপুনি যদি ইয়াৰ আগতে আলোচনা কৰা … Read more