Class 11 Assamese Chapter 7 | কে’ম্ব্ৰিজৰ শিক্ষাব্যৱস্থা আৰু শিক্ষানুষ্ঠান

অতি চমু প্ৰশ্ন উত্তৰ: Class 11 Assamese Chapter 7 ১। কে’ম্ব্ৰিজ বিশ্ববিদ্যালয় কোনখন নদীৰ উপত্যকাত অৱস্থিত?উত্তৰঃ কে’ম্ব্ৰিজ বিশ্ববিদ্যালয় কেম্ নদীৰ উপত্যকাত অৱস্থিত ৷ ২। কে’ম্ব্ৰিজ বিশ্ববিদ্যালয়ৰ অধীনত কেইখন কলেজ আছে?উত্তৰঃ কে’ম্ব্ৰিজ বিশ্ববিদ্যালয়ৰ অধীনত ৩১ খন কলেজ আছে ৷ ৩। ড° হীৰেন গোঁহাইয়ে অধ্যয়ন কৰা কে’ম্ব্ৰিজৰ কলেজখনৰ নাম লিখা ৷উত্তৰঃ ড° হীৰেন গোঁহাইয়ে অধ্যয়ন কৰা কে’ম্ব্ৰিজৰ … Read more