Indian Constitution Class 10 Social Science [ ভাৰতীয় গণতন্ত্ৰ ]
মোৰ মৰমৰ ছাত্ৰ-ছাত্ৰী সকল, সকলোকে Assamese Medium লৈ স্বাগতম জনাইছোঁ। আজি আমি Indian Constitution Class 10 Social Science [ৰাজনীতি বিজ্ঞানৰ ভাৰতীয় গণতন্ত্ৰ] ৰ বিষয়ে আলোচনা কৰিম। আৰম্ভ কৰাৰ আগত গণ তন্ত্ৰ মানেনো কি সেয়া জনাৰ প্ৰয়োজন আছে। “গণতন্ত্ৰ” ইয়াত গণ মানে – ৰাইজ বা জনসাধাৰণ আৰু তন্ত্ৰ মানে হৈছে শাসন । যত নেকি ৰাইজেই ৰজা … Read more