অসমীয়াৰ পৰা ইংৰাজী লৈ অনুবাদ | Translation 2022 SEBA Exam

গীতা তিনিবছৰ বয়সৰ পৰা আমেৰিকাত আছে।
Geeta has been in America since she was 3 years old.

তোমালোক অহাৰ সময়ত মই  ইংৰাজী পঢ়ি আছিলো।
When you came, I was reading English.

আমি খেলপথাৰ পোৱাৰ আগত খেল আৰম্ভ হৈছিল।
The match had begun before we reached the field.

কালি মই চুলি কটালো।
I had my hair cut yesterday.

বাঘটো জিম কৰবেট নামৰ চিকাৰী এজনৰ দ্বাৰা নিহত ল।
The tiger was killed by a hunter named Jim Corbett.

তেওঁ মোক সুধিলে, “তুমি নৈখন সাঁতুৰি পাৰ পাৰিবানে?
He said to me, “Can you swim across the river?”

তুমি অকল বুদ্ধিমানেই নহয়, পৰিশ্ৰমীও লাগিব।
You need to be not only intelligent but also diligent.

তুমি কালি লগ পোৱা মানুহজন এজন ভাল সঙ্গীতজ্ঞ।
The man whom you met yesterday is a good musician.

মামুৱে পুৱাই উঠে।
Mamu gets up early in the morning.

ৰাবিলাকে সাঁতুৰি আছে।
The boys are swimming.

চিকাৰীজনে বাঘটো মাৰিলে।
The hunter killed the tiger.

তেওঁলোকে ইয়াত এমাহ থাকিব।
They will stay here for a month.

প্ৰকাশ বৰুৱাই জানুৱাৰীৰ পৰা জ্বৰত ভুগি আছে।
Prakash Barhua has been suffering from fever since January.

তেওঁক সকলোৱে জানে।
Everybody knows him. / He is known to all.

ডাক্তৰজন অহাৰ আগতেই ৰোগীজন মৰিল।
The patient had died before the doctor came.

মধুমালা আহোতে বৰষুণ দি আছিল।
It was raining when Madhumala came.

তেওঁ ইংৰাজী জানেনে?
Does he know English?

শিক্ষকজনে কৈছিল,”সদায় সচাঁ কথা কবা।
The teacher said, “Always tell the truth.”

মই এতিয়া স্কুললৈ যাম।
Now I shall go to school.

আমাৰ স্কুল বজাত বহে।
Our school starts at nine O’clock.

মই সদায় ঘণ্টা বজাৰ আগতে স্কুল পাওঁগৈ।
I always reach school before the bell rings.

আমাৰ স্কুলত আজি এখন তৰ্ক প্ৰতিযোগিতা ব।
There will be held a debating competition in our school today.

ময়ো তাত অংশ গ্ৰহণ কৰিম।
I shall also take part in it.

মই ইংৰাজীতে ক’ম বুলি ঠিক কৰিছোঁ।
I have decided to say it in English.

প্ৰধান শিক্ষকক আজি মই এই বিষয়ে ম।
Today I shall tell the Headmaster about this.

এনেবোৰ কথাত তেখেতে সদায় আমাক উৎসাহ দিয়ে।
He always encourages us in such matters.

যোৱা বছৰৰ তৰ্ক প্ৰতিযোগিতাত মই প্ৰথম হৈছিলোঁ।
I stood first in the last year’s debating competition.
      
মোৰ মাক-দেউতাই বৰ আনন্দ পাইছিল।
My parents felt very glad.

আমাৰ গাওঁ খন এটা পিচপৰা  অঞ্চলত।
Our village is situated in a backward area.

গাওঁখন সৰু, জনসংখ্যাও কম।
The village is small and the population also is small.

প্ৰতিবছৰে ইয়াত বানপানী হয়।
Flood occurs here every year.

গাঁৱৰ সৰহভাগ মানুহ খেতিয়ক আৰু বৰ দুখীয়া।
The majority of the people in the village are farmers and very poor.

প্ৰতিবছৰে বানপানীয়ে তেওঁলোকৰ  প্ৰচুৰ ক্ষতি কৰে।
Every year the flood does great loss to them.

আমাৰ গাঁৱত শিক্ষিত মানুহৰ  সংখ্যাও অতি কম।
The number of educated people to is very small in our village.

ইয়াত এখন প্ৰাথমিক বিদ্যালয় আছে।
There is only one primary school here. / Here is only a primary school.

মই আৰু মোৰ ভনীজনীও তাতে পঢ়িছিলো।
My sister and I too read there.

5 thoughts on “অসমীয়াৰ পৰা ইংৰাজী লৈ অনুবাদ | Translation 2022 SEBA Exam”

Leave a Comment