ত্ৰিকোণমিতিৰ কিছু প্ৰয়োগ । Class 10 Mathematics Chapter 9

আকৌ এবাৰ স্বাগতম জনাইছোঁ আপোনালোকক আন এক নতুন পৃষ্ঠালৈ যত আমি আজি আলোচনা কৰিম ত্ৰিকোণমিতিৰ কিছু প্ৰয়োগ অৰ্থাৎ Class 10 Mathematics ৰ নৱম অধ্যায়। ইয়াৰ আগত আমি Class 10 Mathematics ৰ প্ৰায় বোৰ অধ্যায় আলোচনা কৰাৰ লগতে Class 10 Mathematics Chapter 8 তথা ত্ৰিকোণমিতিৰ পৰিচয়। যদি আপুনি আগত আলোচনা কৰা অধ্যায় সমূহৰ সমাধান ডাউনলোড কৰিছে তেন্তে এতিয়াই তলৰ লিংক ৰ পৰা ডাউনলোড কৰক ত্ৰিকোণমিতিৰ কিছু প্ৰয়োগ তথা Class 10 Mathematics Chapter 9 PDF Solution.

ত্ৰিকোণমিতিৰ কিছু প্ৰয়োগ

এই অধ্যায়ত আচলতে সিমান টান একো নাই, আপুনি যদি ইয়াৰ আগৰ অধ্যায় তথা Class 10 Mathematics Chapter 8 পঢ়িছে তেন্তে এই অধ্যায় আপোনাৰ বাবে অতি সহজ হব।

ত্ৰিকোণমিতিৰ পৰিচয় অধ্যায়ত আমি বহুত সূত্ৰ শিকি অহাৰ লগতে ইয়াৰ সৈতে সংগতি ৰাখি বহুত সমস্যাৰ সমাধান কৰিব শিকি আহিছোঁ।

ত্ৰিকোণমিতিৰ কিছু প্ৰয়োগ নামৰ দশম মান শ্ৰেণীৰ গণিতৰ নৱম অধ্যায়ত আচলতে কেৱল মাত্ৰ এটা সূত্ৰ বেছিকৈ প্ৰয়োগ হয় আৰু এই অতি সহজ।

ত্ৰিকোণমিতিৰ কিছু প্ৰয়োগ । অনুশীলনী 9.1

অনুশীলনী 9.1 তথা ত্ৰিকোণমিতিৰ কিছু প্ৰয়োগ নামৰ অধ্যায়ৰ যিমান সমস্যা আছে সকলো মিলি আমি এটা PDF Notes বনাইছো। ইয়াৰে উদাহৰণ হিচাপে আমি এটা সমস্যাৰ সমাধান ইয়াত দিছোঁ আৰু গোটেইখিনি অনুশীলনী 9.1 ৰ সমাধানৰ ডাউনলোড লিংক আমি দিছোঁ। আপুনি বিচাৰিলে ইয়াৰ পৰা ডাউনলোড কৰি পঢ়িব পাৰে।

Download ত্ৰিকোণমিতিৰ কিছু প্ৰয়োগ PDF Notes

শেষ বাক্য

আমি আজি এতিয়ালৈকে ত্ৰিকোণমিতিৰ কিছু প্ৰয়োগ তথা অনুশীলনী 9.1 ৰ সম্পূৰ্ণ সমাধান আলোচনা কৰিলোঁ। যদি আপোনাৰ কিবা অসুবিধা আছে তেন্তে আপুনি যিকোনো সময়ত আমাৰ Assamese Medium Facebook PageFollow কৰি জনাব পাৰে। আমি যিমান সোনকালে পাৰোঁ আপোনাৰ প্ৰশ্নৰ উত্তৰ দিবলৈ যত্ন কৰিম।

প্ৰত্যুত্তৰ দিয়ক