অসমীয়াৰ পৰা ইংৰাজী লৈ অনুবাদ | Translation 2022 SEBA Exam

জোনে ৰাতিহে পোহৰ দিয়ে
The moon gives light only at night.

এতিয়া বৰষুণ দি আছে
It is raining now.

মোৰ এটা কলমৰ প্ৰয়োজন
I need a pen.

চৰাইটো কি যে ধুনীয়া!
Wow, how beautiful the bird is!

আজি ৰাতি বৰষুণ দিব পাৰে
It may rain tonight.

মৌ খাবলৈ মিঠা
Honey is sweet to eat.

মোৰ দেউতা এজন খেতিয়ক
My father is a farmer.

আকাশত মেঘ নাছিল
There were no clouds in the sky.

তুমি কি খোৱা
What do you eat?

বিদ্যা অমূল্য ধন
Knowledge is a precious wealth.

তুমি গাড়ী চলাব জানানে ?
Do you know how to drive a car?

সৌ গছডাল ইমান ওখ!
Wow, how tall the tree is!

বেলি পূব দিশত উদয় হয়
The sun rises in the east.

আমি সদায় নদীৰ পাৰত ফুৰোঁ
We always go for a walk on the bank of the river.

বৰষুণ শস্যৰ কাৰণে ভাল
Rain is good for crops.

এই কলমটো কাৰ তুমি জানানে?
Do you know whose this pen is?

মই সাতুৰিব জানো
I know how to swim.

তুমি সাতুৰিব জানানে
Do you know how to swim?

মিছা কথা কোৱা উচিত নহয়
Telling lies is not fair/appropriate.


অসমীয়াৰ পৰা ইংৰাজী লৈ অনুবাদৰ শেষ বাক্য হিচাপে

অসমীয়াৰ পৰা ইংৰাজী লৈ অনুবাদ ২০২২ ৰ বাবে যোগান ধৰা কিছু উদাহৰণ আজি আমি Assamese Medium ত প্ৰচাৰ কৰিছো যদিও ই শেষ নহয় কাৰণ আমি ইয়াত সময়ে সময়ে আৰু বহুত অসমীয়াৰ পৰা ইংৰাজী লৈ অনুবাদ যোগান ধৰিম I

আজি প্ৰকাশ কৰা অসমীয়াৰ পৰা ইংৰাজী লৈ অনুবাদ আৰু আগতে প্ৰকাশ কৰা Translate Into English– এই দুয়োটা পাঠ আপুনি পঢ়িলে নিশ্চয় আগন্তুক HSLC Final Exam 2022English Grammar ৰ অসমীয়াৰ পৰা ইংৰাজী লৈ অনুবাদ প্ৰশ্নৰ উত্তৰ অতি সহজেই কৰিব পাৰিব I

আশা কৰো আমি আমাৰ কাম ঠিক মতেই কৰিছো, এতিয়া আহিছো আপোনাৰ পাল I আমি প্ৰকাশ কৰিছো অসমীয়াৰ পৰা ইংৰাজী লৈ অনুবাদ, এতিয়া আপুনি পাৰিলে আপোনাৰ সমনীয়াৰ লগত Share কৰক I ইয়াৰোপৰি যদি আপোনাৰ কিবা প্ৰশ্ন থাকে তেন্তে Assamese Medium Facebook PageFollow কৰি পোনপটীয়াকৈ জনাব পাৰে I আমি আপোনাৰ প্ৰশ্নৰ উত্তৰ যথাসম্ভৱ দিবলৈ চেষ্টা কৰিম I

5 thoughts on “অসমীয়াৰ পৰা ইংৰাজী লৈ অনুবাদ | Translation 2022 SEBA Exam”

Leave a Comment