History Class 12 Assamese Medium | ইতিহাস

Class 12 History তথা অসমীয়া মাধ্যমৰ দ্বাদশ শ্ৰেণীৰ ইতিহাস বা বুৰঞ্জীৰ বিষয়ে আজি আমি আলোচনা কৰিবলৈ গৈ আছোঁ। আমি Assamese Medium ৰ এই পৃষ্ঠাত Class 12 History ৰ কোনো প্ৰশ্ন উত্তৰ আলোচনা নকৰোঁ। ইয়াত আমি Class 12 History Full Syllabus অৰ্থাৎ দ্বাদশ শ্ৰেণীৰ ইতিহাস বা বুৰঞ্জীৰ সম্পূৰ্ণ সূচীপত্ৰত কি কি আছে তাৰ বিষয়ে আলোচনা কৰিম।

আজিৰ আলোচনাত Class 12 History দ্বাদশ শ্ৰেণীৰ ইতিহাস বা বুৰঞ্জীত থকা অধ্যায়সমূহৰ এটা তালিকা প্ৰকাশ কৰিছো। Class 12 History ত মুঠ 16 টা অধ্যায় আছে, আমি ইয়াত এই 16 টা অধ্যায়ৰ পাঠ্যপুথিত থকা সকলো প্ৰশ্ন উত্তৰ যোগান ধৰাৰ ওপৰিও আগন্তুক পৰীক্ষাৰ বাবে কিছু অতিৰিক্ত প্ৰশ্ন উত্তৰ যোগান ধৰাৰ প্ৰয়াস কৰিছো।

History Class 12 Assamese Medium Full Syllabus Solution

ইটা মণি আৰু হাড়বােৰ প্ৰশ্ন উত্তৰ PDF Note
ৰজা কৃষক আৰু নগৰসমূহ প্ৰশ্ন উত্তৰ PDF Note
স্বজন বৰ্ণ আৰু শ্রেণী প্ৰশ্ন উত্তৰ PDF Note
দার্শনিক প্রত্যয় আৰু স্থাপত্য প্ৰশ্ন উত্তৰ PDF Note
যুগে যুগে অসম প্ৰশ্ন উত্তৰ PDF Note
পর্যটকৰ দৃষ্টিভংগীৰে প্ৰশ্ন উত্তৰ PDF Note
ভক্তি আৰু চুফী পৰম্পৰা, ধার্মিক বিশ্বাসৰ পৰিৱৰ্তন আৰু ধর্মীয় গ্রন্থ প্ৰশ্ন উত্তৰ PDF Note
এখন সাম্রাজ্যৰ ৰাজধানী বিজয়নগৰ প্ৰশ্ন উত্তৰ PDF Note
কৃষক, জমিদাৰ আৰু ৰাজ্য প্ৰশ্ন উত্তৰ PDF Note
সম্রাট আৰু ইতিহাস প্ৰশ্ন উত্তৰ PDF Note
উপনিবেশবাদ আৰু গ্রাম্য সমাজ প্ৰশ্ন উত্তৰ PDF Note
বিদ্রোহীসকল আৰু ৰাজ প্ৰশ্ন উত্তৰ PDF Note
ঔপনিবেশিক কালৰ ভাৰতীয় নগৰ প্ৰশ্ন উত্তৰ PDF Note
মহাত্মা গান্ধী আৰু জাতীয় আন্দোলন: সমসাময়িক দৃষ্টিৰে প্ৰশ্ন উত্তৰ PDF Note
ভাৰত বিভাজন আৰু ৰাজনীতি প্ৰশ্ন উত্তৰ PDF Note
ভাৰতীয় সংবিধান সংকলন প্ৰশ্ন উত্তৰ PDF Note

শেষ বাক্য: আজি আমি ইয়াত আপোনালোকৰ সৈতে Class 12 History ৰ সৰ্বমুঠ 16 টা অধ্যায়ৰ প্ৰশ্ন উত্তৰ যোগান ধৰাৰ প্ৰয়াস কৰিছো। আপুনি যদি আন কিবা প্ৰশ্ন উত্তৰ বিচাৰি আছে তেন্তে Comment Section ত জনাব নেপাহৰিব।

ইয়াত ওপৰিও আপুনি বিচাৰিলে Assamese Medium Facebook Page ক Follow কৰি আমাৰ সৈতে পোনপতীয়াকৈ যোগাযোগ কৰিব পাৰে। আমি আপোনালোকৰ বাবে Video Class কিছু দিবলৈ প্ৰয়াস কৰিছো। আপুনি ‘Assamese Medium’ YouTube Channel ত ভিদিওসমূহ চাব পাৰিব। যদি আমাৰ প্ৰচেষ্টাই আপোনাক কিঞ্চিৎ পৰিমাণে সহায় কৰিছে তেন্তে এই লিখনিসমূহ আনৰ সৈতে Share কৰিবলৈ নেপাহৰিব।