অসমীয়াৰ পৰা ইংৰাজী লৈ অনুবাদ | Translation 2022 SEBA Exam

বৰষুণ এৰাৰ লগে লগে আমি যাত্ৰা কৰিলোঁ।

We set out as soon as the rain stopped.

বেমাৰীজন ইমান দুৰ্বল হৈছে যে খোজ কাঢ়িব নোৱাৰে।

The sick man is so weak that he can’t walk.

তেওঁ ধনী কিন্তু অহঙ্কাৰী নহয়।

He is rich but not arrogant.

সি কামটো শেষ কৰিলে আৰু গুচি গ’ল।

He finished the job and left.

আমি সভাস্থলী গৈছিলোঁ কিন্তু ভিতৰ সোমাব নোৱাৰিলোঁ।

We went to the meeting place but couldn’t get in.

দেউতাৰ অসুখ, গতিকে বাহিৰলৈ যাব নোৱাৰে।

Father is ill, so can’t go out.

তুমি আৰু মই দুয়ো ইয়াৰ বাবে দায়ী।

You and I are both responsible for this.

সি কেৱল বুদ্ধিমানেই নহয়, পৰিশ্ৰমীও।

He is not only intelligent but also hardworking.

সচাঁ কথা কোৱা, নহ’লে তোমাক শাস্তি দিম।

Speak the truth, otherwise, I will punish you.

তেওঁ মোক কৈছিল, “মনপুতি পঢ়া।”

He said to me, “Read attentively.”

আয়ে মোক কৈছিল, “দুষ্ট ল’ৰাৰ লগত নুফুৰিবা।”

The grandmother said to me, “Do not mix with the bad boys.”

সেনাপতিয়ে সৈন্যসকলক কৈছিল, “শত্ৰুক আক্ৰমণ কৰা।”

The Captain said to the soldiers, “Attack the enemy.”

সি দেউতাকক কৈছিল, “অনুগ্ৰহ কৰি মোক এশ টকা ধাৰলৈ দিয়ক।”

He said to his father, “Please lend me a hundred rupees note.”

তেওঁ মোক ক’লে, ” মোক ৰবিবাৰে লগ ধৰিবা।”

He said to me, “Meet me on Sunday.”

মই তেওঁক কলোঁ, “বলা, ফুৰিবলৈ যাওঁ।”

I said to him, “Let us go for a walk.”

তেওঁ ল’ৰাজনক কৈছিল, “জুইৰ লগত ধেমালি নকৰিবা।”

He said to the boys, ” Don’t play with the fire.”

তোমাৰ দেউতাৰা কালি আমাৰ গাঁৱলৈ আহিছিল।
Yesterday your father came to our village.
   
তেখেতে এইখন গাঁৱত জন্মগ্ৰহণ কৰিছিল।

He was born in this village.

তেখেত মোৰ দেউতাৰ বন্ধু।
He is my father’s friend.

তোমালোক এতিয়া দিল্লীত থাকা, নহয় জানো?
Now you live in Delhi, don’t you?
      
তুমি অসমীয়া লিখিব পাৰানে?
Can you write Assamese?

5 thoughts on “অসমীয়াৰ পৰা ইংৰাজী লৈ অনুবাদ | Translation 2022 SEBA Exam”

Leave a Comment