অসমীয়াৰ পৰা ইংৰাজী লৈ অনুবাদ | Translation 2022 SEBA Exam

অহা বহাগ বিহুত আমাৰ গাঁৱলৈ আহিবা।
Please come to our village in the next bihu.

আমাৰ গাঁৱত বিহু মঞ্চত পতা নহয়।
The Bihu is not celebrated on the stage in our village.

কিছুমান ডেকাগাভৰুৱে পথাৰত নাচে আৰু গান গায়।
Some youths dance and sing in the field.
     
তুমি আহিলে এই বিহুনৃত্য উপভোগ কৰিব পাৰিবা।
If you come, you can enjoy the Bihu dance.

তোমাক লগ পালে মই বৰ আনন্দ পাম।
If I meet you, I shall be glad.

তোমাৰ চিঠিখন কালি পালো।
Yesterday I received your letter.

এইমাত্ৰ তোমালৈ এখন চিঠি লিখিছো।
I have written a letter to you just now.

তুমি চিঠি লিখি ভালপোৱা, নহয় নেকি?
You like writing letter, don’t you?

যদি গৰমৰ বন্ধত আহা, তোমাৰ  লগত শ্বিলঙলৈ যাম।
If you come on summer vacation, I will go to Shillong with you.

শ্বিলঙৰ জলবায়ু গুৱাহাটীৰ জলবায়ুতকৈ ভাল।
The climate of Shillong is better than that of Guwahati.

আমাৰ ইয়াত কিছুদিন ধৰি বৰষুণ দি আছে।
It has been raining here for some days.

বৰষুণ শস্যৰ কাৰণে ভাল।
The rain is good for the crops.

এইবাৰ বানপানীত বহুত শস্য নষ্ট হ’ল।
Many crops were destroyed during this flood.

তুমি সাঁতুৰিব জানানে?
Do you know how to swim?

দেউতাই কৈছিল,”সাঁতোৰা এটা ভাল অভ্যাস।”
Father said, “Swimming is a good exercise.”

আমাৰ স্কুলত এখন খেলপথাৰ আছে।
There is a playground in our school.

আমি তাত ফুটবল খেলোঁ।
We play football there.

স্কুলৰ খেল প্ৰতিযোগিতাবোৰ ইয়াত পতা হয়।
The sports competitions of the school are held there.

যোৱা বছৰ ৪০০ মিটাৰ দৌৰত মই প্ৰথম হৈছিলোঁ।
Last year I stood first in the 400-meter race.

তোমালোকৰ স্কুলত খেলপথাৰ আছে নে?
Is there any playground in your school?

তুমি কি খেল আটাইতকৈ ভাল পোৱা?
Which game do you like the best?

আজিকালি কিছুমান ল’ৰা ছোৱালীয়ে খেলাৰ সলনি টেলিভিছন চায়।
Nowadays some children instead of playing watch television programs.

আমি তেনে কৰা উচিত নহয়
We should not do that.

জীৱনত কৃতকাৰ্য বলৈ আমি চেষ্টা কৰোঁ আহা।
Let us try to be successful in life.

ভগৱানে আমাক সকলোকে সহায় কৰক।
May God help us all.

আমাৰ ঘৰৰ সকলোৱে ৰাতিপুৱা সোনকালে উঠে।

 All the members of our family get up early in the morning.

যোৱা বছৰ গৰমৰ বন্ধত মই শ্বিলঙলৈ গৈছিলো।

I went to Shillong during the summer vacation last year.

5 thoughts on “অসমীয়াৰ পৰা ইংৰাজী লৈ অনুবাদ | Translation 2022 SEBA Exam”

Leave a Comment