শ্ৰীমন্ত শংকৰদেৱ | HSLC 2023 Exam | Assamese in Essay

সর্ব গুণাকৰ মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ জন্ম হয় ১৪৪৯ চনত। শ্ৰীমন্ত শংকৰদেৱৰ পিতৃৰ নাম কুসুম্বৰ ভূঞা আৰু মাতৃৰ নাম সত্যসন্ধা। শংকৰদেৱ সৰুতে ঘাট মাউৰা হয় আৰু বুঢ়ীমাক খেৰসুতীয়ে তেওঁক লালন-পালন কৰে। ১২ বছৰ সয়সত বুঢ়ীমাকে তেওঁক মহেন্দ্ৰ কন্দলি নামৰ অধ্যাপক এজনৰ টোলত পঢ়িবলৈ পঠিয়ায়। তাতে শ্ৰীমন্তশংকৰদেৱে বিভিন্ন শাস্ত্র অধ্যয়ন কৰি সেইবােৰত পাৰ্গত হৈ উঠে। শিক্ষা সমাপ্ত … Read more