অসমীয়াৰ পৰা ইংৰাজী লৈ অনুবাদ | Translation 2023 SEBA Exam

অসমীয়াৰ পৰা ইংৰাজী লৈ অনুবাদ কৰা, ই HSLC 2022 পৰীক্ষাৰ বাবে এক গুৰুত্বপূৰ্ণ প্ৰশ্ন I হাইস্কুল শিক্ষান্ত পৰীক্ষাত বাধ্যবাতামূলক প্ৰশ্নৰ ভিতৰত অসমীয়াৰ পৰা ইংৰাজী লৈ অনুবাদ কৰা এটা প্ৰশ্ন থাকেই I সেই বাবে আজি আমি Assamese Medium ত আকৌ এবাৰ স্বাগতম জনাইছো কিছু অসমীয়াৰ পৰা ইংৰাজী লৈ অনুবাদৰ বিষয়ে আলোচনা কৰিবলৈ I আশা কৰো আপুনি যদি Assamese Medium ৰ এজন ছাত্ৰ তেন্তে ই আপোনাক সহায় কৰিব I

ইয়াৰ আগতে আমি এই শিক্ষামূলক ৱেবচাইট Assamese MediumTranslate Into English ৰ কিছু উদাহৰণ আমি আলোচনা কৰিছো I যদি আপুনি অসমীয়াৰ পৰা ইংৰাজী লৈ অনুবাদ কৰাৰ বাবে ইয়াত পঢ়িব আহিছে তেন্তে Translate Into English এই উদাহৰণ খিনিও পঢ়িব পাৰে I আমি ইয়াত বিগত বছৰবোৰত হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ বাবে অহা Translate Into English ৰ গোটেই খিনি যোগান ধৰিছো I


অসমীয়াৰ পৰা ইংৰাজী লৈ অনুবাদ

বিলাহীৰ দাম কিমান?
How do tomatoes sell?

নগদ বিক্ৰী।
Terms cash.

এইচো অচল পইচা ।
This is a base coin.

কোটটো খুলি থোৱা ।
Take off your coat.

তেঁও তেওঁৰ বাৱসায়ৰ আটাইবোৰ কায়দা জানে ।
He knows the ins and outs of his business.

ঘনশ্যামে তলমূৰকৈ পৰিলে ।
Ghanashyam fell headlong.

মোৰ বন্ধু এজন উকীল ।
My friend is a lawyer.

ইমান বেছি ৰ’দহ্ল
What a scorching sun!

এই কাপোৰখন সংকুচিত নহয় ।
This cloth will not shink.

গাড়ীখনে গছত খুন্দা মাৰিলে ।
The truck ran into the tree.

আমি বহুত খালোঁ ।
We ate our fill.

এতিয়া মিলা-প্ৰীতিলৈ আহোঁ ।
Let us now come to good terms.

ছুইচটো নুমুৱাই দিয়া ।
Switch off the light.

বহুতো নদীতেই বাৰিষাৰ ধল আহিছে ।
Many a river is a spate.

টুপী পিন্ধি লোৱা ।
Put on your cap.

এই কাপোৰে বহুত দিন চলিব ।
These cloth will wear long.

লেমটো নুমুৱাই দিয়া ।
Blow out the lamp.

মই সদায় তূতীয় শ্ৰেেণীত যাত্ৰা কৰোঁ ।
I always travel in third class.

চিয়াঁহীৰে নিলিখিবা ।
Do not write in ink.

তেওঁৰ আটাইবোৰ আশা মাটিত মিলি গ’ল ।
All his hopes were dashed to the ground.

তেওঁ এ়ধোকতে পানীখিনি খালে ।
He drank water in one draught.

তোমাৰ ফলাফল কেতিয়া ওলাব?
When will your result be out?

আপুনি মোক আগৰ চাৰিআলিত নমাই দিবনে?
Will you drop me at the next crossing?

আপুনি মোক ৫০০ টকা ধাৰ দিবনে?
Will you land me rs. 500?

আপুনি গুৱাহাটী ৰ পৰা কেতিয়া ঘূৰিব?
When will you return from Bombay?

