অসমীয়াৰ পৰা ইংৰাজী লৈ অনুবাদ | Translation 2022 SEBA Exam

চাৰিঠেঙীয়া জন্তুৰ ভিতৰত হাতী আটাইতকৈ ডাঙৰ।

The elephant is the largest of the four-legged animals.

ফুলৰ সুগন্ধ কোনে ভাল নাপায়?

Who doesn’t like the fragrance of flowers?

এতিয়াই এই ঠাই এৰি যোৱা।

Leave this place right now.

তুমি কেতিয়াও ইয়ালৈ নাহিবা।

You will never come here.

গোলাপ ফুল কিমান সুন্দৰ!

How beautiful the rose flower is!

পানী নহ’লে আমি জীয়াই থাকিব নোৱাৰোঁ।

We cannot live unless there is water.

উট এবিধ ভাৰবাহী জন্তু।

Camel is a load-carrying animal.

চৰিত্ৰবান মানুহক সকলোৱে সন্মান কৰে।

People with character are respected by all.

এই যুৱকজন সিংহৰ দৰে সাহসী।

This young man is as brave as a lion

আমি জানো যে বিদ্যা অমূল্য ধন।

We know that knowledge is an invaluable treasure.

সি যে মিছা কথা কৈছিল এই কথা সচাঁ।

It is true that he lied.

তেওঁ ক’ৰ পৰা আহিল ক’ব পাৰানে?

Can you tell where he came from?

মই ৰাতিপুৱা পঢ়া কিতাপ এইখন।

This is the book I read in the morning.

তেওঁ যি বিচাৰে তাকে দিয়া।

Give it to what he wants.

মই যিখন গাঁৱত থাকো তাৰ নাম মধুপুৰ।

The village where I live Is Called Madhupur.

তুমি নাখালে ময়ো নাখাওঁ।

If you don’t eat, I also will not eat.

তুমি ওবলৈ যোৱাৰ আগতে দুৱাৰখন বন্ধ কৰিবা।

Close the door before you leave.

5 thoughts on “অসমীয়াৰ পৰা ইংৰাজী লৈ অনুবাদ | Translation 2022 SEBA Exam”

Leave a Comment