আপুনি এই কামটো কৰিব পাৰিবনে?
Will you be able to do this work?

আপুনি অনুগ্ৰহ কৰি মোৰ লগত বজাৰলৈ আহিবনে?
Will you please come with me shopping?

আপুনি মোক এই ঘটনাটোত সহায় কৰিবনে?
Will you help me in this matter?

আপুনি গুৱাহাটী লৈ কেনেকৈ যাব?
How will you go to Guwahati?

তেওঁ অহা কালিলৈ আহিবনে?
Will he come tomorrow?

তোমাৰ পৰিক্ষা কেতিয়া আৰম্ভ হ’ব?
When will your examination start?

তেওঁ তেওঁৰ প্ৰতিজ্ঞা ৰাখিবনে?
Will he keep his promise?

আপুনি কালিলৈ কামটো শেষ কৰিবনে?
Will you finish this work by tomorrow?

আপোনাক এই দুখত কোনে সহায় কৰিব?
Who will help you in this trouble?

আপুনি কেতিয়া বিয়া কৰাব?
When will you marry?

ৰাস্তাটো কোনে পৰিষ্কাৰ কৰিব?
Who will clean this road?

আপুনি একাপ চাহ খাবনে?
Will you have a cup of tea?

আপুনি ঘৰত কেতিয়া খালী কৰিব?
When will you vacate this house?

ভাৰতবৰ্ষ এখন বিশাল দেশ।

India is a vast country.

চাৰিঠেঙীয়া জন্তুৰ ভিতৰত হাতী আটাইতকৈ ডাঙৰ।

The elephant is the largest of the four-legged animals.

ফুলৰ সুগন্ধ কোনে ভাল নাপায়?

Who doesn’t like the fragrance of flowers?

এতিয়াই এই ঠাই এৰি যোৱা।

Leave this place right now.

তুমি কেতিয়াও ইয়ালৈ নাহিবা।

You will never come here.

গোলাপ ফুল কিমান সুন্দৰ!

How beautiful the rose flower is!

পানী নহ’লে আমি জীয়াই থাকিব নোৱাৰোঁ।

We cannot live unless there is water.

উট এবিধ ভাৰবাহী জন্তু।

Camel is a load-carrying animal.

চৰিত্ৰবান মানুহক সকলোৱে সন্মান কৰে।

People with character are respected by all.

এই যুৱকজন সিংহৰ দৰে সাহসী।

This young man is as brave as a lion

আমি জানো যে বিদ্যা অমূল্য ধন।

We know that knowledge is an invaluable treasure.

সি যে মিছা কথা কৈছিল এই কথা সচাঁ।

It is true that he lied.

তেওঁ ক’ৰ পৰা আহিল ক’ব পাৰানে?

Can you tell where he came from?

মই ৰাতিপুৱা পঢ়া কিতাপ এইখন।

This is the book I read in the morning.

তেওঁ যি বিচাৰে তাকে দিয়া।

Give it to what he wants.

মই যিখন গাঁৱত থাকো তাৰ নাম মধুপুৰ।

The village where I live Is Called Madhupur.

তুমি নাখালে ময়ো নাখাওঁ।

If you don’t eat, I also will not eat.

তুমি ওবলৈ যোৱাৰ আগতে দুৱাৰখন বন্ধ কৰিবা।

Close the door before you leave.

বৰষুণ এৰাৰ লগে লগে আমি যাত্ৰা কৰিলোঁ।

We set out as soon as the rain stopped.

বেমাৰীজন ইমান দুৰ্বল হৈছে যে খোজ কাঢ়িব নোৱাৰে।

The sick man is so weak that he can’t walk.

তেওঁ ধনী কিন্তু অহঙ্কাৰী নহয়।

He is rich but not arrogant.

সি কামটো শেষ কৰিলে আৰু গুচি গ’ল।

He finished the job and left.

আমি সভাস্থলী গৈছিলোঁ কিন্তু ভিতৰ সোমাব নোৱাৰিলোঁ।

We went to the meeting place but couldn’t get in.

দেউতাৰ অসুখ, গতিকে বাহিৰলৈ যাব নোৱাৰে।

Father is ill, so can’t go out.

তুমি আৰু মই দুয়ো ইয়াৰ বাবে দায়ী।

You and I are both responsible for this.

সি কেৱল বুদ্ধিমানেই নহয়, পৰিশ্ৰমীও।

He is not only intelligent but also hardworking.

সচাঁ কথা কোৱা, নহ’লে তোমাক শাস্তি দিম।

Speak the truth, otherwise, I will punish you.

তেওঁ মোক কৈছিল, “মনপুতি পঢ়া।”

He said to me, “Read attentively.”

আয়ে মোক কৈছিল, “দুষ্ট ল’ৰাৰ লগত নুফুৰিবা।”

The grandmother said to me, “Do not mix with the bad boys.”

সেনাপতিয়ে সৈন্যসকলক কৈছিল, “শত্ৰুক আক্ৰমণ কৰা।”

The Captain said to the soldiers, “Attack the enemy.”

সি দেউতাকক কৈছিল, “অনুগ্ৰহ কৰি মোক এশ টকা ধাৰলৈ দিয়ক।”

He said to his father, “Please lend me a hundred rupees note.”

তেওঁ মোক ক’লে, ” মোক ৰবিবাৰে লগ ধৰিবা।”

He said to me, “Meet me on Sunday.”

মই তেওঁক কলোঁ, “বলা, ফুৰিবলৈ যাওঁ।”

I said to him, “Let us go for a walk.”

তেওঁ ল’ৰাজনক কৈছিল, “জুইৰ লগত ধেমালি নকৰিবা।”

He said to the boys, ” Don’t play with the fire.”

তোমাৰ দেউতাৰা কালি আমাৰ গাঁৱলৈ আহিছিল।
Yesterday your father came to our village.
   
তেখেতে এইখন গাঁৱত জন্মগ্ৰহণ কৰিছিল।

He was born in this village.

তেখেত মোৰ দেউতাৰ বন্ধু।
He is my father’s friend.

তোমালোক এতিয়া দিল্লীত থাকা, নহয় জানো?
Now you live in Delhi, don’t you?
      
তুমি অসমীয়া লিখিব পাৰানে?
Can you write Assamese?

অহা বহাগ বিহুত আমাৰ গাঁৱলৈ আহিবা।
Please come to our village in the next bihu.

আমাৰ গাঁৱত বিহু মঞ্চত পতা নহয়।
The Bihu is not celebrated on the stage in our village.

কিছুমান ডেকাগাভৰুৱে পথাৰত নাচে আৰু গান গায়।
Some youths dance and sing in the field.
     
তুমি আহিলে এই বিহুনৃত্য উপভোগ কৰিব পাৰিবা।
If you come, you can enjoy the Bihu dance.

তোমাক লগ পালে মই বৰ আনন্দ পাম।
If I meet you, I shall be glad.

তোমাৰ চিঠিখন কালি পালো।
Yesterday I received your letter.

এইমাত্ৰ তোমালৈ এখন চিঠি লিখিছো।
I have written a letter to you just now.

তুমি চিঠি লিখি ভালপোৱা, নহয় নেকি?
You like writing letter, don’t you?

যদি গৰমৰ বন্ধত আহা, তোমাৰ  লগত শ্বিলঙলৈ যাম।
If you come on summer vacation, I will go to Shillong with you.

শ্বিলঙৰ জলবায়ু গুৱাহাটীৰ জলবায়ুতকৈ ভাল।
The climate of Shillong is better than that of Guwahati.

আমাৰ ইয়াত কিছুদিন ধৰি বৰষুণ দি আছে।
It has been raining here for some days.

বৰষুণ শস্যৰ কাৰণে ভাল।
The rain is good for the crops.

এইবাৰ বানপানীত বহুত শস্য নষ্ট হ’ল।
Many crops were destroyed during this flood.

তুমি সাঁতুৰিব জানানে?
Do you know how to swim?

দেউতাই কৈছিল,”সাঁতোৰা এটা ভাল অভ্যাস।”
Father said, “Swimming is a good exercise.”

আমাৰ স্কুলত এখন খেলপথাৰ আছে।
There is a playground in our school.

আমি তাত ফুটবল খেলোঁ।
We play football there.

স্কুলৰ খেল প্ৰতিযোগিতাবোৰ ইয়াত পতা হয়।
The sports competitions of the school are held there.

যোৱা বছৰ ৪০০ মিটাৰ দৌৰত মই প্ৰথম হৈছিলোঁ।
Last year I stood first in the 400-meter race.

তোমালোকৰ স্কুলত খেলপথাৰ আছে নে?
Is there any playground in your school?

তুমি কি খেল আটাইতকৈ ভাল পোৱা?
Which game do you like the best?

আজিকালি কিছুমান ল’ৰা ছোৱালীয়ে খেলাৰ সলনি টেলিভিছন চায়।
Nowadays some children instead of playing watch television programs.

আমি তেনে কৰা উচিত নহয়
We should not do that.

জীৱনত কৃতকাৰ্য বলৈ আমি চেষ্টা কৰোঁ আহা।
Let us try to be successful in life.

ভগৱানে আমাক সকলোকে সহায় কৰক।
May God help us all.

আমাৰ ঘৰৰ সকলোৱে ৰাতিপুৱা সোনকালে উঠে।

 All the members of our family get up early in the morning.

যোৱা বছৰ গৰমৰ বন্ধত মই শ্বিলঙলৈ গৈছিলো।

I went to Shillong during the summer vacation last year.

গীতা তিনিবছৰ বয়সৰ পৰা আমেৰিকাত আছে।
Geeta has been in America since she was 3 years old.

তোমালোক অহাৰ সময়ত মই  ইংৰাজী পঢ়ি আছিলো।
When you came, I was reading English.

আমি খেলপথাৰ পোৱাৰ আগত খেল আৰম্ভ হৈছিল।
The match had begun before we reached the field.

কালি মই চুলি কটালো।
I had my hair cut yesterday.

বাঘটো জিম কৰবেট নামৰ চিকাৰী এজনৰ দ্বাৰা নিহত ল।
The tiger was killed by a hunter named Jim Corbett.

তেওঁ মোক সুধিলে, “তুমি নৈখন সাঁতুৰি পাৰ পাৰিবানে?
He said to me, “Can you swim across the river?”

তুমি অকল বুদ্ধিমানেই নহয়, পৰিশ্ৰমীও লাগিব।
You need to be not only intelligent but also diligent.

তুমি কালি লগ পোৱা মানুহজন এজন ভাল সঙ্গীতজ্ঞ।
The man whom you met yesterday is a good musician.

মামুৱে পুৱাই উঠে।
Mamu gets up early in the morning.

ৰাবিলাকে সাঁতুৰি আছে।
The boys are swimming.

চিকাৰীজনে বাঘটো মাৰিলে।
The hunter killed the tiger.

তেওঁলোকে ইয়াত এমাহ থাকিব।
They will stay here for a month.

প্ৰকাশ বৰুৱাই জানুৱাৰীৰ পৰা জ্বৰত ভুগি আছে।
Prakash Barhua has been suffering from fever since January.

তেওঁক সকলোৱে জানে।
Everybody knows him. / He is known to all.

ডাক্তৰজন অহাৰ আগতেই ৰোগীজন মৰিল।
The patient had died before the doctor came.

মধুমালা আহোতে বৰষুণ দি আছিল।
It was raining when Madhumala came.

তেওঁ ইংৰাজী জানেনে?
Does he know English?

শিক্ষকজনে কৈছিল,”সদায় সচাঁ কথা কবা।
The teacher said, “Always tell the truth.”

মই এতিয়া স্কুললৈ যাম।
Now I shall go to school.

আমাৰ স্কুল বজাত বহে।
Our school starts at nine O’clock.

মই সদায় ঘণ্টা বজাৰ আগতে স্কুল পাওঁগৈ।
I always reach school before the bell rings.

আমাৰ স্কুলত আজি এখন তৰ্ক প্ৰতিযোগিতা ব।
There will be held a debating competition in our school today.

ময়ো তাত অংশ গ্ৰহণ কৰিম।
I shall also take part in it.

মই ইংৰাজীতে ক’ম বুলি ঠিক কৰিছোঁ।
I have decided to say it in English.

প্ৰধান শিক্ষকক আজি মই এই বিষয়ে ম।
Today I shall tell the Headmaster about this.

এনেবোৰ কথাত তেখেতে সদায় আমাক উৎসাহ দিয়ে।
He always encourages us in such matters.

যোৱা বছৰৰ তৰ্ক প্ৰতিযোগিতাত মই প্ৰথম হৈছিলোঁ।
I stood first in the last year’s debating competition.
      
মোৰ মাক-দেউতাই বৰ আনন্দ পাইছিল।
My parents felt very glad.

আমাৰ গাওঁ খন এটা পিচপৰা  অঞ্চলত।
Our village is situated in a backward area.

গাওঁখন সৰু, জনসংখ্যাও কম।
The village is small and the population also is small.

প্ৰতিবছৰে ইয়াত বানপানী হয়।
Flood occurs here every year.

গাঁৱৰ সৰহভাগ মানুহ খেতিয়ক আৰু বৰ দুখীয়া।
The majority of the people in the village are farmers and very poor.

প্ৰতিবছৰে বানপানীয়ে তেওঁলোকৰ  প্ৰচুৰ ক্ষতি কৰে।
Every year the flood does great loss to them.

আমাৰ গাঁৱত শিক্ষিত মানুহৰ  সংখ্যাও অতি কম।
The number of educated people to is very small in our village.

ইয়াত এখন প্ৰাথমিক বিদ্যালয় আছে।
There is only one primary school here. / Here is only a primary school.

মই আৰু মোৰ ভনীজনীও তাতে পঢ়িছিলো।
My sister and I too read there.

এতিয়া আমি এখন উচ্চ মাধ্যমিক বিদ্যালয়ত পঢ়ি আছোঁ।
Now we are reading in a high school.

আমি স্কুললৈ যাবলৈ বহুদূৰ খোজ কাঢ়িব লাগে।
We have to walk a long distance to go to school.

মই এজন ভাৰতীয় নাগৰিক।
I am an Indian citizen.

ভাৰতবৰ্ষ এখন বিশাল দেশ।
India is a vast country.

অসম ভাৰতবৰ্ষৰ এখন সৰু ৰাজ্য।
Assam is a small province of  India.

ই ভাৰতৰ পূব দিশত অৱস্থিত।
It is situated on the eastern side of India. / It is in the east of India.

মোৰ অসমত জন্ম হৈছিল।
I was born in Assam.

বৰ্তমান মোৰ বাসস্থান গুৱাহাটীত।
At present, my residence is in Guwahati.

গুৱাহাটী অসমৰ আটাইতকৈ ডাঙৰ চহৰ।
Guwahati is the largest city of Assam.

ইয়াৰে এখন অসমীয়া মাধ্যমৰ  বিদ্যালয়ত মই পঢ়ি আছোঁ।
I am reading in an Assamese medium school here.

মোৰ দেউতা আমাৰ বিদ্যালয়ৰে  অধ্যক্ষ।
My father is the principal of our school.

আমাৰ বিদ্যালয়খনৰ উন্নতিৰ বাবে দেউতাইপৰিশ্ৰম কৰে।
Father labors hard for the development of the school.

কিতাপ খন টেবুলৰ ওপৰত আছে
The book is on the table.

ভাৰতবৰ্ষ এখন বিশাল দেশ ।
India is a vast country.

অসম এখন ধুনীয়া প্ৰদেশ ।
Assam is a beautiful state.

আজি বৰ গৰম ।
Today is very hot.

প্ৰতিজ্ঞা ৰক্ষা কৰিব লাগে ।
The promise should be kept.

মই এজন ভাৰতীয় নাগৰিক ।
I am an Indian citizen.

আমাৰ স্কুলত এখন খেলপথাৰ আছে ।
There is a playground in our school.

সোন এবিধ মূল্যবান ধাতু ।
Gold is a precious metal.

দুখীয়াক সহায় কৰা উচিত ।
We should help the poor.

আজি ৰাতি বৰষুণ দিব পাৰে ।
It may rain tonight.

তুমি কেতিয়াবা সিংহ দেখিছানে?
Have you ever seen a lion?

তুমি এতিয়া কি কৰি আছা?
What are you doing now?

গছৰ পাতবোৰ সেউজীয়া ।
The leaves of the tree are green.

ৰাতিপুৱাৰ পৰা বৰষুণ দি আছে ।
It has been raining since morning.

মোৰ দেউতা এজন শিক্ষক

My father is a teacher.

মই কিতাপ পঢ়ি ভাল পাওঁ
I like to read books/I love reading books.

জোনে ৰাতিহে পোহৰ দিয়ে
The moon gives light only at night.

এতিয়া বৰষুণ দি আছে
It is raining now.

মোৰ এটা কলমৰ প্ৰয়োজন
I need a pen.

চৰাইটো কি যে ধুনীয়া!
Wow, how beautiful the bird is!

আজি ৰাতি বৰষুণ দিব পাৰে
It may rain tonight.

মৌ খাবলৈ মিঠা
Honey is sweet to eat.

মোৰ দেউতা এজন খেতিয়ক
My father is a farmer.

আকাশত মেঘ নাছিল
There were no clouds in the sky.

তুমি কি খোৱা
What do you eat?

বিদ্যা অমূল্য ধন
Knowledge is a precious wealth.

তুমি গাড়ী চলাব জানানে ?
Do you know how to drive a car?

সৌ গছডাল ইমান ওখ!
Wow, how tall the tree is!

বেলি পূব দিশত উদয় হয়
The sun rises in the east.

আমি সদায় নদীৰ পাৰত ফুৰোঁ
We always go for a walk on the bank of the river.

বৰষুণ শস্যৰ কাৰণে ভাল
Rain is good for crops.

এই কলমটো কাৰ তুমি জানানে?
Do you know whose this pen is?

মই সাতুৰিব জানো
I know how to swim.

তুমি সাতুৰিব জানানে
Do you know how to swim?

মিছা কথা কোৱা উচিত নহয়
Telling lies is not fair/appropriate.


অসমীয়াৰ পৰা ইংৰাজী লৈ অনুবাদৰ শেষ বাক্য হিচাপে

অসমীয়াৰ পৰা ইংৰাজী লৈ অনুবাদ ২০২২ ৰ বাবে যোগান ধৰা কিছু উদাহৰণ আজি আমি Assamese Medium ত প্ৰচাৰ কৰিছো যদিও ই শেষ নহয় কাৰণ আমি ইয়াত সময়ে সময়ে আৰু বহুত অসমীয়াৰ পৰা ইংৰাজী লৈ অনুবাদ যোগান ধৰিম I

আজি প্ৰকাশ কৰা অসমীয়াৰ পৰা ইংৰাজী লৈ অনুবাদ আৰু আগতে প্ৰকাশ কৰা Translate Into English– এই দুয়োটা পাঠ আপুনি পঢ়িলে নিশ্চয় আগন্তুক HSLC Final Exam 2022English Grammar ৰ অসমীয়াৰ পৰা ইংৰাজী লৈ অনুবাদ প্ৰশ্নৰ উত্তৰ অতি সহজেই কৰিব পাৰিব I

আশা কৰো আমি আমাৰ কাম ঠিক মতেই কৰিছো, এতিয়া আহিছো আপোনাৰ পাল I আমি প্ৰকাশ কৰিছো অসমীয়াৰ পৰা ইংৰাজী লৈ অনুবাদ, এতিয়া আপুনি পাৰিলে আপোনাৰ সমনীয়াৰ লগত Share কৰক I ইয়াৰোপৰি যদি আপোনাৰ কিবা প্ৰশ্ন থাকে তেন্তে Assamese Medium Facebook PageFollow কৰি পোনপটীয়াকৈ জনাব পাৰে I আমি আপোনাৰ প্ৰশ্নৰ উত্তৰ যথাসম্ভৱ দিবলৈ চেষ্টা কৰিম I

5 thoughts on “অসমীয়াৰ পৰা ইংৰাজী লৈ অনুবাদ | Translation 2023 SEBA Exam”

Leave a Comment